Author: কল্পজ্যোতি শইকীয়া
দুই এদিনতে নৱ-নিযুক্ত শিক্ষক-টিউটৰে লাভ কৰিব পাৰিতোষিক; বিত্ত বিভাগে মুকলি কৰি দিলে ধন
চলিত বৰ্ষৰ জানুৱাৰী মাহত নিম্ন আৰু উচ্চ বুনিয়াদী বিদ্যালয়ত নিযুক্তি লাভ কৰা ১১,১৩৫ গৰাকী শিক্ষকে নিয়মীয়াকৈ পাৰিতোষিক লাভ কৰিব বুলি এক সংবাদমেলযোগে…
সাজু হওঁক পৰীক্ষাৰ্থী! খুব সোনকালে অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষা; ঘোষণা শিক্ষামন্ত্ৰীৰ
ভয়াবহ কোভিড পৰিস্থিতিৰ বাবে আজি পৰ্য্যন্ত অনুষ্ঠিত কৰিব পৰা নগ’ল ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। যাৰ বাবে অনিশ্চয়তাত…
কিদৰে হ’ব চৰকাৰে ঘোষণা কৰা ১ লাখ পদত নিযুক্তি? জনালে বিত্তমন্ত্ৰী অজন্তা নেওগে
চৰকাৰে ইতিমধ্যে ঘোষণা কৰা ১ লাখ নিযুক্তি কিদৰে হ’ব সেই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মঙলবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ইয়াৰ এক বহল…
কোভিড মহামাৰী নিয়ন্ত্ৰণত আৰু ভেকচিন প্ৰদানত চুড়ান্ত ব্যৰ্থ অসম চৰকাৰ : ৰাইজৰ দলৰ গুৰুতৰ অভিযোগ
কোভিড মহামাৰী নিয়ন্ত্ৰণত তথা ভেকচিন প্ৰদানৰ ক্ষেত্ৰত চুড়ান্ত ব্যৰ্থ বিজেপি চৰকাৰ। এই গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ। দেওবাৰে ৰাইজৰ দলৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এক…
সাৱধান মহানগৰবাসী : গুৱাহাটীত দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্যই ৰূপ লৈছে ৰেপিড’ চালকৰ
এইবাৰ ৰেপিড’ চালকৰ ৰূপত গুৱাহাটীত দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্য সক্ৰিয় হৈ উঠিছে। ইতিমধ্যে মহানগৰ আৰক্ষীয়ে ৰেপিড’ চালকৰূপত গুৱাহাটীত সক্ৰিয় হৈ থকা এগৰাকী উগ্ৰপন্থীক…
৭ জুনৰ পৰা ৰাজ্যত আৰম্ভ হ’ব সামান্য আনলক প্ৰক্ৰিয়া; কি ইংগিত দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে?
ৰাজ্যত অহা ৭ জুনৰ পৰা সামান্য আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় ‘সামান্য আনলক…
কাইলৈৰ পৰা আৰম্ভ হ’ব মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি : কোন কোন অন্তৰ্ভুক্ত হ’ব এই আঁচনিত?
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনৰ সপ্তম বৰ্ষপুৰ্তি উপলক্ষে এক চমকপ্ৰদ আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এই আঁচনিৰ নাম…
পুনৰ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত; চিকিৎসালয়ত ভৰ্তি
পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। দুদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক দিল্লীৰ AIIMSৰ পৰা অনা হৈছিল। স্বাস্থ্যৰ পুনৰ দ্ৰুত…
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা কোভিড পজিটিভ, জিএমচিএইছত চিকিৎসাধীন
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা কোভিড পজিটিভ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতা গৰাকীক। কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত…
ফেচবুকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি গ্ৰেপ্তাৰ হ’ল গোগামুখৰ যুৱক
ফেচবুকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি গ্ৰেপ্তাৰ হ’ল গোগামুখৰ যুৱক। যুৱক জনৰ নাম নিপম চুতীয়া। পূৰ্বতে সাংবাদিক হিচাপেও কৰ্মৰত…