Author: কল্পজ্যোতি শইকীয়া
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত উত্তপ্ত পৰিস্থিতি
এগৰাকী ৰোগীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়খনত ভৰ্তি হৈ…
অদীপ ফুকনসহ ৪জন জাতীয়তাবাদী নেতাৰ অসম সংগ্ৰামী মঞ্চত যোগদান
ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনে আজি আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চত আনুষ্ঠানিকভাৱে যোগদান কৰে। অসম সাহিত্য সভাৰ গুৱাহাটীৰ কার্যালয়ত দলটোৰ সভাপতি…
বানপানী আৰু গৰাখহনীয়াক যুটীয়াভাৱে ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী তুলিলে সাংসদ প্ৰদ্যুত বৰদলৈয়ে
মঙলবাৰে কয়লা কেলেংকাৰীৰ প্ৰসংগ উত্থাপনেৰে সংসদৰ মজিয়া উত্তাল কৰি তোলা নগাঁৱৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে বুধবাৰে সংসদৰ মজিয়াত উত্থাপন কৰে বানপানী…
‘অজানিতে মনে মনে’ জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতি
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নৰ আঁচনি ‘স্বচ্ছ ভাৰত অভিযান’ৰ নামত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বোলছবি নিৰ্মাণ কৰি বিয়াগোম দুৰ্নীতি সংঘটিত কৰা বুলি…
সংসদ চৌহদত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ
সংসদ ভৱনৰ চৌহদত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মূৰ্তি স্থাপনৰ দাবী জনালে অগপৰ নৱ- নিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। ভূপেন হাজৰিকাক ভাৰতৰ এগৰাকী…
ডিঙিত গামোছা লৈ নৰেন্দ্ৰ মোদীয়ে অসমৰ স্বাভিমান আৰু আবেগক লৈ খেলি আহিছে : ধৈয্য কোঁৱৰ
যোৱা সোমবাৰে কেন্দ্ৰীয় জলশক্তি বিভাগৰ মন্ত্ৰী ৰতনলাল কাটাৰিয়াই অসমৰ বান সমস্যাক কেন্দ্ৰই ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে বুলি কোৱাৰ লগতে বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়া…
কয়লা চিণ্ডিকেটক লৈ লোকসভাত প্ৰদ্যুৎ বৰদলৈৰ সৰৱ ভূমিকাৰ পিছতে সংবাদমেল বিজেপিৰ
অসমৰ কয়লা চিণ্ডিকেট প্ৰসংগত লোকসভাত মঙলবাৰে প্ৰদ্যুৎ বৰদলৈয়ে লোৱা সৰৱ ভূমিকাৰ পিছতে গুৱাহাটীত সংবাদমেলযোগে কংগ্ৰেছ নেতাজনক শাসক দল বিজেপিয়ে উভতি ধৰিছে। মঙ্গলবাৰে…
খেতিয়কৰ পৰাও কমিছন খায় চিণ্ডিকেটৰ মহানায়ক অখিল গগৈয়ে
অখিল গগৈ চিণ্ডিকেটৰ নায়ক নহয় মহানায়ক আৰু তেওঁ খেতিয়ক আৰু মেহনতী মানুহৰ পৰাও কমিছন খায়, অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা একেটা…
মহানগৰীৰ গণেশগুৰিৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ উচ্ছেদৰ ষড়যন্ত্ৰৰ আঁৰত কোন?
গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ উচ্ছেদ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ দুষ্ট চক্ৰ। দেওবাৰে মন্দিৰ প্ৰাঙ্গনত এক সংবাদমেল সম্বোধন কৰি…
প্ৰতিবাদী টেট শিক্ষকক তলা মাৰি ভৰাই থ’লে খানাপাৰা খেলপথাৰত, নাপালেহি দিচপুৰ
নিঃচৰ্ত বেতন সুৰক্ষাৰ দাবীৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ২০হাজাৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক প্ৰাথমিক শিক্ষক খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা…