Author: কল্পজ্যোতি শইকীয়া
দুফাল টেট শিক্ষক সমাজ, অসন্তুষ্টই কঁপাব দিচপুৰ, সন্তুষ্টসকল নাহে
শনিবাৰে ‘দিচপুৰ চলৌ’ কাৰ্য্যসূচীৰে দিচপুৰ কঁপাবলৈ সাজু প্ৰায় ২০ হাজাৰ টেট শিক্ষক। পুৱা ১০ বজাত মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা…
গুৱাহাটীৰ এইবাৰৰ দুৰ্গা পূজাৰ উপহাৰ হ’ব দেশৰ দীৰ্ঘতম ৰ’পৱে’
নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত স্বাস্থ্য ও বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা এপ্ৰিল মাহতে উত্তৰ গুৱাহাটী-গুৱাহাটী মহানগৰ সংযোগী ৰ’পৱে’ ৰাইজৰ বাবে মুকলি কৰি…
দিচপুৰ আৰক্ষীৰ জালত পৰিল হেলমেটত লুকুৱাই অনা ড্ৰাগছ সৰবৰাহকাৰী
ৰাজ্যত এতিয়া দিনক দিনে ব্যাপক ৰূপত বৃদ্ধি পোৱা বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগতে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ দৰে ঘটনা। বৃহস্পতিবাৰে আৰক্ষীৰ…
জি এম চি এইছ চৌহদৰ হোটেল, ৰেষ্টুৰেণ্টত খাদ্য সুৰক্ষা বিভাগৰ অভিযান
খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শক তৰুণ দাস আৰু বিষয়া চম্পক পাঠকৰ নেতৃত্বত যোৱা এটা পাঁচজনীয়া দলে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত থকা হোটেল…
‘সাংসদ হৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ’বলৈ চেষ্টা কৰিছে প্ৰদ্যুত বৰদলৈয়ে’
‘সাংসদ হৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ’বলৈ চেষ্টা কৰিছে প্ৰদ্যুত বৰদলৈয়ে।‘ বুধবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰদ্যুত বৰদলৈক এইদৰে কটাক্ষ…
কলমৰ আঁচোৰত নিৰ্ভৰ কৰিছে খিলঞ্জীয়াৰ ভৱিষ্যত: এন আৰ চিক লৈ সমুজ্জ্বল ভট্টাচাৰ্য্য
‘অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ নিশ্চিত ভৱিষ্যত সুৰক্ষিত হ’ব নে নহয়, সেইটো নিৰ্ভৰ কৰিব এন আৰ চিৰ সৈতে জৰিত বিষয়া-কৰ্মচাৰীৰ কলমৰ আঁচোৰৰ ওপৰত।‘ এন…
অহা বছৰৰ পৰা অসমৰ কলেজ, বিশ্ববিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী
অহা বছৰৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী। বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথিৰ ভাষণত…
গুৱাহাটীৰ লখৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
গুৱাহাটী মহানগৰীৰ লখৰাত আজি দুপৰীয়া ১:৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত ৪খনকৈ বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে ১জন ব্যক্তি…
মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ভুমি বিবাদৰ গোচৰ : কি ৰায় দিলে উচ্চ ন্যায়ালয়ে?
যোৱা ১৪ জুনৰ পৰা শিক্ষা ও গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ উলুবাৰীৰ বৰা চাৰ্ভিছস্থিত বাসগৃহৰ চৌহদৰ প্ৰৱেশ দ্বাৰত তলা ওলোমাই…
নিৰুদ্দিষ্ট সুৰুজ জামালৰ সন্ধানত আৰক্ষীয়ে বিচাৰি পালে কি?
মহানগৰীৰ গাড়ীগাঁৱৰ যুৱকৰ চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। নিৰুদ্দিষ্ট যুৱকজন মহানগৰীৰ গাড়ীগাঁও মেধিপাৰাৰ সুৰজ জামাল। যোৱা ১৪ জুনত নিজ ঘৰৰ…