Author: কল্পজ্যোতি শইকীয়া
সোণাপুৰত আৰ্চাৰৰূপে ধনুত টংকাৰ কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৰ
অখিল ভাৰতীয় বনবাসী কল্যান আশ্ৰম, অসমৰ উদ্যোগত সোণাপুৰৰ টেপেচিয়া লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষানুষ্ঠানত যোৱা ২৭ ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ২১ তম…
নৱবৰ্ষৰ প্ৰাক্ক্ষণত ‘এলেহুৱা’ অসমীয়া যুৱকক ৰাজপথ এৰি ‘কৃষিমুখী’ হোৱাৰ আহ্বান জীতেন দত্তৰ
ইংৰাজী নৱবৰ্ষৰ প্ৰাক্ক্ষণত ‘এলেহুৱা’ অসমীয়া জাতিৰ যুৱকক ৰাজপথ এৰি কৃষিমুখী হ’বৰ বাবে আহ্বান জনাইছে যুদ্ধবিৰতিত থকা আলফা নেতা জীতেন দত্তই। নতুন বছৰক…
জুই আৰু ধোঁৱাত আবদ্ধ ৬৮ টা শিশু-নৱজাতক জিএমচিএইচৰ আইচিইউত
জিএমএইচত আজি হঠাতে হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ৬৮ টিকৈ শিশু তথা নৱজাতক জুই আৰু ধোঁৱাৰ মাজত আবদ্ধ হৈ পৰাৰ পাছতে চিকিৎসালয়খনত সৃষ্টি…
চিকিৎসকক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ‘ধনদাবী’ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন শীৰ্ষ নেতাৰ
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতেলৰ স্নায়ু শল্য চিকিৎসক ডাঃ ধ্ৰুৱজ্যোতি কুৰ্মীয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিৰুদ্ধে উত্থাপন কৰা ধাৰাবাহিক ধনদাবীৰ অভিযোগ…
নৈশ স্বপ্নৰ নিৰ্দেশত চলমান অখিল গগৈ!
ৰাতি দেখা সপোন মতে চলে অখিল গগৈ! আনে নক’লেও অসম বিজেপিৰ মতে এই কথাই সত্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনৰ ক্ষেত্ৰত। অসমৰ…
বিজেপিয়ে নামকৰণ কৰিলে কংগ্ৰেছৰ দুখন চলচ্চিত্ৰৰ নাম, কি এই চলচ্চিত্ৰ?
এইবাৰ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰই নামাকৰণ কৰিলে কংগ্ৰেছ দলৰ দ্বাৰা পৰিচালিত, প্ৰযোজিত তথা নিবেদিত দুখন চলচ্চিত্ৰৰ নাম। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে আজি…
আজমল মৌলবাদী, বিজেপিৰ দৰে আজমলে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰে : অখিল গগৈ
কালি দক্ষিণ শালমাৰাৰ মানকাচৰৰ হাট শিঙিমাৰিৰ ই টিভি ভাৰতৰ সাংবাদিক কবিৰ মণ্ডলক ধুবুৰী সমষ্টিৰ সাংসদ তথা এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলে প্ৰাণে মৰাৰ…
বদৰুদ্দিন আক্ৰান্ত সাংবাদিক এ আই ইউ দি এফৰে প্ৰাক্তন কৰ্মচাৰী!
বুধবাৰে এ আই ইউ দি এফ মুৰব্বী বদৰুদ্দিন আজমলৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক কবীৰ মণ্ডল কাকতালীয়ভাৱে দলটোৰে এগৰাকী প্ৰাক্তন কৰ্মচাৰী। অসমৰ ইতিহাসত…
ৰাজহুৱাভাৱে ক্ষমা খোজক আজমলে! আজমলক গ্ৰেপ্তাৰৰ দাবীত দিচপুৰ থানাত গোচৰ ডিমজাৰ
আজমলে ২৬ ডিচেম্বৰত মানকাচৰত এজন সাংবাদিকক কৰা অভব্য আচৰণ তথা সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়াক কেন্দ্ৰ কৰি ডিজিটেল মিডিয়া এচ’ছিয়েশ্বন অব আসাম চমুকৈ…
সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা ‘আজমল’ৰ পুত্তলিকা দাহ; কাইলৈ এ আই য়ু ডি এফৰ কাৰ্য্যালয়ত তলা ওলমাব কৃষক শ্ৰমিক উন্নয়ন পৰিষদে
নিজকে সংখালঘুৰ ত্ৰাণকৰ্তা হিচাপে পৰিচয় দি অহা এ আই য়ু ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে ২৬ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে মানকাচৰত…