NORTHEAST NOW (Assamese)

Author: নৰ্থ-ইষ্ট নাও গুৱাহাটী

জীৱনশৈলী

চেনিটেৰী নেপকিন নে ‘মেনস্ট্রুৱেল কাপ’? মাহেকীয়াৰ সময়ত সুৰক্ষিত কিয়?

শেহতীয়াকৈ বহু মহিলাই ঋতুস্ৰাৱৰ সময়ত চেনিটেৰী নেপকিনৰ সলনি ‘মেনস্ট্রুৱেল কাপ’ বা ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰিছে। বিশ্বৰ বাকী অংশত দিনক দিনে মাহেকীয়া কাপৰ…

নৰ্থ-ইষ্ট নাও গুৱাহাটী · May 31, 2025 6:55 am
দেশ

যোধা আৰু আকবৰৰ বিয়া হোৱাই নাছিল, ব্ৰিটিছৰ প্ৰভাৱত বিকৃত হ’ল ইতিহাস : এই মন্তব্য ৰাজস্থানৰ ৰাজ্যপালৰ

ৰাজস্থানৰ ৰাজ্যপাল হৰিভু বাগাডে দাবী কৰিছে যে ব্ৰিটিছ ইতিহাসবিদৰ প্ৰভাৱৰ বাবে ভাৰতীয় ইতিহাসত কেইবাটাও ভুল তথ্য লিপিবদ্ধ হৈছে। তাৰে এটা হ’ল যোধা-আকবৰৰ…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · May 30, 2025 9:40 pm
দেশ

বিহাৰৰ ৰাজনীতি : মহিলাই বিচাৰে নীতিশক, তৰুণ প্ৰজন্মই বিচাৰে তেজস্বী যাদৱক

আহিন আছে বিহাৰৰন বিধানসভা নিৰ্বাচন। তাৰপূৰ্বে ৰাজ্যখনৰ সংবাদ মাধ্যমসমূহে সমীক্ষা আৰম্ভ কৰিছে। সমীক্ষা অনুসৰি বিহাৰৰ অধিক সংখ্যক জনতাই মুখ্যমন্ত্ৰী হিচাপে তেজস্বী যাদৱক…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · May 30, 2025 8:35 pm
দেশ

‘অপাৰেচন সিন্দুৰ’ত নিহত পাকিস্তানীৰ প্ৰতি শোক! কলম্বিয়াত হতাশ ভাৰতীয় প্ৰতিনিধি দল

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ত নিহত হোৱা পাকিস্তানীসকলৰ প্ৰতি দক্ষিণ আমেৰিকাৰ কলম্বিয়া চৰকাৰে শোক প্ৰকাশ কৰিছে। এই কথাক লৈ হতাশা…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · May 30, 2025 7:21 pm
দেশ

ভাৰতীয় সেনাত ইতিহাস ৰচিলে ১৭ তৰুণীয়ে : ৩০০ পুৰুষৰ সৈতে প্ৰতিযোগিতা কৰি জিলিকি উঠিল এনডিএ-ৰ ছাত্ৰী

ভাৰতীয় সেনাৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম লিখিলে ১৭ গৰাকী যুৱতীয়ে। শুকুৰবাৰে পুনেৰ নেশ্যনেল ডিফেন্স একাডেমীৰ (এন ডি এ)ৰ পৰা ১৭ গৰাকী…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · May 30, 2025 6:19 pm
অসম

কংগ্ৰেছৰ নতুন ৰণকৌশল ৰচনা গৌৰৱৰ! খৰ্গে, গান্ধীৰ সৈতে কৌশল বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি

 শুকুৰবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী আদি শীৰ্ষ নেতাসকলৰ লগত বৈঠকত মিলিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি তথা লোকসভাৰ…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · May 30, 2025 5:20 pm
দেশ

যোৱা এবছৰত ১৯৪ শতাংশ বৃদ্ধি পাইছে বেংক জালিয়াতিৰ পৰিমাণ : চকু কপালত তোলা তথ্য ৰিজাৰ্ভ বেংকৰ

যোৱা এবছৰত বেংকৰ জালিয়াতিৰ পৰিমাণ প্ৰায় ১৯৪ শতাংশ বৃদ্ধি পাইছে। দেশৰ ৰাষ্ট্ৰীয় বেংক, ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে চকু কপালত তুলিব পৰা এই…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · May 30, 2025 4:21 pm
Popular Stories

স্বামী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল সাহিত্যিক ৰীতা চৌধুৰীঃ ফেচবুকত উজাৰিলে ক্ষোভ

স্বামী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল সাহিত্যিক ৰীতা চৌধুৰী। চৌধুৰীয়ে ফেচবুকত লিখিছে… ‘পান দোকান, বাবা মাইনা আৰু আমাৰ আত্মসন্মান দুদিনমান এটা…

এন ই নাও নিউজ, গুৱাহাটী · May 30, 2025 3:27 pm
অসম

ডিব্ৰুগড়ত প্ৰতিষ্ঠা হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য-গৱেষণা প্ৰতিষ্ঠান : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ডিব্ৰুগড় জিলাত প্ৰতিষ্ঠা হ’ব অসমৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য-গৱেষণা প্ৰতিষ্ঠান। শুকুৰবাৰে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১২০ বিঘা ভূমিত স্থাপন…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · May 30, 2025 3:17 pm
Popular Stories

অভিযানৰ সময়ত ভয়তে খিৰিকীৰ বাহিৰলৈ টকা দলিয়ালে অভিযন্তাই, জব্দ ২ কোটি টকা

শুকুৰবাৰে ভুৱনেশ্বৰৰ গ্ৰাম্যকৰ্ম বিভাগৰ মুখ্য অভিযন্তা (প্লেন ৰোড) বৈকুণ্ঠ নাথ সাৰংগীৰ সৈতে জড়িত একাধিক স্থানত তালাচীৰ সময়ত ওড়িশা ভিজিলেন্সৰ বিষয়াসকলে ২.১ কোটিৰো…

এন ই নাও নিউজ, গুৱাহাটী · May 30, 2025 2:56 pm