NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

দেশৰ সেনাৰ কৰ্তব্যৰ ওপৰতো সন্দেহ কৰে কংগ্ৰেছে : ৰাম মাধৱ

দেশৰ সেনাৰ কামকাজৰ ওপৰত সন্দেহ কৰে কংগ্ৰেছে। দেওবাৰে ভাৰতীয় জনতা  পাৰ্টীৰ অসম প্ৰদেশৰ হেঙেৰাবাৰী কাৰ্যালয়ত  ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয়  সাধাৰণ সম্পাদক ৰাম মাধৱে বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি এইদৰে কয়। ইপিনে, বিৰোধী দল হিচাপে…

কল্পজ্যোতি শইকীয়া · March 25, 2019 9:35 am
অসম

দীৰ্ঘদিনে জনজাতিকৰণৰ দাবীত ৰাজপথ কঁপাই অহা ছয় জনগোষ্ঠীৰ নেতাক ‘টোপ’ দিলে নেকি বিজেপিয়ে?

২০১৪ চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছিল কেন্দ্ৰীয় আৰু ৰাজ্যিক শাসনাধীন বিজেপি চৰকাৰে। তাৰ সমান্তৰালকৈ…

কল্পজ্যোতি শইকীয়া · March 24, 2019 11:27 pm
অসম

চাহ বেপাৰী হিচাপে পৰিচয় দিব খোজা মোদীয়ে পিন্ধে লাখটকীয়া পোচাক : ৰাজীৱ কাকতি

বিজেপিৰ ‘পৰিৱৰ্তন’ৰ পৰা পৰিত্ৰাণ বিচাৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে হিন্দুস্থান নিৰ্মাণ দল। বিজেপিৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদৰ পৰা ফালৰি…

কল্পজ্যোতি শইকীয়া · March 24, 2019 10:23 pm
অসম

টিকট-বঞ্চিত হিমন্তলৈ ‘পুৰস্কাৰৰ আশ্বাস’ ৰাম মাধৱৰ; তাছালৈ ‘পুৰস্কাৰৰ আশ্বাস’ হিমন্তৰ

টিকটৰ পৰা বঞ্চিতসকলৰ ক্ষোভ প্ৰশমিত কৰিবলৈ বিজেপিত এতিয়া চলিছে “পুৰস্কৃত কৰা”ৰ আশ্বাসৰ জোৱাৰ। টিকট নিদিয়া বাবে অসন্তুষ্ট হৈ আগন্তুক নিৰ্বাচনত দলৰ ক্ষতি…

কল্পজ্যোতি শইকীয়া · March 24, 2019 10:11 pm
অসম

ৰাজনীতিৰ পৰা মুক্ত নহ’ল অসম ফুটবল সন্থা : সভাপতি পদত বহিলে মন্ত্ৰী নৱ কুমাৰ দলে

ৰাজনীতিৰ পৰা মুক্ত নহ’ল ৰাজ্যৰ ক্ৰীড়াজগত। ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগ আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ দৰে দুটাকৈ বিভাগৰ গুৰু দায়িত্বত থকা স্বত্তেও…

কল্পজ্যোতি শইকীয়া · March 24, 2019 6:22 pm
অসম

অসমৰ ১১ খন আসনত বিজেপিৰ সৈতে কোনো দলৰে নহয় প্ৰতিদ্বন্দ্বিতা : হিমন্ত বিশ্ব শৰ্মা

‘’লোকসভা নিৰ্বাচনত কোনো দলেই বিজেপিৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। অসমৰ ১১ খন আসনত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয়।‘’ দেওবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দৃঢ়তাৰে…

কল্পজ্যোতি শইকীয়া · March 24, 2019 2:49 pm
অসম

মই বিজেপিৰ বিৰুদ্ধে গছৰ মুঢ়া এটাকো ভোট দিবলৈ ভাল পাম : অখিল গগৈ

“অতি স্পষ্টভাৱে উত্থাপন কৰিব বিচাৰিছো মই অখিল গগৈয়ে নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এটা গছৰ মুঢ়াকো ভোট দিবলৈ ভাল পাম”, মাছখোৱাস্থিত…

কল্পজ্যোতি শইকীয়া · March 23, 2019 10:24 pm
অসম

নৰেন্দ্ৰ মোদীক উৎখাত কৰিব পৰাকৈ প্ৰচাৰ চলাবলৈ ৰাইজক আহ্বান দলিত নেতা জীগনেশ মেৱানীৰ

“মোৰ ভোট, মোৰ দেশ, মোৰ বিষয়” এই মন্ত্ৰ ৰাজ্য তথা দেশৰ সকলো কোণলৈ নি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে…

কল্পজ্যোতি শইকীয়া · March 23, 2019 9:28 pm
অসম

‘জিন্না’ৰ প্ৰসংগত হিমন্তক ইতিহাসৰ জ্ঞান দিলে জে এন য়ুৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে

কিছুদিন পূৰ্বে সংবাদ মাধ্যমত বক্তব্য ৰখাৰ সময়ত মুছলিম লীগৰ ‘জিন্না’ৰ নাম উচ্চাৰণ কৰি তথা বিধেয়ক গৃহীত নহ’লে অসমখন জিন্নাৰ হাতলৈ গুচি যাব’…

কল্পজ্যোতি শইকীয়া · March 23, 2019 8:27 pm
অসম

এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল, বিজেপিৰ ভিতৰুৱা ‘মিত্ৰ’ ঘোষণা আমছুৰ

সাধাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাজনীতিলৈ অত্যন্ত তাৎপৰ্য্যপূৰ্ণ বাৰ্তা কঢ়িয়াই সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই শুকুৰবাৰে সংখ্যালঘু-নিৰ্ভৰ এ আই ইউ দি এফক…

কল্পজ্যোতি শইকীয়া · March 22, 2019 9:46 pm