NORTHEAST NOW (Assamese)

Author: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

অসম

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল৷ ‘ফ’ৰ কোৱাৰ্টেটছ’ নিলিখা হ’লে এলিয়ট সাধাৰণ কবি হৈয়ে থাকিল হয়৷ কিন্তু গদ্যকাৰ হিচাপে এলিয়ট কবিতকৈও বেছি সফল…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 23, 2025 9:45 pm
দেশ

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ পাকিস্তানত চোৰাংচোৱাগিৰিৰ বহু তথ্য এতিয়া ৰাজহুৱা কৰা হৈছে। তদন্তকাৰীয়ে এতিয়া জানিব পাৰিছে যে জ্যোতিয়ে পাকিস্তানৰ আই এছ আইৰ…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 23, 2025 8:50 pm
Popular Stories

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত স্থাপন হ’ব সুৰাৰ বিপনীঃ ‘আলমা মেটাৰ’ক লৈ মুঠেই চিন্তিত নহয় হিমন্ত বিশ্ব!

অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপণি স্থাপনৰ বাবে প্ৰদান কৰা হৈছে অনুমতি। শিক্ষানুষ্ঠানখনৰ সমীপতেই সুৰা বিপণি খোলাৰ অনুমতি প্ৰদান…

এন ই নাও নিউজ, গুৱাহাটী · May 23, 2025 8:03 pm
আন্ত: ৰাষ্ট্ৰীয়

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

আমেৰিকাৰ বাহিৰত নিৰ্মিত আইফোনত ২৫ শতাংশ শুল্ক আৰোপ কৰিব বুলি এপলক ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। জুন মাহৰ পৰা ইউৰোপীয় সংঘৰ…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 23, 2025 7:55 pm
দেশ

জেললৈ যোৱা বিজেপি নেতাই হেৰুৱালে বিধানসভাৰ আসন : ২০ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত হ’ল  বিজেপিৰ বিধায়ক

বিধানসভাৰ সদস্য পদ বাতিল হ’ল ৰাজস্থানৰ অন্তৰা সমষ্টিৰ বিজেপি বিধায়ক কনোৱাৰ লাল মীনাৰ। ২০ বছৰ পুৰণি এক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতেই…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 23, 2025 6:45 pm
Popular Stories

উত্তৰ-পূৰ্বাঞ্চলত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা ৰিলায়েন্সৰ

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ বৃহৎ ঘোষণা । অহা ৫ বছৰত ৰিলায়েন্সে উত্তৰ-পূবত বিনিয়োগ কৰিব ৭৫ হাজাৰ কোটি টকা । ৰাইজিং নৰ্থ-ইষ্ট…

এন ই নাও নিউজ, গুৱাহাটী · May 23, 2025 5:16 pm
দেশ

ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ ট্ৰাম্পক কোনে কৈছিল? প্ৰশ্ন ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এটা সাক্ষাৎকাৰ শ্বেয়াৰ কৰি তিনিটা প্ৰশ্ন কৰে।…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 23, 2025 4:40 pm
Popular Stories

গ্ৰেপ্তাৰ হ’ব নেকি তনু শ্বাহী? আৰক্ষী অধীক্ষকৰ জেৰা

বি.এন.সিং পেট্ৰ’ল পাম্পৰ ঘটনাক লৈ উত্তাল দুলীয়াজান । প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ পাছতে অধিক উত্তপ্ত হৈ পৰিছে তৈল নগৰী ।…

এন ই নাও নিউজ, গুৱাহাটী · May 23, 2025 4:12 pm
Popular Stories

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

ইউৰোপৰ দেশ ডেনমাৰ্কত ২০৪০ চনত অৱসৰৰ বয়স হ’ব ৭০ বছৰ।ইয়াৰ বাবে দেশখনেও আইন প্ৰণয়ন কৰিছে। আৰু ইয়াৰ ফলত দেশখনত চৰকাৰী সেৱাৰ পৰা…

এন ই নাও নিউজ, গুৱাহাটী · May 23, 2025 3:38 pm
অসম

সৰ্প দংশনত ৪৭ জনৰ ২৮০ বাৰ মৃত্যু! বিজেপি শাসিত মধ্যপ্ৰদেশত বিয়াগোম দুৰ্নীতি

মধ্যপ্ৰদেশৰ ছিউনী জিলাত ২৮০ বাৰকৈ ৪৭ জন লোকক মৃত ঘোষণা কৰাৰ এক অদ্ভুত ঘটনা ঘটিছে। তেওঁলোকৰ প্ৰত্যেককে প্ৰাকৃতিক দুৰ্যোগ সাহায্য পুঁজিৰ পৰা…

এন ই নাও নিউজ, গুৱাহাটী · May 23, 2025 3:07 pm