Author: কল্পজ্যোতি শইকীয়া
কাৰাগাৰৰ চিকিৎসালয়ত ৰাজ আতিথ্যত ৰখা হৈছে SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক!
কাইলৈ কেলেংকাৰিৰে লেটি-পেটি খাই বন্ধ হোৱা SIৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। তেনে সময়তে সকলোৰে এটাই প্ৰশ্ন ‘জেইলৰ ভিতৰত কেনে আছে এই কেলেংকাৰিৰ…
সংকটজনক গগৈ! : প্ৰতি মুহূৰ্ততে স্বাস্থ্যৰ অৱনতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
প্ৰতি মুহূৰ্ততে স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা চলাই থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেশ্যনত উশাহ-নিশাহ…
মন্ত্ৰী হিমন্তৰ ৰামঠগন! : স্থায়ী নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি দি চাকৰিৰ পৰা খেদালে কোভিড যোদ্ধাক
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কোভিড যোদ্ধাক ৰামঠগন দিয়াৰ ঘটনা পোহৰলৈ আহিছে। স্থায়ীভাৱে নিযুক্তি দিম বুলি আশ্বাস দি প্ৰায় ১৫০ গৰাকী বিভিন্ন…
ৰাজ্যসভাৰ পৰা পদত্যাগ সাংসদ বিশ্বজিৎ দৈমাৰীৰ
ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিলে বিপিএফৰ কাৰ্য্যকৰী সভাপতি পদৰ পৰা সদ্য পদত্যাগী বিশ্বজিৎ দৈমাৰীয়ে। ৰাজ্যসভাৰ অধ্যক্ষলৈ লিখিত আকাৰত মেইলযোগে পদত্যাগ পত্ৰ…
‘মিত্ৰতাৰ ৰাজনীতিৰ জৰিয়তেই ২১ত পূৰ্বতকৈও অধিক শক্তিশালী চৰকাৰ গঠন কৰিম’; দিলীপ শইকীয়া
‘আমি মিত্ৰতাৰ ৰাজনীতিৰ জৰিয়তেই ২০২১ত অসমত পূৰ্বতকৈও অধিক শক্তিশালী ৰূপত কৃষকমুখী, উন্নয়নমুখী চৰকাৰ প্ৰতিষ্ঠা কৰিম।‘ দিছপুৰস্থিত লোকনিৰ্মাণ (PWD) প্ৰশিক্ষন কেন্দ্ৰত বিজেপিৰ অৰ্থনৈতিক কোষৰ…
২১’ত অসমত নাথাকে হিমন্ত! কেন্দ্ৰৰ পৰা ২০-২৫ দিনৰ ভিতৰত আহি আছে ভাল খৱৰ
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২১’ত ৰাজ্যৰ ৰাজনীতি এৰি ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছিল। সেই সময় এতিয়া চমু চাপি আহিছে।…
সৰ্বানন্দ সোণোৱালৰ জন্মৰ আগত-পিছত কি কি কৰিছিল কংগ্ৰেছে? জনালে ৰিপুন বৰাই
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মৰ পূৰ্বে আৰু জন্মৰ পাছত কংগ্ৰেছে কৰা কামৰ খতিয়ান দাঙি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। উল্লেখযোগ্য যে, প্ৰতিখন…
এটা টিভি চেনেলে মোক ভূত আৰু ভিলেইন সজাই আছে : বদৰুদ্দিন আজমল
নাম নোলোৱাকৈ এটা ব্যক্তিগত টেলিভিছন চেনেলক কটাক্ষ কৰে সাংসদ তথা জমিয়ত উলেমাৰ সভাপতি বদৰুদ্দিন আজমলে। অসম সাহিত্য সভা ভৱনত এক গ্ৰন্থ উন্মোচনী…
নতুন দুটা ৰাজনৈতিক দলে একেলগ হৈ নিৰ্বাচন নেখেলিলে ২-৩ হাজাৰতকৈ অধিক ভোট নাপায় : হিমন্ত
বৃহস্পতিবাৰে হোটেল ৰেডিশ্যন ব্লুত সম্বোধন কৰা এক সংবাদমেলত নৱগঠিত আঞ্চলিক শক্তি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক একেলগে নিৰ্বাচন খেলিবলৈ পুনৰবাৰ আহ্বান…
অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ অসম জাতীয় পৰিষদত যোগদান
অসম জাতীয় পৰিষদত যোগদান কৰিলে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা আঞ্চলিকতাবাদী নেতা পুলকেশ বৰুৱাই। বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত বৰুৱাৰ লগতে…