NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, নতুন দিল্লী

অসম

ৰাহুল গান্ধীৰ ভোট চুৰি সন্দৰ্ভত আগবঢ়োৱা প্ৰেজেন্টেশ্যনৰ তদন্ত দাবী শাৰদ পাৱাৰৰ

ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি বা এন চি পিৰ সভাপতি শাৰদ পাৱাৰে শনিবাৰে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘ভোট চুৰি’ৰ ওপৰত উপস্থাপন কৰা…

এন ই নাও নিউজ, নতুন দিল্লী · August 9, 2025 2:32 pm
অসম

কাজিৰঙাত মহিলা বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে এগৰাকী যুৱতী বনকৰ্মীৰ মৃতদেহ। বৃহস্পতিবাৰে বোকাখাতৰ ডি এফ অ’ কাৰ্যালয়ৰ আৱাসিক এলেকাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। মৃতদেহটো…

এন ই নাও নিউজ, গুৱাহাটী · August 9, 2025 1:55 pm
অৰুণাচল

অৰুণাচলৰ লাজুস্থিত অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা(স্বা) আৰু এনএছচিএনৰ

অৰুণাচল প্ৰদেশৰ লাজু অঞ্চলৰ নোগলোত থকা অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা(স্বা) আৰু এনএছচিএনৰ। শনিবাৰে পুৱা প্ৰায় ৪ বজাত অসম ৰাইফলছৰ শিবিৰক লক্ষ্য…

নৰ্থ-ইষ্ট নাও · August 9, 2025 1:30 pm
অসম

মন্দিৰৰ গৰ্ভগৃহত বলপূৰ্বক প্ৰৱেশ! বিজেপিৰ দুই প্ৰভাৱশালী সাংসদৰ বিৰুদ্ধে ৰুজু গোচৰ

বলপূৰ্বক মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ, আৰক্ষী জোৱানৰ সৈতে বিবাদ, আইন-শৃংখলা ৰক্ষাত বাধা দিয়াৰ অভিযোগ। ঝাৰখণ্ড আৰক্ষীয়ে বিজেপিৰ দুই সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।…

এন ই নাও নিউজ, নতুন দিল্লী · August 9, 2025 12:53 pm
অসম

হাফলং : স্থানীয় লোকৰ পৰা ৬০ লাখ টকা লুটি পলায়নৰ চেষ্টা মহিলাৰ

ডিমা হাছাও জিলাত ধন জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী মহিলাক। শুকুৰবাৰে হাফলং নগৰৰ সাংস্কৃতিক প্ৰেক্ষাগৃহৰ সমীপত গ্ৰেপ্তাৰ কৰা হৈছে মহিলাগৰাকীক। আৰক্ষীৰ…

নৰ্থ-ইষ্ট নাও · August 9, 2025 12:27 pm
অসম

ছলমানক আমন্ত্ৰণ কৰাৰ বাবেই কপিলৰ কেফেত গুলীচালনা? ভাইৰেল বিষ্ণোই গেঙৰ অডিঅ’

লক্ষ্য কমেডী কিং তথা অভিনেতা কপিল শৰ্মাৰ কানাডাৰ কেফে। ৯ জুলাই আৰু ৭ আগষ্টত তাত গুলীচালনা কৰা হৈছিল। আগষ্টৰ এই আক্ৰমণৰ দায়িত্ব…

এন ই নাও নিউজ, গুৱাহাটী · August 9, 2025 11:49 am
দেশ

আকৌ ৰক্তাক্ত কাশ্মীৰ উপত্যকা! সন্ত্ৰাসবাদীৰ গুলীত ছহিদ হ’ল দুই ভাৰতীয় জোৱান

আকৌ ৰক্তাক্ত হৈছে কাশ্মীৰ উপত্যকা। সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে দুই ভাৰতীয় জোৱান। যোৱা ৯ দিন ধৰি চলি আছে ‘অপাৰেচন আখল’।…

নৰ্থ-ইষ্ট নাও · August 9, 2025 11:12 am
অসম

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

টাৰিফ… টাৰিফ… টাৰিফ… এতিয়া সমগ্ৰ বিশ্বতে এই শব্দটোৰ চৰ্চা। কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। শুল্কৰ বাবে সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত অস্থিৰতাৰ সৃষ্টি…

এন ই নাও নিউজ, গুৱাহাটী · August 9, 2025 10:26 am
অসম

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

নিৰ্বাচন আয়োগে ৰাইজৰ আস্থা অৰ্জন কৰক। এই বাৰ্তাটোৱেই দিলে চিপিআইএমে। শুকুৰবাৰে চিপিআইএমে নিৰ্বাচন আয়োগক দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত জনসাধাৰণৰ আস্থা পুনৰ প্ৰতিষ্ঠা কৰাৰ…

এন ই নাও নিউজ, গুৱাহাটী · August 9, 2025 8:57 am
অসম

ভাৰতীয় পোছাক পৰিধান কৰাৰ বাবে প্ৰৱেশত বাধা দিল্লীৰ ৰেষ্টুৰেণ্টত! মুখ্যমন্ত্ৰীয়েও জনালে প্ৰতিক্ৰিয়া

পশ্চিমীয়া সাজ-পোছাক নহয়, পৰম্পৰাগত ভাৰতীয় সাজ-পোছাক পৰিধান কৰি আহিছিল এহাল দম্পতীয়ে। অভিযোগ অনুসৰি কেৱল তাৰ বাবেই তেওঁলোকক দিল্লীৰ পীতমপুৰাৰ এখন ৰেষ্টুৰেণ্টত প্ৰৱেশ…

এন ই নাও নিউজ, নতুন দিল্লী · August 9, 2025 7:57 am