Author: কল্পজ্যোতি শইকীয়া
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজো ওলাই আহিল নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে
নাগৰিকত্ব সংশোধনী বিধেয়কে অসম অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰি থকাৰ মাজতে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ ওলাই আহিল বিধেয়কখনৰ বিৰুদ্ধে। আজি বিয়লি চাৰি…
সাংসদ ৰমেন ডেকাৰ বাসগৃহৰ সন্মুখত ক’লা পতাকা উৰুৱাই কৃষক মুক্তিৰ প্ৰতিবাদ
অসমীয়াৰ আবেগ-অনুভুতিক জলাঞ্জলি দি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষে যুটীয়া সংসদীয় কমিটিয়ে সংসদত প্ৰতিবেদন দাখিল কৰাক কেন্দ্ৰ কৰি আজি অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে…
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ‘জিন্না’সকলক খেদিবৰ বাবে কৰা হৈছে : হিমন্ত বিশ্ব শৰ্মা
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ প্ৰকৃত বিদেশী চিনাক্তকৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে বিজেপিৰ দক্ষ…
সোণোৱালৰ দৰে কামিহাড় নথকা মুখ্য মন্ত্ৰী অসমত জন্ম হোৱা নাই : তৰুণ গগৈ
‘সোণোৱাল নকলি জাতীয় নায়ক তেওঁৰ দৰে কামিহাড় নথকা মুখ্য মন্ত্ৰী অসমত জন্ম হোৱা নাই।‘ দেওবাৰে এক সংবাদমেলযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে…
বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয় ঘেৰাও কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অধিক তীব্ৰতৰ আন্দোলনত জঁপিয়াই পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয় ঘেৰাও কৰে।…
ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক বিদেশীৰ নামত বিভিন্ন সংগঠনে হাৰাশাস্তি কৰি আহিছে : আমছু
ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলক বিদেশী সজোৱাৰ নামত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক সংগঠনে হাৰাশাস্তি কৰি আহিছে।‘ শনিবাৰে আমছুৰ উপদেষ্টা আজিজুৰ…
বৃদ্ধাশ্ৰম উদং কৰি চিৰবিদায় স্বাধীন অসমৰ স্বপ্নদ্ৰষ্টা মুকুল মহন্ত পত্নীৰ
মাদাৰ অ’ল্ড এ’জ হ’ম উদং কৰি শনিবাৰে পুৱা চিৰবিদায় মাগিছে স্বাধীন অসমৰ স্বপ্নদ্ৰষ্টা মুকুল মহন্তৰ পত্নী মিনতি মহন্তই। পুৱা ১০:০৫ত হাতীগাওঁস্থিত বৃদ্ধাবাসটোত…
হৈ চৈ কৰি লাভ নহ’ব, খিলঞ্জীয়াক সুৰক্ষিত কৰিবই বিজেপিয়ে: প্ৰতিজ্ঞা জয়ন্ত মল্লৰ
নাগৰিকত্ব বিধেয়কলৈ নৰেন্দ্ৰ মোদীৰ মুকলি সমৰ্থনে সৃষ্টি কৰা ৰাজ্যজোৰা ব্যাপক ক্ষোভৰ বিপৰীতে বিজেপি অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাত দৃঢ় প্ৰতিজ্ঞ বুলি মন্তব্য কৰিছে দলটোৰ…
সংসদৰ গুৰুত্বপূৰ্ণ বিতৰ্কৰ পৰা আঁতৰি শিলচৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধান মন্ত্ৰী : গৌৰৱ গগৈ
শুকুৰবাৰে লোকসভাৰ শীতকালীন অধিৱেশনত দুটাকৈ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছিল। অথচ তাৰ পৰা নিজকে আঁতৰাই ৰাখি প্ৰধান মন্ত্ৰী মোদীয়ে বৰাক উপত্যকাৰ শিলচৰৰ নিৰ্বাচনী…
মোদীৰ নিৰ্বাচনী প্ৰচাৰ : ২০১৪-ত ‘টালি-টোপোলা বান্ধিব লাগিব বাংলাদেশীয়ে’, ‘১৯-ত ‘স্বাগতম হিন্দু বাংলাদেশী’
২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে ভাষণত ডিঙিৰ সিৰ ফুলাই কৈছিল যে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব। বাংলাদেশীক…