NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

হোটেল ঋতুৰাজৰ কৰ্মচাৰী হেমেনৰ মৃত্যুক হত্যা বুলি সন্দেহ; আত্মীয় উপস্থিত নোহোৱাকৈ মৃতদেহ নমোৱাত ক্ষোভ

গুৱাহাটী মহানগৰীৰ হোটেল ঋতুৰাজত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা হোটেলখনৰে কৰ্মচাৰী হেমেন পাঠকৰ পৰিয়ালটোৱে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে আৰু…

কল্পজ্যোতি শইকীয়া · August 14, 2019 12:14 pm
অৰুণাচল

উচ্চতম ন্যায়ালয়লৈ সোৱণশিৰি বৃহৎ নদীবান্ধ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক প্ৰত্যাহ্বান জনাই ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছে অগপ নেতা তুলাৰাম গগৈয়ে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে প্ৰকল্পটোত সন্দৰ্ভত…

কল্পজ্যোতি শইকীয়া · August 13, 2019 10:36 pm
অসম

অপৰিচ্ছন্নতা, অনুজ্ঞাপত্ৰহীনতা, ম্যাদ ওকলা মচলা; ফুড ছেফটি বিভাগে ৭ দিনলৈ বন্ধ ৰাখিব মহানগৰীৰ ৯খন হোটেল

আজি দুপৰীয়া ফুড ছেফটি পৰিদৰ্শকে গণেশগুৰিৰ কেইবাখনো হোটেল-ৰেষ্টুৰেণ্ট অতৰ্কিতে পৰিদৰ্শন কৰে। এই অভিযানটোত সামৰি লোৱা কেইবাখনো হোটেলক পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনুজ্ঞাপত্ৰ আদি কাৰণত শাস্তিমূলকভাৱে…

কল্পজ্যোতি শইকীয়া · August 13, 2019 10:09 pm
অসম

স্বাধীনতা দিৱসৰ দিনটোত মহানগৰীৰ ক’ত ক’ত থাকিব ন’ পাৰ্কিং?

স্বাধীনতা দিৱসৰ দিনটোত গুৱাহাটী মহানগৰীৰ ক’ত ক’ত ন’ পাৰ্কিং থাকিব সেই সন্দৰ্ভত আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক সংবাদমেল সম্বোধন কৰে…

কল্পজ্যোতি শইকীয়া · August 13, 2019 7:45 pm
অসম

ছিমেষ্টাৰ পদ্ধতিত ব্যাপক খেলিমেলিৰ অভিযোগ; ৩০ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয় ঘেৰাও কৰিব এছ এফ আয়ে

“লুইতৰ পাৰ জিলিকাব”লৈ স্থাপন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ছিমেষ্টাৰ পদ্ধতিৰ নামত ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উঠিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত…

কল্পজ্যোতি শইকীয়া · August 13, 2019 7:05 pm
অসম

বেদখলকাৰীৰ কব্জাত বিজেপিৰ “অট্টালিকা”; ১৭ আগষ্টত “ঘৰ” এৰিব আৰ পি শৰ্মাই

পূৰ্বে দুৰ্নীতিপৰায়ণ আখ্যা দিয়া কংগ্ৰেছী নেতাকে এতিয়া বিজেপিয়ে আথে-বেথে দলৰ মজিয়াত ঠাই দিয়া দেখি দলটোৰ এগৰাকী নেত্ৰী মীৰা বৰঠাকুৰে নিজৰ হতাশা প্ৰকাশৰ…

কল্পজ্যোতি শইকীয়া · August 11, 2019 10:32 pm
অসম

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু ৰিপুন বৰাৰ ৰাজীৱ ভৱনত সংবাদমেল

দুদিন আগলৈকে কংগ্ৰেছৰ মজিয়াত থকা একাধিক নেতাই আজি বিজেপিত যোগদান কৰাৰ কেইঘণ্টামানৰ পিছতে ৰাজীৱ ভৱনত যুটীয়াভাৱে এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্য…

কল্পজ্যোতি শইকীয়া · August 11, 2019 10:09 pm
অসম

দলে দলে কংগ্ৰেছীৰ ‘প্ৰৱেশ’ৰ বিৰুদ্ধে বিজেপিৰ মজিয়াত প্ৰথমটো কণ্ঠ প্ৰতিধ্বনিত

ইজনৰ পিছত সিজন কংগ্ৰেছী নেতাক বিজেপিয়ে আদৰি লোৱা দেখি হতাশ হৈছে বিজেপিৰ পুৰণি নেতা-কৰ্মীৰ একাংশ, যাৰ ‘ক্ষোভ’ৰ প্ৰতিধ্বনি লাহে লাহে শুনা গৈছে।…

কল্পজ্যোতি শইকীয়া · August 11, 2019 6:11 pm
অসম

প্ৰাক্তন কংগ্ৰেছী সতীৰ্থক হিমন্তই সোঁৱৰাই দিলে বিজেপিৰ নীতি-আদৰ্শ

প্ৰাক্তন তিনিগৰাকীকৈ সতীৰ্থ কংগ্ৰেছী নেতাই দেওবাৰে বিজেপিত যোগদান কৰাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোঁৱৰালে বিজেপি দলৰ নীতি-আদৰ্শ। ড০হিমন্ত বিশ্ব শৰ্মা নিজেও…

কল্পজ্যোতি শইকীয়া · August 11, 2019 2:53 pm
অসম

আনুষ্ঠানিকভাৱে গেৰুৱা সাজ পিন্ধিলে তিনিগৰাকী কংগ্ৰেছী নেতাই

বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে বৰাক সম্ৰাট ৰূপে খ্যাত গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই।…

কল্পজ্যোতি শইকীয়া · August 11, 2019 12:29 pm