NORTHEAST NOW (Assamese)

Author: মুকেশ কুমাৰ সিং

অসম

ধুবুৰীত কোভিড-১৯ত আক্ৰান্ত ১০৩২ গৰাকী লোক, নতুনকৈ আক্ৰান্ত ৬৫

অসমৰ সীমামূৰীয়া জিলা ধুবুৰীত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। জিলাখনত শেহতীয়াকৈ কোভিডত আক্ৰান্ত হৈছে ৬৫ গৰাকী লোক।…

মুকেশ কুমাৰ সিং · July 31, 2020 10:39 am
অসম

ধুবুৰীৰ সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাৰ তদন্ত কৰিব অপৰাধ অনুসন্ধান শাখাই

ধুবুৰীৰ এগৰাকী সাংবাদিক ৰাজীব শৰ্মাক জিলা বন বিষয়া এগৰাকীৰ পত্নীক দুৰ্ব্যৱহাৰ কৰা তথা ধনদাবীৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ তদন্ত অপৰাধ অনুসন্ধান…

মুকেশ কুমাৰ সিং · July 18, 2020 12:27 pm
অসম

ধুবুৰীত মৃত্যু বাংলাদেশী ব্যক্তিৰ

এগৰাকী বাংলাদেশী ব্যক্তিৰ বুধবাৰে ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হৈছে। বকুল মিঞা (৫৭) নামৰ মৃত ব্যক্তিজন ধুবুৰী কাৰাগাৰত যোৱা ৬ মে’ৰ পৰা বন্দী…

মুকেশ কুমাৰ সিং · July 2, 2020 11:07 pm
অসম

ধুবুৰীত কোৱাৰেন্টাইন চেন্টাৰত আত্মহত্যা এজন ব্যক্তিৰ

ধুবুৰী চহৰৰ আজিজ ল’জত কোৱাৰেন্টাইন হৈ থকা সুনীল ৰয় নামৰ এগৰাকী ৫০বছৰীয়া ব্যক্তিয়ে সোমবাৰে পুৱা আত্মহত্যা কৰে। ধুবুৰীৰ চক্ৰ বিষয়া জয় শংকৰ…

মুকেশ কুমাৰ সিং · June 22, 2020 1:55 pm
অসম

ড্রাগছ বিক্রী কৰাৰ অপৰাধত ধুবুৰীত আৰক্ষী,মহিলাকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ; জেললৈ প্ৰেৰণ

নিষিদ্ধ দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে জিলাখনৰ এগৰাকী আৰক্ষী কনিষ্টবল, দুগৰাকী মহিলাকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে…

মুকেশ কুমাৰ সিং · May 12, 2020 7:27 am
অসম

যোৰহাটৰ পৰা অহা ২৬জন বাংলাদেশীক ধুবুৰীত কৰা হ’ল কোৱাৰেন্টাইন

যোৰহাট জিলাৰ পৰা আহি ভাৰত-বাংলা সীমান্ত অতিক্ৰম কৰিব বিচৰা ২৬জন বাংলাদেশী নাগৰিকক দেওবাৰে ধুবুৰীত ৰখাই কোৱাৰেন্টাইন কৰা হৈছে। আৰক্ষীয়ে বাংলাদেশীকেইজনক ধুবুৰী জিলাৰ…

মুকেশ কুমাৰ সিং · May 4, 2020 6:52 am
Popular Stories

কঠোৰ আৰক্ষী; ধুবুৰীত ল’কডাউনৰ উলংঘা কৰাৰ অপৰাধত তিনিশৰো অধিক লোকক গ্ৰেপ্তাৰ

ক’ৰ’নাতংকৰ বাবে দেশজুৰি বলবৎ আছে ল’কডাউন। এই ল’কডাউন উলংঘা কৰাৰ অপৰাধত ধুবুৰী জিলাত প্ৰায় ৩০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে।…

মুকেশ কুমাৰ সিং · April 23, 2020 9:22 am
অসম

ধুবুৰীত ১৯ জনক কুৱাৰেণ্টাইন, ভাগ লৈছিল গুৱাহাটীৰ আঠগাওঁ মছজিদৰ অনুষ্ঠানত

ধুবুৰীৰ ১৯ গৰাকী লোকক কুৱাৰেণ্টাইন কৰা হৈছে। আটাইকেইজন ব্যক্তিয়ে যোৱা ১২ মাৰ্চত গুৱাহাটীৰ আঠগাওঁ মছজিদত এক অনুষ্ঠানত ভাগ লৈছিল। উক্ত অনুষ্ঠানত ভাগ…

মুকেশ কুমাৰ সিং · April 11, 2020 10:47 pm
অসম

মানকাচৰত আকৌ এজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক নামনি অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশী নাগৰিকজনক আজাহৰ আলী (৩৫)…

মুকেশ কুমাৰ সিং · March 8, 2020 9:32 am
অসম

৬৫০০জন ৰোগীক বিনামূলীয়া চিকিৎসা দি ধুবুৰীৰ পৰা বিদায় ল’লে লাইফলাইন এক্সপ্ৰেছে

মুঠ ৬৫০০জন ৰোগীক চিকিৎসা দিয়াৰ পিছত ধুবুৰীৰ গৌৰীপুৰৰ পৰা বিদায় ল’বলৈ সাজু হৈছে “জীৱনৰেখা এক্সপ্ৰেছ” বা লাইফলাইন এক্সপ্ৰেছ (এল এল ই)। বিনামূলীয়া…

মুকেশ কুমাৰ সিং · February 10, 2020 4:20 pm