Author: এন ই নাও নিউজ, নতুন দিল্লী
‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ
আঠ বছৰ ধৰি চলি আছে ভুৱা দূতাবাস। গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা হৰ্ষবৰ্ধন জৈনৰ জালিয়াতিৰ নেটৱৰ্ক কিমান দূৰ প্ৰসাৰিত? কিমান কোটি টকা প্ৰতাৰণা…
‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ
কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শেহতীয়াকৈ কয় যে, নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ নেতাসকলৰ মতামতক ওপৰৰ পৰা…
ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ
কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ ধৰ্মস্থলত গণ সমাধি আছে বুলি কৰা দাবীৰ সৈতে জড়িত গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে শনিবাৰে তদন্ত আৰম্ভ…
হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত
দেওবাৰে হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত জনপ্ৰিয় মন্দিৰৰ চিৰিৰ পথত ব্যাপক জনসমাগম হোৱাত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে ২৫ জনৰো অধিক…
১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প! তেওঁ নিজেও সমগ্ৰ দেশৰ সকলো নাগৰিককে বিনামূলীয়া স্বাস্থ্যসেৱাৰ বাবে প্ৰচাৰ চলাইছিল। কিন্তু সেই আঁচনিখন এতিয়া বিতৰ্কত। কেন্দ্ৰৰ…
মেঘালয়ত দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ!
মেঘালয়ত প্ৰত্যক্ষভাৱে বিকশিত হোৱা দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ কৰা হৈছে, এটাৰ নাম জনপ্ৰিয় খাচী চাউল-মাংসৰ খাদ্যৰ নামেৰে Raorchestes jadoh আৰু আনটো…
নগদ ধনৰ গোচৰত উচ্চস্তৰীয় সমিতিৰ বিৰুদ্ধে গোচৰ, সোমবাৰে ন্যায়াধীশ বাৰ্মাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
দিল্লীৰ নগদ ধনৰ গোচৰত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে গঠন কৰা তিনিজন ন্যায়াধীশ সমিতিৰ প্ৰতিবেদনৰ বিৰুদ্ধে…
এনচিইআৰটি-ৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰ কাহিনী
দেশৰ নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ বীজ সিঁচাৰ ক্ষেত্ৰত এনচিইআৰটিৰ এক বৃহৎ পদক্ষেপ। ভাৰতৰ অপাৰেচন সিন্দুৰৰ সফলতা আৰু সেনাবাহিনীৰ বীৰত্বপূৰ্ণ কাহিনী ছাত্ৰ-ছাত্ৰীৰ সন্মুখত…
গৰমত ৰ’দৰ পৰা নিজৰ ছালখন কেনেকৈ ৰক্ষা কৰিব?
গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল–চুলিৰ যথেষ্ট পৰিমানে ক্ষতি হয়। এই দিনকেইটাত সেয়েহে ছাল–চুলিৰ উপযুক্ত যত্ন ল’ব লাগে।…
এবছৰত ৪৩ কেজি ওজন কমালে এগৰাকী যুৱতীয়ে, কঠোৰ খাদ্যাভ্যাস বা জিম নহয়, মাত্ৰ ৪টা অভ্যাসে সলনি কৰিলে জীৱন
কঠোৰ খাদ্য বা ব্যায়াম অবিহনে মাত্ৰ এবছৰতে আন্দ্ৰেয়া নামৰ এগৰাকী যুৱতীয়ে ৪৩ কিলোগ্ৰাম ওজন কমালে। কোনো ধৰণৰ ক্ৰেচ ডায়েট বা জিমত ক্লাচ…