NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

কেইজনমান নেতাৰ গোপন এজেণ্ডা লৈ বিজেপিৰে মিত্ৰতা কৰিলে অগপই : ড০ জয়নাথ শৰ্মা

‘’অগপই দেখ দেখ কৈ অসমৰ ৰাইজক প্ৰবঞ্চনা কৰি বিজেপিৰ লগত মিত্ৰতা কৰিলে।‘’ বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ…

কল্পজ্যোতি শইকীয়া · March 13, 2019 4:34 pm
অসম

প্ৰসংগ পঞ্চায়ত-গ্ৰামোন্নয়ন কেলেংকাৰি : প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব বিজেপিয়ে

পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত নীতি বহিৰ্ভুতভাৱে একে ৰাতিৰ ভিতৰতে ৯৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পাছতেই ৰাজ্যজুৰি বিষয়টোৱে তুমুল চৰ্চা লাভ…

কল্পজ্যোতি শইকীয়া · March 12, 2019 10:08 pm
অসম

হাগ্ৰামাৰ ঘোষণা : কোকৰাঝাৰত লোকসভাৰ বিপিএফৰ প্ৰাৰ্থী হ’ব প্ৰমীলা ৰাণী ব্ৰহ্ম

লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হ’ব বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। বৰমাত হোৱা বিটিচিৰ  কাৰ্য্যনিৰ্বাহক বৈঠকৰ অন্তত কোকৰাঝাৰ সমষ্টিৰ…

কল্পজ্যোতি শইকীয়া · March 12, 2019 6:23 pm
অসম

পুলিচ ভেৰিফিকেশ্যন নিদিয়াকৈ কেনেকৈ পাব পাৰে চাকৰিত নিযুক্তি : বিজেপি নেতাৰ বাখ্যা

যোৱা ৬ মাৰ্চৰ দিনা পঞ্চায়ত ও গ্ৰামোন্নন বিভাগৰ ৯৪৫ টা পদৰ ফলাফল ঘোষণাৰ পাছদিনাই অৰ্থ্যাৎ ২৪ ঘন্টা নৌ হওঁতেই সেইসকলক পুলিচ ভেৰিফিকেশ্যন…

কল্পজ্যোতি শইকীয়া · March 12, 2019 3:36 pm
অসম

জনসংযোগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ এজাহাৰ

ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে অনুষ্ঠিত কৰা বিভাগটোৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি-অনিয়ম সন্দৰ্ভত অতি শীঘ্ৰে উচ্চ…

কল্পজ্যোতি শইকীয়া · March 10, 2019 8:36 pm
অসম

অগপৰ নির্বাচনী প্রস্তুতি : নেতাৰ অভাৱত বিধায়ককে লোকসভাত প্ৰাৰ্থিত্ব দিব অগপই

সমাগত লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমুহ। প্ৰতিটো দলেই নিজ নিজ নিৰ্বাচনী…

কল্পজ্যোতি শইকীয়া · March 10, 2019 8:24 pm
অসম

১৫ মাৰ্চৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ল’ব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে

অনুসূচিত জাতিক দীৰ্ঘদিন ধৰি প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে অহা ১৫ মাৰ্চৰ পৰা এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচীৰ ঘোষণা কৰিছে…

কল্পজ্যোতি শইকীয়া · March 10, 2019 2:43 pm
অসম

মহানগৰীত শিক্ষকৰ যৌন নিৰ্য্যাতনৰ বলি নাবালিকা ছাত্ৰী : পলাতক অভিযুক্ত শিক্ষক

গুৱাহাটীৰ হেঙেৰাবাৰীৰ লিচু বাগানত সংঘটিত হৈছে এক যৌন নিৰ্য্যতনৰ ঘটনা। টিউশ্যন মাষ্টৰৰ হাতত নিৰ্য্যাতিত হ’ল এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰী। ঘটনাৰ বিবৰণী…

কল্পজ্যোতি শইকীয়া · March 9, 2019 10:14 pm
অসম

অগপত চামিল হ’ল সুনীল ৰাজকোঁৱৰৰ নেতৃত্বৰ আঞ্চলিকতাবাদী অসম গণ পৰিষদ

অগপত পুনৰবাৰ যোগদান কৰিলে আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ নেতা সুনীল ৰাজকোঁৱৰে। শনিবাৰে তেওঁৰ সৈতে আঞ্চলিকতাবাদী অগপৰ সকলো বিষয়ববীয়াই অসম গণ পৰিষদত যোগদান…

কল্পজ্যোতি শইকীয়া · March 9, 2019 3:36 pm
অসম

চিআইডি তদন্তৰ অন্ত নপৰাকৈ কেনেকৈ ফলাফল দিলে পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগে?: অখিল গগৈ

চিআইডিৰ তদন্ত প্ৰক্ৰিয়া অন্ত নোহোৱাকৈ কেনেকৈ ফলাফল দিয়া হ’ল পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ? পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ফলাফল ঘোষণাৰ পাছতেই নিযুক্তি দিয়াক…

কল্পজ্যোতি শইকীয়া · March 8, 2019 9:23 pm