NORTHEAST NOW (Assamese)

Author: চাজিদ খান, ওদালগুৰি

অসম

মাজবাট আৰক্ষীয়ে পাহাৰপুৰত চাৰিখনকৈ বিলাসী বাহনৰ পৰা জব্দ কৰিলে ৬৩০ কিলোগ্ৰাম গাঞ্জা

ওদালগুৰিৰ মাজবাট আৰক্ষীয়ে আজি এক বৃহৎ সফলতা লাভ কৰিছে। লালপানী আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰপুৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে।…

চাজিদ খান, ওদালগুৰি · March 18, 2022 7:56 pm
অসম

টংলা জলসিঞ্চন বিভাগৰ কোটিটকীয়া কেলেংকাৰী; গাণনিক বিষয়া প্ৰভাত কলিতাক গ্ৰেপ্তাৰ

টংলা জলসিঞ্চন বিভাগৰ ৪কোটি ১৮লাখ টকীয়া কেলেংকাৰীত জড়িত গাণনিক বিষয়া প্ৰভাত কলিতাক আটক কৰিছে আৰক্ষীয়ে।   সোমবাৰে নিশা কলিতাৰ গুৱাহাটীস্থিত বাসগৃহৰ পৰাই…

চাজিদ খান, ওদালগুৰি · March 8, 2022 7:28 pm
অসম

ওদালগুৰিৰ কালাঝাৰত মৰ্মান্তিক ঘটনা; বিদ্যুৎস্পৃষ্ট হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু, গুৰুতৰভাৱে আহত দুজন

ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত গেৰেঞ্চী কালাঝাৰ গাওঁ সংযোগী আংগ্ৰা নৈৰ দলং নিৰ্মাণৰ সময়ত সংঘটিত হৈছে এক শোকাবহ ঘটনা। আংগ্ৰা নৈৰ…

চাজিদ খান, ওদালগুৰি · February 10, 2022 5:01 pm
অসম

ভোগালীৰ উছাহৰ মাজতে দুটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে ওদালগুৰি জিলাৰ কলাইগাঁও

ভোগালী বিহুৰ আনন্দ, উৎসৱ’ৰ সময়তে দেওবাৰে দুটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে ওদালগুৰি জিলাৰ কলাইগাঁও চহৰ। কলাইগাঁও থানাৰ অন্তৰ্গত তেজিয়ালপাৰা গাঁৱৰ বোৱাৰী তথা এটা…

চাজিদ খান, ওদালগুৰি · January 16, 2022 5:10 pm
অসম

Man-elephant conflict: খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ; ওদালগুৰিৰ আটাৰিখাটত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

Man-elephant conflict ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত। ওদালগুৰিৰ আটাৰিখাটত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ এই সংঘাতে। আটাৰিখাটৰ ২ নং ৰজাগড়ত…

চাজিদ খান, ওদালগুৰি · December 7, 2021 9:09 am
অসম

Road Accident: মৰ্মান্তিক! পানেৰীত তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত এটি ৭ বছৰীয়া শিশু

Road Accident ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ফুলকুছিত দেওবাৰে ৰাতিপুৱা ৮ বজাত তীব্রবেগী এখন স্কৰপিও বাহনৰ খুন্দাত থিতাতে নিহত হয় এটি ৭…

চাজিদ খান, ওদালগুৰি · November 28, 2021 2:41 pm
অসম

ওদালগুৰিৰ টেংকিবস্তিত তিনিটা হস্ত নিৰ্মিত বন্দুক সহ আটক ৪ সন্দেহযুক্ত উগ্ৰপন্থী

বড়োভূমিত পুনৰ অস্ত্ৰৰ ঝনঝননি ৷ মূলসূঁতিলৈ উভতি অহাৰ পিছতে এনডিএফবি ত্যাগ কৰি পুনৰ জংঘললৈ ঘুৰি গৈছে এম বাথা। এনএলএফবি নামৰ সশস্ত্ৰ সংগঠনৰ…

চাজিদ খান · July 17, 2021 8:02 am
অসম

আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত এম বাথাৰ সহযোগী এনএলএফবিৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী

মঙলবাৰে পুৱতি নিশা ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ডিমাচাঙ অঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অফ…

চাজিদ খান · July 13, 2021 10:53 am
অসম

প্ৰহসনত পৰিণত দূৰ্গাগাঁও পানী যোগান আঁচনি, বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ৰাইজ

পানীয়েই প্ৰাণীৰ প্ৰাণ । যি সময়ত মানুহে সু-স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণৰ পৰিশোধিত তথা মিনাৰেল ৱাটাৰ খাই আহিছে তেনে সময়তে কলাই গাঁৱৰ নিকটৱৰ্তী…

চাজিদ খান · July 9, 2021 9:04 pm
অসম

টংলা পৌৰসভাৰ নিৰ্মম বগলী হত্যাৰ ঘটনা; কাৰ্যবাহী বিষয়া শান্তনু দাসকে ধৰি ৩ জনক গ্ৰেপ্তাৰ

টংলা পৌৰসভাৰ অবিবেচক তথা নিৰ্মম সিদ্ধান্তৰ ফলত প্ৰায় ২৫০ টা বগলীৰ মৃত্যুৰ ঘটনাত টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়া শান্তনু দাসকে ধৰি ৩জনক বৃহস্পতিবাৰে…

চাজিদ খান · July 1, 2021 4:22 pm