NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

চৰকাৰী বিষয়া আৰু কাৰ্য্যালয়ত ইলেক্ট্ৰিক বাহন বাধ্যতামূলক কৰিব লাগে : নিতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে সকলো ধৰণৰ চৰকাৰী বিষয়া, মন্ত্ৰী আৰু কাৰ্য্যালয়ত ইলেক্ট্ৰিক বাহন বাধ্যতামূলক কৰিব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ…

এন ই নাও নিউজ · February 19, 2021 5:56 pm
অভিমত

দেশত বৃদ্ধি পাইছে অশুভ শক্তি; গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতে টুইটাৰত ট্ৰেণ্ডিং ‘ নাথুৰাম গডছে জিন্দাবাদ’

দেশত ক্ৰমাৎ অশুভ শক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ছ’চিয়েল মিডিয়াই দেশৰ নাগৰিকৰ মনৰ মাজত অশুভ শক্তি বৃদ্ধি হোৱাৰ কথা জনসমাজত দাঙি ধৰিছে।…

ভাস্কৰ কলিতা · October 2, 2020 12:14 pm
অৰুণাচল

অৰুণাচল প্ৰদেশত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ১০,০২০ গৰাকীলৈ বৃদ্ধি

অৰুণাচল প্ৰদেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমিত লোকৰ সংখ্যাই ১০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ২২৪ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না…

এন ই নাও নিউজ · October 2, 2020 10:36 am
অসম

আই পি এলত অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে লাচিথ মালিংগাৰ

শ্ৰীলংকাৰ তাৰকা বেগী বলাৰ লাচিথ মালিংগাই পাৰিবাৰিক কাৰণত ২০২০ বৰ্ষৰ আই পি এলত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ…

এন ই নাও নিউজ · August 21, 2020 9:28 pm
অসম

সীমান্ত অতিক্ৰমী ১২ গৰাকী বাংলাদেশৰ নাগৰিকৰ ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা

সোমবাৰে ত্ৰিপুৰাত থকা ভাৰত-বাংলাদেশ সীমান্তৰে ১২ গৰাকী বাংলাদেশী নাগৰিক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা কৰা যদিও সীমান্ত সুৰক্ষা বাহিনীৰ চোকা পহৰাৰ বাবে…

এন ই নাও নিউজ · July 13, 2020 6:08 pm
Popular Stories

ক’ৰ’নাৰ সময়ত সেৱা আগবঢ়োৱা কৰ্তব্যৰত সাংবাদিকলৈ ১০ লাখ টকাৰ বীমা ঘোষণা হাৰিয়ানা চৰকাৰৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত জনসাধাৰণক খবৰ দিয়াৰ স্বাৰ্থত নিজৰ জীৱনকো তুচ্ছ কৰি কাম কৰি থকা সাংবাদিক সকলৰ বাবে বীমাৰ সুবিধা ঘোষণা কৰিছে…

এন ই নাও নিউজ · April 23, 2020 5:57 pm
অসম

ল’কডাউনৰ ফলত নগাঁও জিলাৰ বিভিন্ন অঞ্চলত খেতিপথাৰত নষ্ট হৈছে কৃষকৰ শস্য

সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৃষক সকলে নিজৰ উৎপাদিত সামগ্ৰী শাক-পাচলি বিক্ৰী কৰিব নোৱাৰাৰ বাবে হতাশাত ভূগিব লগা হৈছে। নগাঁৱৰ…

ভাৰ্গব হাজৰিকা · April 6, 2020 10:43 pm
Popular Stories

যশস্বীৰ যশস্বী শতৰাণ; ছেমিফাইনেলত পাকিস্তানক বিধ্বস্ত কৰি ফাইনেলত ভাৰত

দক্ষিণ আফ্ৰিকাত চলি থকা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পোটচেপষ্টুমত আজি ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে পাকিস্তানক অতি…

ভাস্কৰ কলিতা · February 4, 2020 7:48 pm
অসম

অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে আজি ৰাজ্য সভাত তীব্ৰ বিতৰ্কৰ অন্তত  নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয়। অসমীয়াৰ প্ৰতিবাদক কোনোধৰণৰ…

এন ই নাও নিউজ · December 11, 2019 8:46 pm
Popular Stories

প্ৰেমত প্ৰতাৰণা; আই চি য়ুতে বলপূৰ্বকভাৱে যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হ’বলৈ বাধ্য কৰালে যুৱকক

আত্মহত্যাৰ চেষ্টা চলাই পুনেৰ এখন চিকিৎসালয়ৰ আই চি য়ুত ভৰ্তি হৈ থকা এগৰাকী যুৱতীৰ সৈতে এজন যুৱকক বলপূৰ্বকভাৱে বিবাহ পাশত আৱদ্ধ হ’বলৈ…

এন ই নাও নিউজ · December 6, 2019 11:48 am