Author: কল্পজ্যোতি শইকীয়া
যোৱা ৪০ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা সৃষ্টিৰ অভিলেখ মোদী চৰকাৰৰ : অখিল গগৈ
‘যোৱা ৪০ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা সৃষ্টিৰে মোদী চৰকাৰে অভিলেখ ৰচিলে।’ NSSO য়ে চলোৱা সমীক্ষাৰ তথ্য দাঙি আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত…
লোকসভা নিৰ্বাচনৰ পূৰ্বে উঃ পূঃৰ বেংকত হৈছে সন্দেহজনক ধনৰ বৃহৎ লেনদেন: আয়কৰ বিভাগ
বিজেপি শাসিত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ কনভয়ৰ পৰা নিৰ্বাচনী ব্যয় নিৰীক্ষকে ১কোটি ৮০লাখ টকা জব্দ কৰাৰ অভিযোগৰ মাজতে আসন্ন লোকসভা…
ঘোঁৰাত উঠি মূলাগাভৰুৰ বেশত আহি মনোনয়ন দাখিল জোনমণি দেৱী খাউণ্ডৰ
ঘোঁৰাত উঠি বীৰাংগনাৰ সাজেৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে। সহস্ৰাধিক সমৰ্থকৰ সৈতে শৰাইঘাট দলঙৰ…
গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ মনোনয়ন দাখিল
অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থৰ ৰক্ষাৰ বাবে আগন্তুক সপ্তদশ লোকসভা নিৰ্বাচনত অসমৰ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হোৱা প্ৰব্ৰজন বিৰোধী…
প্ৰদ্যুৎ বৰদলৈক ভোট দিবলৈ মুকলি সমৰ্থন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ
নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈলে মুকলি সমৰ্থন আগ বঢ়াইছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে। পৰিষদৰ সভাপতি ৰুবুল দাসে ৰহাত এখন…
খিলঞ্জীয়াৰ স্বাৰ্থত কোনো ৰাজনৈতিক দল নাই, সেয়ে মই নিৰ্দলীয়: উপমন্যু হাজৰিকা
‘খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কোনো ৰাজনৈতিক দল নাই।‘ মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু…
জনজাতিকৰণৰ সমাধানৰ বাবে বিজেপিক তাই আহোম যুৱ পৰিষদৰ সময়সীমা
কোনো এখন চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক কৰিব নোৱাৰিলে জনজাতিকৰণ। বিজেপি চৰকাৰ শাসনলৈ আহি ৬ মাহৰ ভিতৰতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে আশ্বাস…
কংগ্ৰেছত অব্যাহত খহনীয়া : এল ডি পিত যোগদান কংগ্ৰেছ নেত্ৰী চিন্ময়ী বৰদলৈৰ
লোকসভা নির্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আভ্যন্তৰীণ কন্দলে তীব্ৰ ৰূপ ধাৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত। ১ এপ্ৰিলত…
‘আমছু’ৰ গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক দিলবৰ ৰহমানৰ পদত্যাগ
দেওবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক দিলবৰ ৰহমানে সন্থাৰ মহানগৰ সমিতিৰ সভাপতিলৈ লিখিতভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰি…
এজন ‘ব্যতিক্ৰম’ প্ৰাৰ্থী; দুটা নিৰ্বাচনত এহেজাৰো ভোট নোপোৱা ভাস্কৰ শৰ্মাই দেখিছে জয়ৰ ৰেঙনি
লোকসভা নিৰ্বাচনৰ এগৰাকী ‘ব্যতিক্ৰম’ প্ৰাৰ্থী। নাম তেওঁৰ ভাস্কৰ শৰ্মা। ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগ বঢ়াইছে তেওঁ।…