NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

ৰাজ্যত প্ৰতিবাদ তথা বিৰোধী দমনৰ অস্ত্ৰ হৈ পৰিছে অসম আৰক্ষী- চিপিআই(এম)

বিজেপিৰ শাসনত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত পুলিচ ৰাজ প্ৰতিষ্ঠা হ’ব ধৰিছে। ক্ৰমাৎ জনবিচ্ছিন্ন হ’ব ধৰা চৰকাৰখনে বিৰোধী দল-সংগঠনক দমন…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 7:56 pm
অসম

“অখিল গগৈয়ে বিজেপিত যোগদান মই মোৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব লাগিব” : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ কথা ভাবিছে। এই দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীক আক্ৰমণ কৰিবলৈ…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 7:38 pm
অসম

সঞ্জীৱ মৰাণৰ ওপৰত চলা বৰ্বৰ পুলিচী নিৰ্যাতনৰ ঘটনাক তীব্ৰ গৰিহণা সাংসদ অজিত কুমাৰ ভূঞাৰ

তিনিচুকীয়া জিলাৰ বৰডুমচাত অসম আৰক্ষীয়ে সংঘটিত কৰিছে অমানুষিককাণ্ড। সঞ্জীৱ মৰাণ নামৰ এজন স্থানীয় নিৰীহ যুৱকক থানালৈ আনি বন্ধ কোঠাত বন্দী কৰি গোটেই…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 6:40 pm
অসম

এন্ধাৰতেই থাকি গ’ল বহু সত্য : APSC কেলেংকাৰীৰ ৰাজ সাক্ষী মৃগেন শইকীয়াৰ মৃত্যু

মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্য কঁপোৱা APSC কেলেংকাৰীৰ মূল সাক্ষী ডাঃ মৃগেন শইকীয়াই। পুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল পশু…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 5:35 pm
Popular Stories

বিচিচিআইৰ নিয়ম ভংগ কৰিছে নেকি ৰোহিত শৰ্মাই? ক্ৰিকেট জগতত নতুন বিতৰ্ক

শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক মহেলা জয়ৱৰ্ধনে প্ৰকাশ কৰিছে যে ২০২৫ চনৰ আৰম্ভণিতে চেম্পিয়নছ ট্ৰফীৰ সময়ত হোৱা সামান্য আঘাতৰ বাবে ৰোহিত শৰ্মাক…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 5:23 pm
Popular Stories

‘প্ৰধানমন্ত্ৰীয়ে তিনিদিন আগতেই খবৰ পাইছিল, গতিকে কাশ্মীৰলৈ যোৱা নাছিল’! পেহেলগাম কাণ্ড সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গেৰ দাবী

কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেয়ে পেহেলগাম কাণ্ডক লৈ দেশৰ ৰাজনীতিত বিতৰ্কৰ সৃষ্টি কৰিছে। মঙলবাৰে তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰী…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 4:49 pm
আন্ত: ৰাষ্ট্ৰীয়

পপ তাৰকা লেডী গাগাৰ অনুষ্ঠানত বোমা বিস্ফোৰণৰ চেষ্টা : দুজনক গ্ৰেপ্তাৰ ব্ৰাজিল আৰক্ষীৰ

ৰিঅ’ ডি জেনেইৰ’ৰ কোপাকাবানা বিচত পপ তাৰকা লেডী গাগাৰ অনুষ্ঠানত দুৰ্বৃত্তৰ বোমা আক্ৰমণৰ পৰিকল্পনা বিফল কৰিছে ব্ৰাজিলৰ আৰক্ষীয়ে। ৰিঅ’ ডি জেনেইৰ’ অসামৰিক…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 4:45 pm
আন্ত: ৰাষ্ট্ৰীয়

গোপন অভিসন্ধি! ভাৰতলৈ আহি ৯৫ টা সন্তান জন্ম দিলে পাকিস্তানী মহিলাই

ভাৰতলৈ আহি ৯৫ টা সন্তান জন্ম দিলে ২২ গৰাকী পাকিস্তানী মহিলাই। জানিব পৰা মতে, ভাৰতলৈ বিভিন্ন সময়ত আহি ভাৰতীয় নাগৰিকৰ সৈতে বিয়াত…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 3:52 pm
অসম

ভাইৰেল ফোন কলে কঁপাইছে ডিগবৈ! ৰাজহুৱা স্থানতে মুণ্ডন বিজেপি কৰ্মীৰ   

ডিগবৈত সংঘটিত এটা নাটকীয় ঘটা! এটা ভাইৰেল ফোন কলে মৰাণ সমাজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। ক্ষোভিত ৰাইজে স্বিজেপি কৰ্মী কল্পজ্যোতি ফুকনক…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 3:50 pm
Popular Stories

কাইলৈ ১৩খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠান

কাইলৈ অৰ্থাৎ ৭ মে’ত ৰাজ্যৰ ১৩খনকৈ জিলাত বন্ধ ঘোষণা কৰা হৈছে। ৭ মে’ত ১৩খন জিলাত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।…

এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 3:35 pm