Author: কল্পজ্যোতি শইকীয়া
হজত খোজে খোজে চলে চিণ্ডিকেট : মুমিনুল আৱাল
অসমত হজ যাত্ৰাত খোজে খোজে চিণ্ডিকেট চলি থকাৰ গুৰুতৰ অভিযোগ আনিছে সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মুমিনুল আৱালে। ‘হজত খোজে খোজে চিণ্ডিকেট চলে।…
বিতৰ্কিত ‘মাজুলী গাভৰু’ : ফেইচবুকৰ মাধ্যমেৰে অসমবাসীক ক্ষমা খুজিলে বাবুৱে
জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ নতুনকৈ মুক্তি পোৱা ‘মাজুলী গাভৰু’ গীতক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল তাৰ পাছতে নিজৰ ফেইচবুক একাউন্টৰ জৰিয়তে ক্ষমা খুজিলে বাবুৱে।…
উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলি বিৰোধিতা অৰণ্য মানৱ যাদৱ পায়েঙৰ
উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলিভাৱে বিৰোধিতা কৰিলে পদ্মশ্ৰী সন্মানেৰে সন্মানিত অৰণ্য মানৱ যাদৱ পায়েঙে। গছৰ সুৰক্ষাৰ…
ব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰ : ঘোষণা কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ৰাজ্য জুৰি আন্দোলন, প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ…
শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাত দিল্লীত অসমৰ কংগ্ৰেছী সাংসদৰ প্ৰতিবাদ
সংসদৰ শীতলকালীন অধিৱেশনৰ দ্বিতীয় দিনা নুমলীগড় তেল শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে দিল্লীৰ সাংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ চাৰিগৰাকী কংগ্ৰেছী সাংসদে। ৰাজ্য…
আছুৰ নেতাৰ ঠিকাদাৰক ধন দাবীৰ পাছতে ‘চান্দা সংস্কৃতি’ নিষিদ্ধ জিলা প্ৰশাসনৰ
নুমলীগড় তেল শোধানাগাৰৰ এজন ঠিকাদাৰক ধন দাবী কৰা দুই আছু নেতাৰ টেলিফোনিক বাৰ্তালাপসহ নৰ্থ ইষ্ট নাওত যোৱা ১৪ নৱেম্বৰৰ দিনা এটা বাতৰি…
অখিল গগৈক অসমৰ মুখ্য মন্ত্ৰী পতাৰ ঘোষণা সুকুমাৰ বিশ্বাসৰ
আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বাঙালী যৌথ সমন্বয় সমিতিৰ সভাপতি তথা ন-বিজেপি নেতা সুকুমাৰ বিশ্বাসে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ…
মহা প্ৰভু হিমন্ত বিশ্ব শৰ্মাই কেবৰ ভুল বাখ্যা কৰি অসমৰ মানুহক বিপথে পৰিচালিত কৰিব বিচাৰিছে : অখিল গগৈ
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ আন্দোলন ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গুৱাহাটীৰ গান্ধীবস্তিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত দেওবাৰে এক সংবাদমেল সম্বোধন কৰি আন্দোলনৰ…
ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰিবলৈ ৰাহুল গান্ধীক সকীয়নি সাংসদ কুইন ওজাৰ
ৰাফাল বিমান কেতিয়াবাই ক্ৰয় কৰিব লাগিছিল যদিও কংগ্ৰেছে সেয়া নকৰিলে বুলি অভিযোগ কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই। আজি বিজেপিয়ে উলিওৱা…
বিদ্যালয়ৰ প্ৰধান শিক্ষকক আওপকীয়াকৈ ‘চাউল চোৰ’ সজালে শিক্ষা মন্ত্ৰীয়ে
নিজৰ বিভাগ চম্ভলাত সমূলি ব্যৰ্থ হোৱা শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আজি অতি দাম্ভিকৰ দৰে আচৰণ কৰে ৰাজহুৱাকৈ। মন্ত্ৰীজনে আজি মুকলিকৈ কয়, “মই…