NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এপলে ভাৰতত উৎপাদন কৰাটো নিবিচাৰে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ডোহাত এক বাণিজ্যিক অনুষ্ঠানত এপলৰ চিইঅ’ টিম কুকৰ সৈতে হোৱা…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 5:38 pm
অসম

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰৰ বিজেপি চৰকাৰ গণতন্ত্ৰ বিৰোধী আৰু সংবিধান বিৰোধী। বিহাৰৰ দাৰভাঙা বিশ্ববিদ্যালয়ত এইদৰেই আক্ৰমণ কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 4:41 pm
Popular Stories

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

চিৰদিনৰ বাবে অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ। ৰাজ্যৰ বিভিন্ন স্থানৰ LP আৰু UP বিদ্যালয়ত আছিল এইসমূহ পদ। উচ্চতৰ মাধ্যমিক…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 4:27 pm
অসম

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

ধিংৰ বিধায়ক আমিনুল ইছলামক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ৰ ধাৰা ৩(২)ৰ অধীনত প্ৰতিৰোধমূলক কাৰাগাৰত ৰখা হৈছে বুলি জনিবো পোৰ গৈছে। বিধায়কগৰাকীয়ে শেহতীয়া প্ৰদান…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 3:29 pm
Popular Stories

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

যোৱা মাহৰ ২২ এপ্ৰিলত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে স্থগিত ৰখা সিন্ধু জল চুক্তি সন্দৰ্ভত আলোচনা…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 2:30 pm
দেশ

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

ন্যায়পালিকা আৰু প্ৰশাসনৰ মাজত বাঢ়িছে নেকি ব্যৱধান? এইবাৰ সংবিধানৰ ১৪৩ নং অনুচ্ছেদক ব্যৱহাৰ কৰি উচ্চতম ন্যায়ালয়ক প্ৰশ্ন কৰিছে খোদ ৰাষ্ট্ৰপতিয়ে। ৰাজ্যপাল আৰু…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 1:21 pm
Popular Stories

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নেতা তথা কেৰেলাৰ প্ৰাক্তন মন্ত্ৰী জি সুধাকৰণে ১৯৮৯ চনৰ আলাপ্পুঝা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ সময়ত ডাক বেলটৰ সৈতে টেম্পাৰিং…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 12:34 pm
আন্ত: ৰাষ্ট্ৰীয়

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

ভাৰতৰ অপাৰেচন সিন্দুৰৰ বিজয়ৰ পিছত উত্থান দেখিবলৈ পোৱা গৈছে বেলুচিস্তানৰ! বেলুচ বিদ্ৰোহৰ প্ৰধান নেতা মিৰ ইয়াৰ বালোচে বুধবাৰে স্বাধীন বেলুচিস্তানৰ ঘোষণা কৰে।…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 12:19 pm
Popular Stories

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

মুছলমান পুৰুষে এগৰাকীতকৈ অধিক পত্নীক বিয়া কৰাবলৈ কোনো আইনী বাধা নাই।এই কথা পুনৰ এবাৰ স্পষ্ট কৰি দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে। বিবাহৰ এটা…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 12:10 pm
দেশ

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

ভাৰত-পাকিস্তান সংঘাতৰ সময়ত পাকিস্তানক প্ৰকাশ্যে সমৰ্থন কৰাৰ লগতে সামৰিক সা-সৰঞ্জাম যোগান ধৰাৰ অভিযোগত স্বদেশী জাগৰণ মঞ্চই তুৰ্কীৰ বিৰুদ্ধে অৰ্থনৈতিক অবৰোধৰ দাবী জনাইছে।…

এন ই নাও নিউজ, গুৱাহাটী · May 15, 2025 10:57 am