Author: কল্পজ্যোতি শইকীয়া
পকেটৰ পৰাই অন্তৰ্ধান ছাৰ্ভিচ পিষ্টল! সন্দেহৰ আৱৰ্তত উপ-পৰিদৰ্শক ৰাম ৰৌতীয়া
গুৱাহাটীৰ চানমাৰি থানাত কৰ্তব্যৰত এজন আৰক্ষী উপ-পৰিদৰ্শকৰ দায়িত্বহীনতাৰ বাবে এটা গুলীভৰ্তি পিষ্টল কোনো দুষ্ট লোকৰ হাতলৈ যোৱাৰ সন্দেহৰ সৃষ্টি কৰিছে। লগতে এজন…
মানসিক বিকাৰগ্ৰস্তক শীতল মস্তিষ্কৰে হত্যা কৰি জাতিটোকে লজ্জিত কৰিলে আৰক্ষীয়ে : অখিল গগৈ
‘মানসিক বিকাৰগ্ৰস্ত লোক এজনক শীতল মস্তিস্কৰে গুলীয়াই হত্যা কৰি সমগ্ৰ পৃথিৱীৰ ওচৰত অসমীয়া জাতিক লজ্জিত কৰিলে গোলাঘাট আৰক্ষীয়ে। গোলাঘাটত এজন মানসিক বিকাৰগ্ৰস্ত…
হয় নাগৰিকত্ব বিধেয়ক বাতিল, নহয় মৃত্যুক বৰণ; দিল্লীলৈ বুলি ৭০টা সংগঠন
হয় নাগৰিকত্ব বিধেয়ক বাতিল, নহয় মৃত্যুক বৰণ! এই চৰম সংকল্পৰে নাগৰিকত্ব বিধেয়ক বাতিল নোহোৱা পৰ্য্যন্ত নতুন দিল্লীত আমৰণ অনশনত বহিবলৈ ওলাইছে অসম…
চাইবাৰ অপৰাধৰ সৈতে জড়িত দিচপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ? শতাধিক চিম, এ টি এম কাৰ্ড জব্দ
দীৰ্ঘদিন ধৰি মোবাইল লেপটপ ইত্যাদি চুৰি বস্তু কম দামত কিনি অধিক দামত বিক্ৰী কৰা কাৰ্য্যত লিপ্ত হৈ থকা দিচপুৰ আইন মহাবিদ্যালয়ৰ এজন…
প্ৰফুল্ল মহন্তই বিদেশীক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে : উপমন্যু হাজৰিকা
‘প্ৰফুল্ল মহন্তই বিদেশীক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে।‘ বৃহস্পতিবাৰৰ সংবাদমেলত এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ মুখ্য আহ্বায়ক উপমন্যু…
ভোটৰ স্বাৰ্থতেই নে সঁচাকৈয়ে মনৰ কথা ক’লে মুখ্য মন্ত্ৰী সোণোৱালে?
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চাৰিওফালে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মূহুৰ্ততো জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে নিমাতী কন্যাৰ ৰূপ লৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাত। তাৰ…
অগপই আমাৰ সৈতে মিত্ৰতা ভংগ কৰিলে : বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ
‘অগপ দলে আমাৰ সৈতে মিত্ৰতা ভংগ কৰিলে।‘ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত বহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ। উল্লেখ্য…
মাত্ৰ দহ দিন পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হায়েনাই সাবটিলে মৃত্যুক
যোৱা ২৫ নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানালৈ ৰাঁচীৰ ভগৱান বিৰচা প্ৰাণী উদ্যানৰ পৰা অনা হৈছিল এটা হায়েনা আৰু দুটাকৈ অষ্ট্ৰিক পক্ষী। কিন্তু দুৰ্ভাগ্যবশতঃ ১ ডিচেম্বৰত শাৰীৰিকভাৱে যথেষ্ট অসুস্থ হায়েনাটোৱে মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি পুৱতি নিশা প্ৰায় ৩ বজাত মৃত্যুক আঁকোৱালি লয়। চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীয়ে ‘নৰ্থ-ইষ্ট নাও’ক জানিবলৈ দিয়া মতে…
পঞ্চায়ত নিৰ্বাচন! প্ৰয়োজনত অধিক হেলিকপ্টাৰ উৰুৱাব বিজেপিয়ে : পবিত্ৰ মাৰ্ঘেৰিটা
“ভাৰতীয় জনতা পাৰ্টী পৃথিৱীৰ ভিতৰতে এটা সৰ্বাধিক সদস্য থকা দল। ৰাজ্যত ২৭ লাখ বিজেপি সদস্য আছে। গতিকে নিৰ্বাচনী প্ৰচাৰত দৰকাৰ হ’লে ইয়াতকৈ…
অসম বিজেপি মুখপাত্ৰ মাৰ্ঘেৰিটাৰ মতে কংগ্ৰেছ তত্ত্বাৱধায়ক ৰাৱত “মহা দুৰ্নীতিপৰায়ণ”
অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱতক “মহা দুৰ্নীতিপৰায়ণ”ৰূপে অভিহিত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই। মাৰ্ঘেৰিটাৰ মতে অসমৰ…