Author: কল্পজ্যোতি শইকীয়া
প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটিৰ বৈঠকত অনুপস্থিত ৰমেন বৰঠাকুৰ
দেওবাৰে দুপৰীয়া ৰাজীৱ ভৱনত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অনুশাসন কমিটিৰ বৈঠকত উপস্থিত নাথাকিল প্ৰদেশ কংগ্ৰেছৰ নিলম্বিত সাধাৰণ সম্পাদক…
আন দলৰ ‘অস্ত্ৰ’ই কংগ্ৰেছী হৈ তুলিছে ৰিপুণ বৰাৰ অপসাৰণ দাবী
প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা ৰিপুণ বৰাক অপসাৰণৰ দাবী তুলি শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি বৰাই মুক্তিযোদ্ধা আৰু কংগ্ৰেছীক জোতাৰ…
মহানগৰীত সাংবাদিক আক্ৰমণৰ ঘটনা : এজনক গ্ৰেপ্তাৰ
আজি পুৱা গুৱাহাটী মহানগৰীত সাংবাদিক আক্ৰমণৰ এক ঘটনা সংঘটিত হয়। কাহিলীপাৰাৰ ভগদত্তপুৰ তিনিআলিত সংঘটিত উক্ত ঘটনাত খৰ্গেশ্বৰ কলিতা নামৰ এজন লোকৰ আক্ৰমণত…
গুৱাহাটীত ওৰে নিশা ট্ৰাক চালকৰ ওপৰত বহিৰাগত ব্যৱসায়ীৰ আক্ৰমণ
গুৱাহাটীত যোৱা শুকুৰবাৰে নিশা বহিৰাগত ব্যৱসায়ীয়ে এগৰাকী ট্ৰাক চালকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। আক্ৰমণৰ বলি হোৱা ট্ৰাক চালক গৰাকীৰ নাম…
জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সকলো চিকিৎসা আৰু ঔষধ হ’ব বিনামূলীয়া : হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যত বৃদ্ধি পোৱা জাপানীজ একফেলাইটিছৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্যৰাখি আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভাৱনৰ ই-ব্লকত এখন সংবাদ…
অসমৰ সাংসদ আৰু কেডাৰ বিষয়াৰ সৈতে মুখ্য মন্ত্ৰীৰ সভা আৰু নৈশ ভোজ : বিৰোধী দলৰ সাংসদক নিমন্ত্ৰণ নজনোৱাত ক্ষোভ প্ৰকাশ দেবব্ৰত শইকীয়াৰ
৩ জুলাইৰ নিশা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ পৰা নৱ নিৰ্বাচিত বিজেপি আৰু মিত্ৰজোঁটৰ সাংসদ তথা কেডাৰ বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰীয়ে…
কেন্দ্ৰীয় বাজেট ২০১৯-২০: কাৰ কি প্ৰতিক্ৰিয়া?
নৰেন্দ্ৰ মোদীৰ প্ৰধান মন্ত্ৰিত্বৰ দ্বিতীয়খন চৰকাৰৰ প্ৰথমখন বাজেট কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে দাখিল কৰাৰ পিছতে বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।…
প্ৰতিবাদৰ ‘অপৰাধ’ত বিদ্যাৰ্থী বহিষ্কাৰ, ছয়গাওঁ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ
“মহাবিদ্যালয়বিৰোধী কাৰ্য্য-কলাপ আৰু কলেজৰ নীতি উলংঘা কৰা”ৰ অপৰাধত ছয়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষই চন্দন দাস আৰু উপাসনা দাস নামৰ দুগৰাকী বিদ্যাৰ্থীক বৃহস্পতিবাৰে বহিষ্কাৰ কৰিছে।…
মীন বিভাগত বৃহৎ ছিণ্ডিকেটৰাজ! ছিণ্ডিকেটত মন্ত্ৰী পীযুষ হাজৰিকা জড়িত থকাৰ অভিযোগ অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ
‘’ৰাজ্যৰ মীন বিভাগত চলি আছে এক বৃহৎ ছিণ্ডিকেট । ছিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা।‘’ গুৱাহাটী প্ৰেছ ক্লাৱত…
কংগ্ৰেছত পদত্যাগৰ জোৱাৰ : ৰাহুল গান্ধীৰ পদত্যাগৰ পাছতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু অসমৰ দায়িত্ব এৰিলে হৰিশ ৰাৱাটে
কংগ্ৰেছত এতিয়া উঠিছে পদত্যাগৰ জোৱাৰ। বুধবাৰে ৰাহুল গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ এৰাৰ ঠিক কিছু সময়ৰ পাছতে দলৰ ৰাষ্ট্ৰীয় সম্পাদক তথা…