NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া, গুৱাহাটী

অসম

শিলপুখুৰীত চুৰীকাঘাতৰ ঘটনাত এজন গুৰুতৰভাবে আহত

শিলপুখুৰীত চুৰীকাঘাতৰ ঘটনা। লখৰাৰ দীপক ৰয়ক চুৰীৰে আঘাত কৰিলে চেম্পিয়ন নামৰ এজনে। দুপৰীয়া প্ৰায় ১:৩০ বজাত এই ঘটনা ঘটিছে। ড্ৰাগছক লৈ এই…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · August 3, 2022 3:38 pm
অসম

অমৃত নহয়; ২০১৪ ৰ পৰা বিষপান কৰি আহিছে দেশবাসীয়ে : ৰিপুন বৰা

“স্বাধীনতাৰ ৭৫ তম বৰ্ষ হোৱা উপলক্ষে চৰকাৰে ঘোষণা কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ যদি আমি নিৰপেক্ষ বিশ্লেষণ কৰোঁ যে তেন্তে দেখা যায়…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · August 2, 2022 7:41 pm
অসম

১৬ টকাত ত্ৰিৰংগা! হাজাৰ কোটি টকাৰ আঁচনিৰ চমক দিয়া মুখ্যমন্ত্ৰীয়ে বিনামূলীয়াকৈ দিব নোৱাৰে ত্ৰিৰংগা!

৭৫ সংখ্যক স্বাধীনতা দিৱস তথা আজাদী কা অমৃত মহোত্সৱ উপলক্ষে ত্ৰিৰংগা ক্ৰয় কৰি ঘৰৰ আগফালে লগোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · July 28, 2022 9:08 am
অসম

কোন সঁচা, কোন মিছা: ইডিৰ জেৰা সন্দৰ্ভত বিপৰীত ভাষ্য আজমল আৰু কৰিমুদ্দিন বৰভূঞাৰ

এইবাৰ কেন্দ্ৰীয় সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ই.ডি- এ প্ৰৱেশ কৰিছে অসমৰ ৰাজনীতিত। এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই দলৰ মুৰব্বী বদৰুদ্দিন আজমলক কেন্দ্ৰীয় সংস্থাটোৱে…

কল্পজোতি শইকীয়া, গুৱাহাটী · July 27, 2022 12:14 pm
অসম

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান

তৰুণ গগৈ চৰকাৰৰ সময়ত মন্ত্ৰীত্ব পদত থকা জেষ্ঠ ৰাজনীতিক অৰ্ধেন্দু কুমাৰ দে’ৰ যোৱা নিশা মৃত্যু হয়। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ…

কল্পজোতি শইকীয়া, গুৱাহাটী · July 27, 2022 10:56 am
অসম

বিজেপিত সংঘাত! মন্ত্ৰী অজন্তা নেওগৰ পদত্যাগ দাবী প্ৰাক্তন বিজেপি সাংসদ ৰমেন ডেকাৰ

অসম বিজেপিৰ মাজত চলি থকা ন-বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতৰ ছবি পুনৰ এবাৰ দৃশ্যমান হৈ পৰিছে। এইবাৰ এই সংঘাতক স্পষ্টকৈ তুলি ধৰি…

কল্পজোতি শইকীয়া, গুৱাহাটী · July 27, 2022 8:18 am
অসম

বিজেপিয়ে বিৰোধীক দুৰ্বল কৰিবলৈ ব্যবহাৰ কৰিছে কৰিমুদ্দিনক; পুনৰ উচ্চ ন্যায়ালয়ত গোচৰ তৰিব দেবব্ৰত শইকীয়াই

বিজেপিয়ে বিৰোধীক দুৰ্বল কৰিবলৈ ব্যৱহাৰ কৰে AIUDF ৰ কৰিমুদ্দিন বৰভূঞাক! গুৱাহাটী উচ্চ ন্যায়ালয়ত মিছলীয়া কৰিমুদ্দিনৰ বিৰুদ্ধে গোচৰ তৰিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · July 24, 2022 8:53 pm
অসম

অনুতপ্ত পংকজ পাঠক! অন্তৰত আঘাত দিয়াসকলক বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

ৰিলছ বনোৱা একাংশ মহিলাক উদ্দেশ্যি আচাৰ্য্য পংকজ পাঠকে তেওঁলোকৰ স্বামীসকলক বান্দৰ কেকোৱা নামৰ তেওঁ প্ৰস্তুত কৰা বনৌষধ ক্ৰয় কৰি খুৱাবলৈ পৰামৰ্শ দিছিল।…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · July 24, 2022 7:06 pm
অসম

অসম চৰকাৰৰ প্ৰধান সচিব আইএএছ ৰাজেশ প্ৰসাদৰ মৃত্যু

অসম চৰকাৰৰ প্ৰধান সচিব আইএএছ ৰাজেশ প্ৰসাদৰ মৃত্যু। মালিগাঁওস্থিত স্বাগত ছুপাৰস্পেচিয়েলিটী হাস্পতালত বিয়লি ২ বাজি ৩০ মিনিটত মৃত্যুক সাৱটি লয় প্ৰশাসনিক বিষয়াজনে।…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · July 24, 2022 5:15 pm
অসম

শ্ৰম আইন উলংঘন কৰা লেপেটকটাৰ বাগানৰ মালিকেৰে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ সৈতে?

কোন এই পুঁজিপতি ৰুদ্ৰ চেটাৰ্জী? লেপেটকটা বাগানৰ কাণ্ডৰে কেনেকৈ সাঙুৰ খালে ৰুদ্ৰ চেটাৰ্জীৰ নাম? শ্ৰমিক আইন ভৰিৰে মোহাৰে নেকি ৰুদ্ৰ চেটাৰ্জীয়ে? সংবাদমেল…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · July 24, 2022 3:35 pm