Author: ছাজিদ খান
মাজবাট ৰে’লৱে ষ্টেশ্যনত এন ডি এফ বি (এছ)ৰ ২ কেডাৰ গ্ৰেপ্তাৰ
ওদালগুৰি জিলাৰ মাজবাট ৰে’লৱে ষ্টেশ্যনত বৃহস্পতিবাৰে আৱেলি নিৰাপত্তা বাহিনীৰ লোকে এন ডি এফ বি (এছ) গোটৰ দুজন দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত…
ওদালগুৰিত এছএছবিৰ ৭ম বেটেলিয়নৰ দ্বাৰা পশু চিকিৎসা চিভিক একশ্যন কাৰ্যসূচীৰ আয়োজন
ওদালগুৰি জিলাৰ টেংকিবস্তি সীমান্ত আৰক্ষী চকীৰ অন্তৰ্গত ১ নং টেংকিবস্তি গাঁৱত যোৱাকালি মঙলবাৰে এটা পশু চিকিৎসা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই পশু…
হৰিশিঙা বিস্ফোৰণৰ পাছতো কামাখ্যা-ডেকাৰগাঁও ৰেলপথত নাই পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা
যোৱা শনিবাৰে নিশা প্ৰায় ৭-০০ মান বজাত ওদালগুৰি জিলাৰ হৰিশিঙাৰ ওচৰত কামাখ্যা-ডেকাৰগাঁও ইণ্টাৰচিটি এক্সপ্ৰেছত আইইডি বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতো গা লৰা নাই…
উজনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছত বিস্ফোৰণ; তিনিজন আহত
আলফা (স্বাঃ)ৰ অভাৱনীয় সক্ৰিয়তাই ৰাজ্যত চৌদিশে এটা আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ মাজতে আজি কামাখ্য ষ্টেইশ্যনৰ পৰা ডেকাৰগাওঁ অভিমুখী ইণ্টাৰচিটী এক্সপ্ৰেছত হোৱা বিস্ফোৰণে…
ওৰাঙত দেউতাকৰ পৰা ধন দাবী কৰিবলৈ অপহৰণৰ নাটক কৰা কিশোৰ আটক
এখন বলীউডী থ্ৰিলাৰৰ দৰে ওদালগুৰিৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চামুৱাগাঁৱৰ বাসিন্দা এজন ১৪ বছৰীয়া কিশোৰ আৰু তেওঁৰ বন্ধু কেইজনমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।…
ওদালগুৰিত এনডিএফবিৰ নামত ধন দাবীৰ অপৰাধত ৩জনক গ্ৰেপ্তাৰ
ওদালগুৰি জিলাৰ ওৰাঙৰ ওচৰৰ চমুৱাগাঁও নিবাসী বিপ্লব শইকীয়া নামৰ এজন বিদ্যালয়ৰ শিক্ষকৰ পৰা ধন দাবী কৰা ৩জন যুৱকক ওৰাং আৰু মাজবাট আৰক্ষীয়ে…
মহলীয়াপাৰা মাজবাট আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন
বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে আজি ২৩ নৱেম্বৰ শুকুৰবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ সমীপস্থ মহলীয়াপাৰা মাজবাট আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই আদৰ্শ…
ওদালগুৰিৰ ১৩৭টা ভূমিহীন পৰিয়াললৈ আগবঢ়ালে মাটিৰ পট্টা
অসম চৰকাৰে ৪ নৱেম্বৰৰ পৰা আৰম্ভ কৰা ৰাজ্যৰ প্ৰায় ১১,৫০০ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা পদক্ষেপৰ অংশ হিচাপে সোমবাৰে ওদালগুৰি জিলাৰ…
কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ প্ৰতিবাদ: ওদালগুৰিত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
বিটিএডিক এখন কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীতকৰণৰ বাতৰিৰ বিৰোধিতা কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু), অবড়ো সুৰক্ষা সমিতি আৰু কোচ ৰাজবংশী সন্মিলনীয়ে…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত লঘূ আদালত কৰ্মশালা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত আজি ১৫ নৱেম্বৰ বৃহস্পতিবাৰে লঘূ আদালত কৌশল সন্দৰ্ভত এখন কৰ্মশালা আনুষ্ঠিত হৈ যায়। উক্ত কৰ্মশালাত গুৱাহাটী…