NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

নতুনকৈ ৪৩জনৰ দেহত কোভিড-১৯পজিটিভ; ৰাজ্যত ৩৯৪৩জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ৩৯৪৩ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত একেলগে ৪৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-১৯ ভাইৰাছৰ উপস্থিতি।…

কল্পজ্যোতি শইকীয়া · June 14, 2020 12:56 pm
অসম

হাতীগাঁও থানাত ক’ৰ’নাতংক : গুৱাহাটীত চোৰ-আৰক্ষীৰ দেহত একেলগে কোভিড পজিটিভ

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’না। মহানগৰ গুৱাহাটীত ইতিমধ্যে আৰম্ভ হৈছে গণ সংক্ৰমণ। তাৰ মাজতে পুনৰ আহিছে এক বেয়া খবৰ। গুৱাহাটীত চোৰ-আৰক্ষীৰ দেহত একেলগে কোভিড-১৯…

কল্পজ্যোতি শইকীয়া · June 13, 2020 8:49 pm
Popular Stories

গুৱাহাটীত পুনৰ হ’ব নেকি ল’কডাউন ? : কি ক’লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটীত বৰ্তমান আৰম্ভ হৈছে গণ সংক্ৰমণ। কিয়নো বৰ্তমানলৈকে গুৱাহাটীত ২৫ গৰাকী কোভিড ৰোগী চিনাক্ত হৈছে তেওঁলোকৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই। সেয়েহে ৰাজ্যৰ…

কল্পজ্যোতি শইকীয়া · June 13, 2020 6:02 pm
Popular Stories

ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰৰ দায়িত্ব ল’লে বিজেপি নেতা সুৰঞ্জন দত্তই

কালি দিন দুপৰতে দলবদ্ধ আক্ৰমণৰ বলি হৈ মৃত্যুক আকোৱালি লোৱা ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰৰ দায়িত্ব ল’লে বিজেপি নেতা সুৰঞ্জন দত্তই। সুৰঞ্জন…

কল্পজ্যোতি শইকীয়া · June 13, 2020 4:18 pm
অসম

ভয়ংকৰ ৰূপত গণ সংক্ৰমণৰ আশংকা! দ্বিতীয় মুম্বাইৰ দিশে নেকি গুৱাহাটী?

ভয়ংকৰ বিপদৰ দিশে আগুৱাইছে গুৱাহাটী মহানগৰ। এই আশংকাই এতিয়া খুলি খুলি খাইছে মহানগৰবাসীক। কিয়নো গুৱাহাটী মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত ৰোগীৰ…

কল্পজ্যোতি শইকীয়া · June 13, 2020 12:17 pm
অসম

নুনমাটি আৰক্ষীৰ বৃহৎ সাফল্য; ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৫জনক গ্ৰেপ্তাৰ

শুকুৰবাৰে দিন দুপৰতে মহানগৰীৰ নুনমাটিত সংঘটিত হত্যাকাণ্ডৰ তদন্তত বৃহৎ সাফল্য লাভ কৰিছে নুনমাটি আৰক্ষীয়ে। ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নুনমাটি…

কল্পজ্যোতি শইকীয়া · June 13, 2020 6:47 am
অসম

ৰাজ্যত নিশা নতুনকৈ ১৯৫গৰাকী কোভিড-১৯পজিটিভ চিনাক্ত; ৩৭০০ৰ দিশে আক্ৰান্তৰ সংখ্যা

ৰাজ্যখনত ৩৬৯৩ লৈ বৃদ্ধি পালে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। শুকুৰবাৰে নিশা একেলগে ১৯৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ’না ভাইৰাছৰ উপস্থিতি।…

কল্পজ্যোতি শইকীয়া · June 13, 2020 6:20 am
অসম

গুৱাহাটীত এদিনতে ১৪টাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা

নতুন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱাৰ ফলত গুৱাহাটীত শুকুৰবাৰে এটা দিনতেই ১৪টাকৈ এলেকাক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে। ইয়াকে লৈ গুৱাহাটীত কণ্টেইনমেণ্ট জ‘নৰ…

কল্পজ্যোতি শইকীয়া · June 12, 2020 10:44 pm
Popular Stories

অসমত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮গৰাকীলৈ বৃদ্ধি

ক’ৰ’ণাত আক্ৰান্ত হৈ অসমত বৰ্তমানলৈকে ৮ গৰাকী লোকৰ মৃত্যু হৈছে। আজিৰ দিনটোতে মুঠ দুগৰাকী ক’ৰ’ণা আক্ৰান্ত লোকৰ মৃত্যু হয়। GMCH-ত চিকিৎসাধীন হৈ…

কল্পজ্যোতি শইকীয়া · June 12, 2020 8:27 pm
অসম

৩৫০০ৰ দিশে অসমত ক’ভিড আক্ৰান্ত, নতুনকৈ চিনাক্ত ৬৮

৬৮গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰে সৈতে অসমত শুকুৰবাৰে মুঠ আক্ৰান্ত ৩৪৯৮লৈ বৃদ্ধি পাইছে। টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত…

কল্পজ্যোতি শইকীয়া · June 12, 2020 7:54 pm