Author: জাহ্নৱী বৰুৱা
কোভিডৰ জটিল পৰিস্থিতিত জুবিন দম্পতীৰ মহানুভৱতা; দেখুৱালে এক সুন্দৰ নিদৰ্শন
গুৱাহাটীত কোভিড মহামাৰীৰ পৰিস্থিতিয়ে ক্ৰমাৎ সংকটজনক ৰূপ ধাৰণ কৰিছে। লাহে লাহে ভৰ্তি হৈ আহিছে চিকিৎসালয়ৰ বিচনা। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ৰোগীৰ বাবে নাইকিয়া…
কোভিড পৰিস্থিতিৰ বাবে অনিৰ্দিষ্টকাললৈ স্থগিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা
ৰাজ্যত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অহা ১১মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰখা হৈছে। মন্ত্ৰী হিমন্ত…
কোভিড-১৯ পৰিস্থিতিৰ বাবে স্থগিত মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা
কোভিড-১৯ পৰিস্থিতিৰ বাবে মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা স্থগিত ৰখা হৈছে। সেই অনুসৰি, এতিয়া অহা ১১মে’ৰ পৰা অনুষ্ঠিত নহয় এই পৰীক্ষা। ছেবাৰ অধ্যক্ষ…
“এইয়া অখিলৰ জয় নহয়; এইয়া ৰাইজৰ জয়” গীতাশ্ৰী তামুলী
কাৰাগাৰত আবদ্ধ থাকি নিজে শিৱসাগৰ সমষ্টিত উপস্থিত নথকাকৈ, প্ৰচাৰ নকৰাকৈ জয়ী হ’ল জননেতা অখিল গগৈ। অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা জয়…
‘বিধানসভা নিৰ্বাচনৰ ফলাফলৰ Exit Poll অধিকাংশই কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত’— অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য
বিজেপি দলে ভোট গণনা প্ৰক্ৰিয়াত জড়িত থকা সকলো স্তৰৰ ব্যক্তি বিষয়া-কৰ্মচাৰীৰ ওপৰত এক মানসিক চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছে শনিবাৰে এক সংবাদমেলত…
Exit pollৰ সিদ্ধান্ত মানি লবলৈ অসন্মত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ
নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগত সংবাদ মাধ্যমত দিয়া exit poll ৰ প্ৰতি সন্দেহ প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ৰাইজক…
ক’ত কিমান ভোটত জিকিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী? জ্যোতিষীৰ দৰেই বৰ্ণনা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে
শুক্ৰবাৰে এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জ্যোতিষী ৰূপত অৱতীৰ্ণ হৈ বিজেপিয়ে কত কিমান খন আসন লাভ কৰিব তাৰ বৰ্ণনা কৰে।…
আত্মসমৰ্পনকাৰী আলফা স্বাধীনৰ নেতা জীৱন মৰাণক সকীয়াই দিলে আৰক্ষী সঞ্চালক প্ৰধানে
আলফা(স্বা) সংগঠনৰ পৰা অব্যাহতি দিয়া শীৰ্ষ নেতা জীৱন মৰাণ অৱশেষত তিনিটা দশকৰ পিছত উভতি আহিল মূলসুঁতিলৈ। মূল সুঁতিলৈ উভতি আহিল যদিও আৰক্ষী…
বিহুৰ অনুষ্ঠানক বেপাৰৰ আখ্যা : ক্ষোভ উজাৰি এইবাৰ প্ৰাগ নিউজক বয়কট অসমৰ শিল্পী সমাজৰ
কিছুদিন পূৰ্বে অসমৰ এটা ব্যক্তিগত টিভি চেনেলত অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীক মাতি নি অসন্মান কৰাৰ পাছত এইবাৰ জাঙুৰ খাই উঠিছে অসমৰ…
বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছক গালি পৰিও মহাজোঁটক সমৰ্থনৰ ইংগিত ৰাইজৰ দলৰ
বিজেপি আমাৰ প্ৰথম শত্ৰু গতিকে বিজেপিক পৰাভূত কৰাৰ সস্বাৰ্থত যিকোনো পদক্ষেপ লবলৈ প্ৰস্তুত বুলি আজি সংবাদমেলৰ যোগে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে…