Author: অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়
ডিব্ৰুগড়ত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ ১৩জন মাছমৰীয়াক
ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থকা মুঠ ১৩জন মাছমৰীয়াক বায়ুসেনাৰ এখন হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়। তেওঁলোকক ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা মোহনবাৰী বায়ুসেনা শিবিৰলৈ…
তিনিচুকীয়াত বনৰীয়া হাতীয়ে গচকি হত্যা কৰিলে যুৱকক
এক মৰ্মান্তিক ঘটনাত শুকুৰবাৰে তিনিচুকীয়া জিলাত বনৰীয়া হাতীয়ে গচকি হত্যা কৰে এজন যুৱকক। তিনিচুকীয়াৰ ডিগবৈ থানাৰ অন্তৰ্গত খেৰজান হালদিবাৰীত সংঘটিত হৈছে এই…
আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড়ত উপস্থিত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) ৰ মুৰব্বী মোহন ভাগৱত শনিবাৰে (২৭ জানুৱাৰী) ডিব্ৰুগড়ত আহি উপস্থিত হয়। ২৮ জানুৱাৰীৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত…
লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক
অহা বছৰ অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনা কৰিবলৈ বৃহস্পতিবাৰে ডিব্ৰুগড়ত ৰাজ্যখনৰ ১৫টা বিৰোধী দলৰ ২ দিনীয়া সন্মিলন আৰম্ভ হৈছে।…
অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ
অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত দেওবাৰে বিয়লি অসম ৰাইফলছৰ খোংছা বেটেলিয়ন আৰু আৰক্ষীৰ যৌথ অভিযানত অস্ত্ৰ শস্ত্ৰসহ আলফা স্বাধীনৰ দুজন কেডাৰক আটক কৰা…
মৰ্মান্তিক! ডিব্ৰুগড়ত ইনোভা আৰু ট্ৰাকৰ সংঘৰ্ষত গুৱাহাটীৰ একেটা পৰিয়ালৰে ২ জন নিহত, আহত ৫জন
এক মৰ্মান্তিক ঘটনাত দেওবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ লেপটাকাটা অঞ্চলত এখন ট্ৰাকৰ সৈতে ইনোভাৰ মুখামুখি সংঘৰ্ষত কমেও ২ জন লোকৰ মৃত্যু হয়। বাতৰি অনুসৰি,…
ডিব্ৰুগড়ত ৩ লাখ টকাসহ আটক আলফা (স্বাধীন)ৰ মহিলা লিংকমেন
ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ এটা যৌথ দলে শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপত নগদ ৩ লাখ টকাসহ আটক কৰে নিষিদ্ধ আলফা (স্বাধীন)ৰ এগৰাকী…
লিডুৰ অবৈধ ‘ৰেট হোল’ খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক
তিনিচুকীয়া জিলাৰ লিডুত অবৈধ ‘ৰেট হোল’ খনিত নিহত হৈছে দুজন কয়লা খননত কাম কৰা শ্ৰমিকৰ। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী থানাৰ অন্তৰ্গত মলো…
আদালতৰ নিৰ্দেশ! আজি খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজানৰ মৃতদেহৰ কবৰত চলোৱা হ’ব খনন
মঙলবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টী কবৰস্থানত আই আই টি খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ কবৰত খনন চলোৱাৰ কথা। কলিকতা উচ্চ ন্যায়ালয়ৰ ২৫ এপ্ৰিলৰ নিৰ্দেশ কাৰ্যকৰী…
ডিব্ৰুগড়ত জঘণ্য কাণ্ড! চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মথাউৰিত পেলাই দিলে নৱজাতকক
এক হৃদয় বিদাৰক ঘটনাত শনিবাৰে ডিব্ৰুগড় চহৰত মথাউৰিত ৰখা কাৰ্ডবৰ্ডৰ বাকচত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এটি নৱজাতক। কেঁচুৱাটোক চিকিৎসা পৰীক্ষাৰ বাবে অসম…