Author: কল্পজ্যোতি শইকীয়া
এক ভাল খবৰ; অসমত ৯ জনলৈ হ্ৰাস পালে কোভিড-১৯ এক্টিভ ৰোগীৰ সংখ্যা
ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে আহিছে এক ভাল খবৰ। অসমত ৯ গৰাকীলৈ হ্ৰাস পালে কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা। আজি…
নাওবৈচাৰ ঘটনা: ‘এনেদৰে শিলা বৰ্ষণ কৰিলে লগে লগে গুলীয়াই দিয়াৰ ব্যৱস্থা কৰক’
বৃহস্পতিবাৰে সন্ধিয়া নাওবৈচাৰ পানধোৱাৰ এক মছজিদত জুম বান্ধি নামাজ পঢ়াৰ সময়ত এনে কাম নকৰিবলৈ আহ্বান জনাবলৈ যোৱা আৰক্ষীৰ দলক শিলাবৰ্ষণ কৰাৰ পাছতে…
বাহিৰত আবদ্ধ অসমৰ লোকক ঘূৰাই অনাৰ বাবে সমিতি গঠন
লকডাউনৰ বাবে অসমৰ বাহিৰত আবদ্ধ লোকসকলক পৰ্য্যায়ক্ৰমে ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙৰ অধ্যক্ষতাত এখন সমিতি গঠন…
অসমত আৰু এজন ক’ভিড-১৯ আক্ৰান্ত, দিনটোত চিনাক্ত ৫
আৰু এজন ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে অসমত বুধবাৰে সন্ধিয়া চিনাক্ত হৈছে। কৰিমগঞ্জৰ এই ব্যক্তিগৰাকী নিজামুদ্দিন মাৰ্কাজলৈ যোৱা লোকৰ পৰোক্ষ সম্পৰ্কলৈ আহিছিল। ইয়াকে ধৰি…
লকডাউন: অসমৰ যুৱ প্ৰজন্মক অৰ্থনৈতিক স্বাধীনতাৰ মন্ত্ৰ দিলে আলফা নেতা জিতেন দত্তই
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ ফলত অৰ্থ ব্যৱস্থাৰ প্ৰতি অশনি সংকেত নামি আহিছে। সমগ্ৰ দেশতে অৰ্থনৈতিক উন্নয়ন…
চিন্তাৰ কোনো কাৰণ নাই, সুস্থ হৈ উঠিছে মুখ্য মন্ত্ৰীৰ NSG গ্ৰুপ কামাণ্ডাৰ
‘চিন্তাৰ এতিয়া কোনো কাৰণ নাই।’ মুখ্য মন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা NSG গ্ৰুপ কামাণ্ডাৰগৰাকী সুস্থ হৈ উঠিছে। এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।…
সাৱধান! কোনো কোভিড-১৯ ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ বঙাইগাওঁৰ চাৰিগৰাকী লোকৰ দেহলৈ এই মাৰাত্মক ভাইৰাচ আহিল কেনেকৈ?
কোনো কোভিড ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ বঙাইগাওঁৰ চাৰিগৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিদ-১৯ পজিটিভ ভাইৰাচ। বঙাইগাওঁ অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ পাছতে এই কথা…
প্ৰচণ্ড জ্বৰ কাহ চৰ্দিত মুখ্যমন্ত্ৰীৰ NSG গ্ৰুপ কামাণ্ডাৰ; মুঠ ৭ কামাণ্ডক কোৱাৰেন্টাইন
বিশ্বজুৰি ক’ৰ’না বা কোভিড-১৯এ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে ৰাজ্যজুৰি ক’ৰ’নাৰ আতংকই সকলোকে খেদি থকাৰ সময়তে অন্য এক খবৰ আহি পৰিছে। খবৰ…
এইবাৰেই নহয়, পূৰ্বেও সোণ আত্মসাৎ কৰি জেইলৰ ভাত খাইছিল এইগৰাকী আৰক্ষী উপ-পৰিদৰ্শকে
এইবাৰেই নহয়, পূৰ্বেও ৰেইলৰ যাত্ৰীৰ সোণ আত্মসাৎ কৰি জেইলৰ ভাত খাইছিল গুৱাহাটী ৰেইলৱে আৰক্ষীৰ নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক শ্ৰৱণ কুমাৰ ঝা। বশিষ্ট থানাৰ…
চোৰৰূপী আৰক্ষী! লুকুৱাই ৰখা ৯০ লক্ষাধিক টকা সৰবৰাহ কৰা অৱস্থাত গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক
২৯ এপ্ৰিলৰ নিশা প্ৰায় ১২ বজাত বৃহৎ পৰিমাণৰ ধন আৰু সোণৰ সৰবৰাহ কৰি ফটাশিল আৰক্ষীৰ জালত পৰিছে গুৱাহাটী ৰে’লৱে আৰক্ষীৰ নিলম্বিত আৰক্ষী…