Author: কল্পজ্যোতি শইকীয়া
ৰাজ্যত এগৰাকী আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াকে ধৰি ৩০গৰাকী আৰক্ষীৰ কোভিড-১৯পজিটিভ
এগৰাকী আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ বিষয়া আৰু আন ৩০ গৰাকী আৰক্ষীৰ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। কিন্তু তেওঁলোকৰ স্বাস্থ্য বৰ্তমান ভাল। আইন-শৃংখলা…
নতুনকৈ ২৪৬ গৰাকী কোভিড-১৯পজিটিভ; ৰাজ্যত ৭০০০ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা
২৪৬ গৰাকী নতুন আক্ৰান্তৰে ৰাজ্যখনত ৭১৬৫ লৈ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। শনিবাৰে দিনটোত একেলগে ২৪৬ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে ।…
লক্ষ্য ২০২১ : অখিল বাহিনীয়েই ভৰসা ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চাৰ!
সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচন। ৰাজ্যত এতিয়া কৰ’নাৰ বিৰুদ্ধে যিদৰে যুঁজ চলি আছে তাৰ সমান্তৰালকৈ চলি গৈছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা। কি…
গুৱাহাটীৰ লকডাউন : কি কি খোলা থাকিব, কি কি থাকিব বন্ধ?
কালি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাই অহা ২৮ জুনৰ নিশা ১২ বজাৰ পৰা সমগ্ৰ কামৰূপ মহানগৰ জিলাত লকডাউন ঘোষণা কৰাৰ…
গুৱাহাটীত ৰাজভৱনলৈ যোৱা পথত ভয়ংকৰ ভূমিস্খলন
গুৱাহাটীৰ খাৰঘূলিত ৰাজভৱনলৈ যোৱা পথত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। আজি বিয়লিভাগত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। যিকোনো মুহূৰ্তত সেই অঞ্চলটোত…
দৰিদ্ৰতা নহয় হেঙাৰ : উঃ মা:ত ৯১.৬ শতাংশৰে ৰহালৈ গৌৰৱ কঢ়িয়াই আনিলে খুচিয়ে
কোনো পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ দৰিদ্ৰতা কেতিয়াও হেঙাৰ হিচাপে থিয় দিব নোৱাৰে। তাকে পুনৰবাৰ প্ৰমাণ কৰিলে নগাঁও ৰহাৰ টকলাটোপ গাঁওৰ জীয়ৰী খুচি…
নতুনকৈ ২৭৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত; ইয়াৰে ২০৩ গৰাকী ৰোগী গুৱাহাটীৰ
ৰাজ্যত শুকুৰবাৰে ২৭৩ গৰাকী নতুন আক্ৰান্তৰে ৬৯১৯ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা। আজিৰ দিনটোত একেলগে ২৭৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।…
‘৮০০ৰো অধিক ৰোগী বাঢ়িলে গুৱাহাটীত বাঢ়িব মৃতকৰ সংখ্যা’ : ক্ষোভিত হিমন্তৰ কিয় এই মন্তব্য?
মহানগৰ গুৱাহাটীত ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ হোৱা আৰম্ভ কৰিছে। যোৱা ১৫ জুনৰ পৰা ৭৬২ গৰাকী লোক কামৰূপ মেট্ৰ’ত আক্ৰান্ত হোৱাৰ বিপৰীতে কেৱল…
ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ : গুৱাহাটীত পুনৰ সম্পূৰ্ণ লকডাউন
গুৱাহাটীত অহা দেওবাৰৰ নিশা ১২ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ হ’ব সম্পূৰ্ণ লকডাউন। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা…
গুৱাহাটীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা; তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত
বিগত কেইদিনমান ধৰি হৈ থকা প্ৰবল বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। আজি ৰাতিপুৱা গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা পাৱাৰ হাউচৰ…