Author: কল্পজ্যোতি শইকীয়া
কেবিনেটৰ সিদ্ধান্ত: প্ৰতিবছৰে প্ৰদান কৰা হ’ব অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা
অসম চৰকাৰৰ কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত প্ৰতিবছৰে বিশিষ্ট ব্যক্তিলৈ অসম ৰত্নকে ধৰি মুঠ চাৰিটা বঁটা প্ৰদানৰ সিদ্ধান্তও…
ছ’চিয়েল মিডিয়াৰ নায়ক নগাঁওৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ
ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক ৰূপত অভিযান চলাই ইতিমধ্যে ছ’চিয়েল মিডিয়াৰ নায়ক হিচাপে পৰিগণিত হোৱা নগাওঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী…
মধ্যাহ্ন ভোজন ৰান্ধনীৰ দুখ দুৰ্দশা বৰ্ণনা কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ ৰান্ধনী সহায়িকা সন্থাৰ
কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজত খাটি খোৱা লোকসকলৰ সমান্তৰালকৈ মধ্যাহ্ন ভোজনৰ অধীনৰ ৰান্ধনী সহায়িকা সকলৰো পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেয়েহে দেওবাৰে মধ্যাহ্ন…
APDCLলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কি সেই নিৰ্দেশনা?
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত বিভাগটোৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনৰ তিনিওটা…
ক’ভিড আতংকৰ মাজতে এটি সুখবৰ; উত্তৰ-পূৰ্বাঞ্চলৰ ডঃ দিব্যজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা
ডিজিটেল মাধ্যম জৰিয়তে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ড° দিব্যজ্যোতি শইকীয়াক সন্মানীয় “ৰাষ্ট্ৰীয় গৌৰৱ বঁটা”প্ৰদান আগবঢ়াইছে…
কেতিয়া অনুষ্ঠিত হ’ব মেট্ৰিক-হায়াৰ চেকেণ্ডেৰী পৰীক্ষা? জনালে শিক্ষামন্ত্ৰীয়ে
ভয়াৱহ কোভিড পৰিস্থিতিৰ বাবেই CBSE ৰ অধীনৰ মেট্ৰিক পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে। তেনে পৰিস্থিতিত অসমত SEBA আৰু AHSEC য়ে পৰীক্ষা অনুষ্ঠিত…
বিশ্ব পৰিৱেশ দিনাই ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়াৰ সিদ্ধান্ত
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বিটিআৰৰ ৰাইমনা অভয়াৰণ্যলৈ আহিছে এক ভাল খবৰ। আজিৰে পৰা ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।…
ৰাজ্যত ৬ জুনৰ পৰা ১৬ জুনলৈ বলৱৎ হ’ব নতুন SOP, কেইবজাত বন্ধ কৰিব লাগিব দোকান-পোহাৰ?
অসমৰ কোভিড পৰস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিততে কোভিড SOP ৰ ক্ষেত্ৰত কিছু সাল-সলনি ঘটোৱা হৈছে। সেইমৰ্মে ৰাজ্যত ৬ জুনৰ পৰা ১৬ জুনলৈ…
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক নাকি লগাবলৈ স্বাস্থ্য বিভাগৰ কেতবোৰ সিদ্ধান্ত; বান্ধি দিলে নিৰ্দ্ধাৰিত মাচুল
বিভিন্ন সময়ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৰোগীৰ পৰা নিজৰ খেয়াল খুচি অনুসৰি মাচুল আদায় কৰাৰ অভিযোগ উঠি আহিছিল। এনে পৰ্য্যায়ো পাইছিল যে অত্যাধিক…
লংকাত চিকিৎসক আক্ৰমণ কাণ্ড: মহিলাসহ ২৪ গৰাকী লোকক গ্ৰেপ্তাৰ
ক’ৰ’নাতংকই বিৰাজ কৰা অসমত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হোজাই জিলাৰ লংকাৰ ফুলতলি মডেল হাস্পতালত মঙলবাৰে গিয়াছুদ্দিন নামৰ…