NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

ইলুটি-সিলুটি কান্দুলি লুটি সুবিধাবাদী যতীনৰ!: বিজেপিৰ শৰণ পাবলৈ সংবাদমেল পাতি নিজকে কৰিলে জাহিৰ

সকলো অসমবাসীৰ মনতে এটাই কথা ‘সুবিধাবাদী যতীন বৰা’। CAA বিৰোধী আন্দোলনৰ সময়ত অসমবাসীৰ কাষত সদায় থাকিম বুলি বিজেপি ত্যাগ কৰা বুলি ঘোষণা…

কল্পজ্যোতি শইকীয়া · August 17, 2020 5:23 pm
অসম

কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ ৰাজীৱ ভৱন

কংগ্ৰেছত পুনৰ স্পষ্ট হৈ পৰিছে নেতৃত্বকেন্দ্ৰিক সংঘাত। বিজেপিৰ বিৰুদ্ধে নহয় কংগ্ৰেছী নেতাৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ৰাজীৱ ভৱন। হাজো সমষ্টিৰ…

কল্পজ্যোতি শইকীয়া · August 17, 2020 12:47 pm
অসম

পঞ্চম শ্ৰেণী পৰ্য্যন্ত মাতৃভাষাত পাঠদান বাধ্যতামূলক হ’ব অসমত

আগন্তুক শিক্ষা বৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ়্যালয়তে পঞ্চম শ্ৰেণী পৰ্যন্ত মাতৃভাষা মাধ্যমতে  পাঠদান কৰোৱাটো বাধ্যতামূলক হ’ব। শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে…

কল্পজ্যোতি শইকীয়া · August 16, 2020 10:42 pm
Popular Stories

তুংগত লুৰীণ-হিমন্তৰ বাকযুদ্ধ! : ‘টিআৰপিৰ পৰা আৰম্ভ কৰি পাণবজাৰ থানাৰ গোচৰলৈকে’ লুৰীণৰ মুখত হিমন্ত আখ্যান

তুংগত উঠিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ মাজত চলি থকা বাকযুদ্ধ। কালি ছাত্ৰ নেতাজনক কেন্দ্ৰ…

কল্পজ্যোতি শইকীয়া · August 16, 2020 9:18 pm
অসম

‘মন্ত্ৰী হিমন্তই মুখৰ খজুৱতি মাৰি আছে, অভিজ্ঞ ৰাজনীতিকৰ মুখত এনে কথা শোভা নাপায়’; দেৱব্ৰত শইকীয়া

চমু চাপি আহিছে নিৰ্বাচনৰ দিন আৰু সিমানেই বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ নেতৃত্বৰ মাজৰ মুখ চুপতি। এদিন যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক…

কল্পজ্যোতি শইকীয়া · August 16, 2020 8:01 pm
অসম

‘লুৰীণজ্যোতিয়ে আছুক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে’; বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি

‘বিগত CAA আন্দোলনৰ সময়ৰ পৰাই কেৱল মাথোঁ নিজ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ উদ্দেশ্যৰে আছুৰ সত্বাক ব্যৱহাৰ কৰিছে লুৰীণজ্যোতি গগৈয়ে ।‘ নৰ্থ ইষ্ট নাওলৈ…

কল্পজ্যোতি শইকীয়া · August 16, 2020 5:47 pm
অসম

হিমন্তৰ মুখত কিয় তৰুণ গগৈৰ জনপ্ৰিয় ডাইল’গ Who Is Badaruddin?

সমাগত ২০২১! বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া সকলো ৰাজনৈতিক দলৰ মাজত এতিয়া আৰম্ভ হৈছে তীব্ৰ বাক-বিতণ্ডা। তাৰ মাজতে হাই ভল্টেজ ৰূপ পাইছে হিমন্ত…

কল্পজ্যোতি শইকীয়া · August 15, 2020 9:18 pm
অসম

হিমন্তই মোক অনুকৰণ কৰিবলৈ লৈছে : তৰুণ গগৈৰ দাবী

‘হিমন্তই এতিয়া মোকেই অনুসৰণ কৰিবলগীয়া হৈছে।‘ এই দাবী কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কি কথাত তেওঁক…

কল্পজ্যোতি শইকীয়া · August 15, 2020 4:20 pm
অসম

ক’ৰ’নাক লৈ ভালকৈয়ে এখন খেল খেলি আছে : হিমন্তক কটাক্ষ ৰিপুন বৰাৰ

‘অকণমানেই নহয়, ক’ৰ’নাৰ নামত ভালকৈয়ে খেল খেলিছে। ক’ৰ’নাৰ নামত তেওঁলোকে এখন ভালকৈয়ে খেল খেলিছে।‘ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই…

কল্পজ্যোতি শইকীয়া · August 15, 2020 2:49 pm
অসম

পুৰণি ৰেকৰ্ডকে বজাই সোণোৱালৰ দাবী: বিজেপিয়ে বিদেশীমুক্ত অসম গঢ় দিছে

বিদেশী বহিস্কাৰৰ বাবে ৬ বছৰীয়া ঐতিহাসিক অসম আন্দোলন আৰু ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ মূল্যৰ বিনিময়ত স্বাক্ষৰিত হৈছিল অসম চুক্তি। কিন্তু এই…

কল্পজ্যোতি শইকীয়া · August 15, 2020 12:58 pm