NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

লোকসভা নিৰ্বাচনৰ টিকট বিচাৰি ৰাজীৱ ভৱনত ভিৰ; গুৱাহাটীত ববিতা শৰ্মা আৰু ৰমেন বৰঠাকুৰৰ আৱেদন দাখিল

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী কেইবাজনো কংগ্ৰেছ নেতাই আজি ৰাজীৱ ভৱনলৈ গৈ টিকট বিচাৰি নিজৰ নিজৰ আৱেদন দাখিল কৰিছে। গুৱাহাটী, বৰপেটা,…

কল্পজ্যোতি শইকীয়া · February 15, 2019 3:42 pm
অসম

ৰাজ্যত শীঘ্ৰে আৰম্ভ হ’ব বহুকেইটা চি এন জি ষ্টেশ্যন

‘ৰাজ্যৰ বিভিন্ন চহৰ-নগৰত চি এন জি (Compressed Natural Gas) ষ্টেশ্যন নিৰ্মাণ কৰা হ’ব, নতুনকৈ এই ষ্টেশ্যনসমূহ নিৰ্মাণ কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে।’…

কল্পজ্যোতি শইকীয়া · February 14, 2019 11:08 pm
অসম

মিত্ৰতা বিচাৰি পুনৰ বিজেপিৰ দুৱাৰত টুকুৰিয়াবলৈ আগ্ৰহী অগপ!

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ আয়ুস ৰাজ্যসভাতে অন্ত পৰাৰ পিছত ইয়াৰ বাবেই বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰা অগপ পুনৰ মিত্ৰতাৰ বাবে আগ্ৰহী নেকি?…

কল্পজ্যোতি শইকীয়া · February 14, 2019 9:54 pm
অসম

শেষদিনালৈকে চলা বিজেপিৰ অপপ্ৰচাৰ গুৱাহাটীত ভৰি থৈয়ে উদঙাই দিলে ভুৱনেশ্বৰ কলিতাই

যুদ্ধজয়ী বীৰ-সদৃশ বিপুল আদৰণিৰ মাজত গুৱাহাটীত ভৰি থৈয়েই কংগ্ৰেছ সাংসদ ভুৱনেশ্বৰ কলিতাই উদঙাই দিয়ে নাগৰিকত্ব বিধেয়কক লৈ ৰাজ্যসভা অধিৱেশনৰ শেষ দিনটোলৈকে বিজেপিয়ে…

কল্পজ্যোতি শইকীয়া · February 14, 2019 6:01 pm
অসম

বিধেয়ক গ’ল, গুৱাহাটীৰ ৰাজপথত এইবাৰ জ্বলিল অসম চুক্তি

১৯৭৯ চনৰ পৰা ৬ বছৰীয়া অসম আন্দোলনৰ পাছত সদৌ অসম ছাত্ৰ সন্থা আৰু সেই সময়ৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মাজত ১৯৭১ চনটো…

কল্পজ্যোতি শইকীয়া · February 13, 2019 10:51 pm
অসম

অসমজুৰি বিজয় উল্লাস! কোনে কি ক’লে?

বিজেপি চৰকাৰে ‘বিতৰ্কিত’ তথা ‘জাতিধ্বংসী’ বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰাক কেন্দ্ৰ ৰাজ্যৰ চৌদিশে এতিয়া আনন্দৰ বন্যা। জাতিধ্বংসী বিলখনৰ বিৰুদ্ধে প্ৰায় দুটাকৈ বৰ্ষ…

কল্পজ্যোতি শইকীয়া · February 13, 2019 10:37 pm
অসম

কৃষক মুক্তিৰ প্ৰতিবাদী সমদলত যুৱকে গাৰ তেজেৰে লিখিলে ‘জয় আই অসম’

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মেঘালয় আৰু মিজোৰামৰ মুখ্য…

কল্পজ্যোতি শইকীয়া · February 13, 2019 2:48 pm
অসম

ই ভি এমৰ খেল নেখেলিলে বিজেপিৰ পতন নিশ্চিত কৰিব অসমৰ ৰাইজে : প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ

“জনতাৰ প্ৰত্যেকটো আন্দোলন বিজেপিয়ে নস্যাৎ কৰিব বিচাৰিছে। গতিকে আগন্তুক নিৰ্বাচনত জনসাধাৰণে নস্যাৎ কৰিব তেওঁলোকক, অৱশ্যে যদিহে ই ভি এমৰ খেল নেখেলে দলটোৱে”,…

কল্পজ্যোতি শইকীয়া · February 13, 2019 7:11 am
অসম

১৩ ফেব্ৰুৱাৰিত ৰাজ্যসভাত উত্থাপন নহয় বিতৰ্কিত বিধেয়ক!

চলিত বাজেট অধিৱেশনৰ অন্তিম দিন ১৩ ফেব্ৰুৱাৰিত ৰাজ্যসভাত উত্থাপিত নহয় বিতৰ্কিত বিধেয়ক। এই কথা নৰ্থ-ইষ্ট নাওক টেলিফোনিক বাৰ্তালাপত জনাইছে অসমৰ কংগ্ৰেছী সাংসদ…

কল্পজ্যোতি শইকীয়া · February 12, 2019 9:37 pm
অসম

“হেংদাং নহয় বন্দুক লৈ সৰ্বা-হিমন্তক প্ৰত্যুত্তৰ দিবলৈ গাত শক্তি আছে অসমীয়া ডেকাৰ”

হেংদাং নহয় বন্দুক লৈ সৰ্বা-হিমন্তক প্ৰত্যুত্তৰ দিবলৈ গাত শক্তি আছে অসমীয়া ডেকাৰ, মঙলবাৰে এই হুংকাৰ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি…

কল্পজ্যোতি শইকীয়া · February 12, 2019 9:29 pm