Author: কল্পজ্যোতি শইকীয়া
সম্প্ৰীতিৰ বিৰল নিদৰ্শন! পাঞ্জাবাৰীত হিন্দু-মুছলমানে একেলগে মিলি পাতিছে দুৰ্গোৎসৱ
অসমৰ সমাজখনত বৰ্তি থকা কৌটিকলীয়া ধৰ্মীয় সম্প্ৰীতি এটা গুজৱ নহয়। ই বাস্তৱ। তাৰ প্ৰমাণ আমি মাজে মাজে পায়ে থাকো। প্ৰতি বছৰে দুৰ্গা…
প্লাষ্টিকৰ পৰা হোৱা দুৰ্গতি নাশ! গুৱাহাটীৰ কোনখন পূজাত প্লাষ্টিকৰ পৰিৱৰ্তে কাপোৰৰ কেৰিবেগ, মাটিৰ পাত্ৰ আৰু কলপটুৱা?
কাইলৈৰ পৰা পাঁচদিনীয়াকৈ দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো উদযাপিত হ’ব শাৰদীয় দুৰ্গোৎসৱ। এইবাৰ মহানগৰৰ কেইখনমান বিশেষ পূজা মণ্ডপত প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ…
হিন্দু বাঙালী সংগঠনক হুংকাৰ জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ : ১৫০০ কৰ্মীৰে ঘেৰাও কৰিব খানাপাৰাৰ সমাৱেশস্থলী
হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া বিষয়টোক পৃষ্ঠভূমি হিচাপে লৈ অসমত আকৌ অসমীয়া-বাঙালীৰ সংঘাতৰ দুৱাৰ মুকলি কৰা হৈছে নেকি? নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত সমাৱেশ…
দুৰ্গা পূজাত গুৱাহাটীত দৰ্শন নাপাব ছাগলী মাংসৰ
সোমবাৰে মহা ষষ্ঠী। পূজাৰ আনন্দ উল্লাসত আপুনি জেলেপি বা অন্যান্য মিঠাইৰ সোৱাদ ল’বলৈ পালেও নাপাব ছাগলী মাংসৰ সোৱাদ। সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ গুৱাহাটীৰ…
ভয় খুৱাব নালাগে, জনসাধাৰণৰ ওচৰ চাপিব লাগে আৰক্ষী: হীৰেন নাথ
এসময়ত শিক্ষকৰ হাতত আছিল বেত, কোৱা হৈছিল চেকনিৰ আগত বিদ্যা; কিন্তু আজি সেয়া এক অপৰাধ। সময়ৰ সৈতে আৰক্ষীৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ…
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ পুনৰীক্ষণৰ দাবী এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে ১০ শতাংশ পুনৰীক্ষণ কৰাৰ বাবে প্ৰদান কৰা নিৰ্দেশক আদৰণি জনোৱা অসম প্লাবিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই…
অসমত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চুপাৰি ছিণ্ডিকেট; জড়িত আছে বিজেপিৰ নেতা-বিধায়ক-মন্ত্ৰী : অখিল গগৈৰ অভিযোগ
“অসম এখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চুপাৰি ছিণ্ডিকেটৰ ৰাজ্যত পৰিণত হৈছে, য’ত আৰক্ষী, প্ৰশাসন আৰু মন্ত্ৰীৰ ছত্ৰছায়াত ৰাজ্যৰ কেইবাগৰাকী চুপাৰি মাফিয়াই মুক্তমনে চুপাৰি ছিণ্ডিকেট…