Author: এন ই নাও নিউজ, গুৱাহাটী
ওড়িশাত গো সৰ্বৰাহৰ মিচা অভিযোগত দুজন দলিত ব্যাক্তিৰ ওপৰত নিৰ্যাতন
ওড়িশাৰ গঞ্জাম জিলাত গো সৰবৰাহৰ মিছা অভিযোগত দুজন দলিত ক্ৰমে লোক বুলু নায়ক (৫২) আৰু বাবুল নায়ক (৪৩)ক নৃশংসভাৱে নিৰ্যাতন চলোৱাৰ ঘটনা…
বাল্যবিবাহৰ বিৰুদ্ধে বিশেষ পদক্ষেপ: জিলা শিশু সুৰক্ষা বিষয়াৰ পদবী বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া হিচাপে পৰিৱৰ্তন
বাল্যবিবাহৰ বিৰুদ্ধে অভিযান অধিক কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰে এটা গুৰুত্বপূর্ণ প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ সকলো জিলা শিশু সুৰক্ষা বিষয়া (DCPU)ৰ পদবী…
পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…
বৰ্তমান পকা আমৰ বতৰ চলি আছে। সকলোৱে উপভোগ কৰি আছে মিঠা আৰু ৰসাল আম । পকা আমৰে বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন তৈয়াৰ…
‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’- উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…
মহাকাশচাৰী সুভাংশু শুক্লাই বুধবাৰে ইতিহাস ৰচনা কৰে। ৰাকেশ শৰ্মাৰ পিছত মহাকাশ ভ্ৰমণ কৰা তেওঁ দ্বিতীয়জন ভাৰতীয়। এক্সিয়াম-৪ অভিযানৰ অংশ হিচাপে সুভাংশুৱে এই…
CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা
দশম শ্ৰেণীৰ পৰীক্ষাক লৈ CBSEৰ বৃহৎ সিদ্ধান্ত। বছৰটোত দুবাৰকৈ অনুষ্ঠিত হ’ব CBSEৰ দশমমান শ্ৰেণীৰ পৰীক্ষা। ২০২৬ বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব পৰীক্ষাৰ নতুন…
তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…
তামিলনাডুৰ তিৰুভাল্লুৰ জিলাৰ তিৰুটানীৰ এগৰাকী ট্ৰেন্সউমেন এন জেন্সীয়ে চেন্নাইৰ লয়লা কলেজত সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি পোৱা ৰাজ্যখনৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন হিচাপে পৰিগণিত হৈছে।…
নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?
এবাৰ, দুবাৰ নহয় তিনিবাৰকৈ বিয়া পতা এজন পুৰুষৰ লগত পলাল এগৰাকী বোৱাৰী। নগাঁৱৰ কঁচুৱাৰ লুটুমাৰী লংকা গাঁৱত সংঘটিত হৈছে এই আশ্চৰ্যজনক ঘটনা।…
প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’
কথাতেই কয়, প্ৰেমে কোনো বাধা নামানে। কাৰ্যত সেয়াই হ’ল উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাৰ নেবুৱা নৌৰঙীয়া থানা এলেকাৰ খাইৰতিয়া শীতলাপুৰ গাঁৱৰ…
২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…
অনিচ্ছাকৃতভাৱে গৰ্ভৱতী হোৱা বুলি আদালতত অৱগত কৰা এগৰাকী ৩১ বছৰীয়া মহিলা। গৰ্ভনিৰোধক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এই অৱস্থাৰ সৃষ্টি হয়। পূৰ্বতে তেওঁ…
লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ
শেহতীয়াকৈ উদয়পুৰত সংঘটিত হৈছে এক ভয়ানক ঘটনা। এখন হোটেলত শেষবাৰৰ বাবে লগ পোৱাৰ অজুহাতত প্ৰেমিকাক মাতি আনি নৃশংসভাৱে হত্যা কৰিলে এজন যুৱকে।…