NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

Popular Stories

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ আহ্বান মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

লকডাউন চলি থকাৰ মাজত বহু দুখীয়া পৰিয়ালে বৰ্তমানলৈকে চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰী লাভ নকৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৰিয়নীৰ কংগ্ৰেছী…

কল্পজ্যোতি শইকীয়া · April 8, 2020 9:27 am
অসম

ৰাজ্যৰ সংবাদ কৰ্মী সকলকো স্বাস্থ্য বীমাৰ অধীনলৈ আনিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

ক’ৰ’না ভাইৰাছৰ মহা সংকটৰ সময়ত ৰাজ্যৰ আৰক্ষী, চিকিৎসকে ধৰি স্বাস্থ্য কৰ্মী তথা কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ…

কল্পজ্য়োতি শইকীয়া · April 7, 2020 10:38 pm
অসম

এইবাৰ AHSECৰ উঃ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনা

অসমত এইবাৰ শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনা আছে। এক উচ্চস্তৰীয় সূত্ৰমতে প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্রীকে দ্বিতীয় বৰ্ষলৈ…

কল্পজ্যোতি শইকীয়া · April 7, 2020 10:00 pm
Popular Stories

সোণোৱাল চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন; কি কি সিদ্ধান্ত লোৱা হ’ল কেবিনেট বৈঠকত?

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি  মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকৰ অন্তত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ…

কল্পজ্যোতি শইকীয়া · April 7, 2020 6:28 pm
অসম

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ এ আই য়ু ডি এফৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামক

ক’ৰ’না ভাইৰাছৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষক লৈ বিতৰ্কিত মন্তব্য কৰা ধিং সমষ্টিৰ এআইয়ুডিফৰ বিধায়ক আমিনুল ইছলামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

কল্পজ্য়োতি শইকীয়া · April 7, 2020 5:28 pm
Popular Stories

আমিনুল ইছলামৰ দৰে বিজেপি বিধায়ক কিশোৰ নাথ আৰু দিলীপ পালৰ ক্ষেত্ৰত ব্যৱস্থা নোলোৱাটো দুৰ্ভাগ্যজনক : দেবব্ৰত শইকীয়া

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। নৰ্থ ইষ্ট নাওৰ সাংবাদিকলৈ প্ৰেৰণ…

কল্পজ্যোতি শইকীয়া · April 7, 2020 3:49 pm
Popular Stories

লুকাই থকা জামাতিক “দেশদ্ৰোহী” আখ্যা বিধায়িকা আঙুৰলতা ডেকাৰ

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰি তাৰ পৰা আহি লুকাই থকা জামাতিক “দেশদ্ৰোহী” আখ্যা দিছে ব্ৰটদৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। সংবাদ মাধ্যমৰ আগত…

কল্পজ্যোতি শইকীয়া · April 6, 2020 8:17 pm
Popular Stories

ৰাজ্যৰ বোলছবি জগতৰ লগত জড়িত কাৰিকৰী কলা-কুশলীক খাদ্য সামগ্ৰী যোগান

ৰাজ্যৰ বোলছবি জগতৰ লগত জড়িত কাৰিকৰী কলা-কুশলীক এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান। তেনে ১২০ টা পৰিয়ালক এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান ধৰিলে ক্ৰীড়া আৰু…

কল্পজ্যোতি শইকীয়া · April 6, 2020 7:37 pm
অসম

লুকাই থকা জামাতিলৈ শেষ সুযোগ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ নিজামুদ্দিনৰ জামাতৰ পৰা আহি অসমত লুকাই থকাসকললৈ সোমবাৰে শেষ সুযোগ আগবঢ়াইছে। তেওঁ কয় যে আজিৰ…

কল্পজ্যোতি শইকীয়া · April 6, 2020 6:52 pm
অসম

মহানগৰীৰ ৰিহাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড; বহু লক্ষাধিক সা-সম্পত্তি ভষ্মীভূত

গুৱাহাটীৰ ৰিহাবাৰীত অগ্নিকাণ্ডৰ ঘটনা। ৰিহাবাৰিস্থিত নিয়োগ বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ এখন ৰঙৰ দোকানত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বিয়লি প্ৰায় ৪:৩০ বজাত সংঘটিত…

কল্পজ্যোতি শইকীয়া · April 6, 2020 6:16 pm