Author: কল্পজ্যোতি শইকীয়া
বিশ্বজুৰি কৰ’নাৰ কালসংহাৰী ৰূপ; অসমত অভাৱ পৰ্যাপ্ত চিকিৎসকৰ!
শেহতীয়াকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বতে কাল সংহাৰী ৰূপ ধাৰণ কৰা কৰ’নাক প্ৰতিহত কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO য়ে অহৰহ…
অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানত সোণালী বান্দৰৰ পোৱালি জন্ম
অসমবাসীৰ বাবে এটি সুখবৰ এই যে যোৱা বুধবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানত সম্প্ৰতি স্থাপিত প্ৰজনন কেন্দ্ৰত এটি মতা সোণালী…
ক’ৰ’না প্ৰতিহতৰ বাবে অসম চৰকাৰলৈ দুই কংগ্ৰেছী সাংসদৰ আৰ্থিক সাহায্য
ভাৰতবৰ্ষত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰ’না ভইৰাছে। ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে ইয়াক প্ৰতিহত কৰাৰ বাবে চেষ্টা চলাই আছে। শাসক-বিৰোধী…
ক্ৰাইম ব্ৰাঞ্চৰ গোচৰত জামিন লাভ কৃষক নেতা অখিল গগৈৰ
পানবজাৰস্থিত অপৰাধ শাখাৰ এক গোচৰৰ পৰা জামিন লাভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ…
মহানগৰীৰ ৰাজপথত ৰাছিয়ান যুৱতী…. আৰু তাৰ পাছত?
আজি বিয়লি প্ৰায় ৫ বজাত মহানগৰীৰ ৰাজপথত হাতত Home Quarantine ষ্টাম্প থকা এগৰাকী ৰাছিয়ান যুৱতী ঘূৰি ফুৰা ঘটনা পোহৰলৈ আহিছে। যুৱতীগৰাকীৰ নাম আমিনা বুলি…
ক’ৰ’নাৰ আতংকৰ বাবে ধিং এক্সপ্ৰেছ হিমা দাসে সলালে নিজৰ ট্ৰেক
এতিয়া সমগ্ৰ বিশ্বজুৰি কাল ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণা বা কভিড-১৯ ভাইৰাছে। ভাৰততো এই ভাইৰাছৰ কবলত বৰ্তমানলৈকে ৬ শতাধিক লোক আক্ৰান্ত হোৱাৰ…
কৰ’নাৰ সৈতে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ; কি ব্যৱস্থা লৈছে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা লোকক আছুতীয়াকৈ ৰাখিবৰ বাবে মহানগৰীৰ লখৰাস্থিত সৰুসজাই ষ্টেডিয়ামত নিৰ্মাণ কৰা হৈছে অস্থায়ী টেণ্ট। ৭০০ লোকক…
উত্তৰ-পূবত দ্বিতীয়জন কৰ’না আক্ৰান্ত মিজোৰামৰ ৫০ বছৰীয়া ব্যক্তি
উত্তৰ-পূবত দ্বিতীয়জন কৰ’নাত আক্ৰান্ত হোৱা ব্যক্তিৰ খবৰ আহি পৰিছে। মিজোৰামৰ ৫০বছৰীয়া এজন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত। লোকজনৰ দেহত COVID19 পজিটিভ…
কৰ’নাভাইৰাছ: শাসক-বিৰোধীক একেলগে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা কৰ’নাভাইৰাছৰ বিৰুদ্ধে শাসক-বিৰোধী সকলোকে একেলগে যুঁজ দিবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। ২০২০-২১ বৰ্ষৰ বাজেট গ্ৰহণৰ…
পৰিস্থিতিক গুৰুত্ব সহকাৰে গ্ৰহণ কৰক কাৰণ আমাৰ হাতত মাত্ৰ ১৫৫ খন আইচিয়ু বিচনাহে আছে : হিমন্ত বিশ্ব শৰ্মা
অসম বিধানসভাৰ অন্তিম দিনটোত আজি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’না ভাইৰাছৰ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি সম্বন্ধীয় প্ৰশ্নৰ উত্তৰ দিয়ে।…