Author: কল্পজ্যোতি শইকীয়া
সাহিত্য সভাৰ অধিৱেশনত কৈলাশ খেৰৰ হিন্দী গীত-নৃত্যক লৈ বিতৰ্ক, সৰ্বত্ৰে সমালোচনা
আজি সামৰণি পৰা অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত সাংস্কৃতিক সন্ধিয়াত কৈলাশ খেৰক নিমন্ত্ৰণ জনাই হিন্দী গীত-নৃত্যই অসমীয়া জাতিক চৰম অপমান কৰিলে’ জীতেন…
মহানগৰীত অবৈধ মাতৃত্বৰ বোজা লুকুৱাবলৈ ডাষ্টবিনত নিক্ষেপ নৱজাতকক!
গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত আজি ডাষ্টবিনত নিক্ষেপিত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হৈছে। দিচপুৰ থানাৰ অন্তৰ্গত হেঙেৰাবাৰীৰ জীৱনকৃষ্ণ পথৰ জি এম চিৰ ডাষ্টবিনত উদ্ধাৰ…
মহানগৰীৰ ছয়মাইলত দিন-ডকাইতি
গুৱাহাটী মহানগৰীৰ ছয়মাইলত আজি দুপৰীয়া এটা ডকাইতি কাণ্ড সংঘটিত হয়। এছ বি আইৰ ছয়মাইল শাখাৰ সমীপৰ পৰা হাতীগাঁৱৰ বসন্ত হাটীমূৰীয়া নামৰ লোকজনৰ…
ৰাজনৈতিক দল নহয়, ‘কা’ বাতিলহে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মূল লক্ষ্য : পলাশ চাংমাই
নতুন কোনো ‘ৰাজনৈতিক বিকল্প’ সৃষ্টি নকৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। দেওবাৰে মানগৰীৰ হোটেল অলংকাৰত অনুষ্ঠিত কাৰ্য্য নিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰে…
ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে নেকি মৰিগাঁৱৰ যুৱকজন? কি ক’লে চিকিৎসকে?
আজি পুৱাৰ ভাগত অসমৰ সংবাদ মাধ্যমত মৰিগাঁৱৰ এজন ব্যক্তিৰ দেহত ক’ৰ’না ভাইৰাচৰ লক্ষণ পোৱা বুলি এক বাতৰি প্ৰচাৰিত হৈছিল। কিন্তু প্ৰকৃততে ব্যক্তিজন…
এইবাৰৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কত কি প্ৰতিক্ৰিয়া অসম কংগ্ৰেছৰ?
আজি ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই শনিবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত দাখিল কৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত…
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবন্ধী আইন ২০১৬ ভংগ কৰাৰ অভিযোগ
ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰতিবন্ধী আইন ২০১৬ ভংগ কৰাৰ গুৰুতৰ অভিযোগ। শণিবাৰে…
‘কা’ৰ বিৰুদ্ধে মহানগৰীত NSUIৰ প্ৰতিবাদ; ৰাষ্ট্ৰীয় সভাপতিকে ধৰি শতাধিকক আটক
‘কা’ৰ বিৰুদ্ধে আজি গুৱাহাটীত NSUIৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি নিৰজ কুণ্ডনক মহানগৰ আৰক্ষীয়ে আটক কৰে। তেওঁৰ লগতে NSUIৰ অসমৰ…
অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে প্রাক্তন আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্য্যক নিযুক্তি
অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যক নিযুক্তি দিয়া হৈছে। অসম লোকসেৱা আয়োগৰ ভাৰপ্ৰাপ্ত…
সংবাদমেলৰ পাছতেই ৰাজীৱ ভৱনৰ পৰা গ্ৰেপ্তাৰ হ’ল NSUI ৰ ৰাজ্যিক উপ-সভাপতি
আজি দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে NSUI ৰ উপ-সভাপতি জুবেৰ আনমক। আজি বিয়লি প্ৰায় ২ বজাত দিচপুৰ আৰক্ষীয়ে ৰাজীৱ ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছে…