Author: নৰ্থ ইষ্ট নাও, গুৱাহাটী
অসমৰ অনলাইন ষ্টক ট্ৰেডিং কেলেংকাৰীৰ CBI তদন্ত ঘোষণা চৰকাৰৰ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে অনলাইন ষ্টক ট্ৰেডিং কেলেংকাৰিৰ সৈতে জড়িত ৪১টা গোচৰ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো…
শিৱসাগৰত সাম্প্ৰতিক কালৰ শৌক্ষিক দৃশ্যপট শীৰ্ষক বক্তৃতানুষ্ঠান
আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত সপ্তদশ বাৰ্ষিক অঞ্জলি দত্ত সোঁৱৰণি স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত…
শিৱসাগৰত ছাত্ৰীক ফোনত অশ্লীল প্ৰস্তাৱ দিয়া শিক্ষকৰ শাস্তিৰ দাবীত শতাধিক মহিলাৰ প্ৰতিবাদ
ছাত্ৰীক ফোনত অশ্লীল প্ৰস্তাৱ দিয়া শিক্ষকৰ শাস্তিৰ দাবীত শিৱসাগৰ জিলাৰ হাঁহচৰা নগা গাঁৱৰ শতাধিক মহিলাই আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও…
লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনাথ গগৈৰ স্মৃতিচাৰণ অনুষ্ঠান
সদ্য প্ৰয়াত লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাক্তন সাংবাদিক লক্ষ্মীনাথ গগৈ(৮৬)ৰ স্মৃতিচাৰণ অনুষ্ঠান আজি তেখেতৰ বাসগৃহৰ প্ৰাঙ্গণত অনুষ্ঠিত…
বিশ্বনাথত ভয়ংকৰ পথ-দুৰ্ঘটনা; দুজন বাইক আৰোহীৰ সৈতে ভস্মীভূত যাত্ৰীবাহী বাছ
বিশ্বনাথৰ সাধাৰৰুত আজি নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। মটৰ চাইকেল আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত…
চহিদ জোৱান সুনীল কলিতাৰ পত্নীক লৈ অশালীন মন্তব্য কৰা চৈয়দ আব্বাচক গ্ৰেপ্তাৰ
অসম আৰক্ষীৰ অপৰাধ শাখাই জন্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত অলপতে ঝাৰখণ্ডত উগ্ৰপন্থীৰ আক্ৰমণত চহিদ হোৱা সুনীল কলিতাৰ পত্নীক অপমান কৰি ফেচবুকত অশালীন মন্তব্য কৰা…
৬দিনে সন্ধান নাই নিখোজ এন আৰ চি বিষয়াৰ; অপহৰণৰ সন্দেহ পৰিয়ালৰ লোকৰ
যোৱা ১৫ মে’ৰ পৰা নিখোজ হৈ থকা শিৱসাগৰ জিলাৰ অন আৰ চি বিষয়া দিগন্ত শইকীয়াৰ আজি ৬দিন ধৰি সন্ধান উলিওৱাত ব্যৰ্থ শিৱসাগৰ…
সামৰণি পৰিল পুৰণিগুদাম সংগীত বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন
নগাঁও জিলাৰ পুৰণিগুদামস্থিত বাপুজী ভৱন আৰু পুথিভঁৰাল পৰিচালিত সংগীত বিদ্যালয়ৰ ৪৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু সাংস্কৃতিক অনুষ্ঠানটো দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে সফল…
পুৰণিগুদামত বিশেষভাৱে সক্ষম সকলৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ
ৰাজ্য চৰকাৰৰ ‘অসম দক্ষতা বিকাশ অভিযান’ৰ অধীনত ‘তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন’ৰ উদ্যোগত নগাঁও পুৰণিগুদামত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এটি বিশেষ…
শিৱসাগৰৰ পৰা চুৰি হোৱা ফকলেন অৰুণাচলত উদ্ধাৰ
অৰুণাচল প্ৰদেশত অলপতে উদ্ধাৰ হ’ল শিৱসাগৰৰ পৰা চুৰি হোৱা এখন ফকলেন। জানিব পৰা মতে যোৱা ১৯ এপ্ৰিলত শিৱসাগৰ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এক পাৰ্কিং…