Author: ঋতুপল্লৱ শইকীয়া
জুই বিচাৰি হাহাকাৰ গোলাঘাট অগ্নি নিৰ্বাপক বাহিনীৰ!
আচৰিত নহ’ব। বৃহস্পতিবাৰে গোলাঘাট নগৰত সঁচাকৈয়ে জুই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকল। এক ভুৱা ফ’ন কলৰ…
বিজেপিৰ জিলা কাৰ্যালয় লণ্ডভণ্ড কৰা ৪ ছাত্ৰ নেতাৰ জামিন মঞ্জুৰ
যোৱা ৮ জানুৱাৰীত অসম বন্ধৰ সময়ত বলপূৰ্বক বিজেপিৰ জিলা কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যলয় লণ্ডভণ্ড কৰা আৰু আচবাব জ্বলাই দি বিস্তৰ ক্ষতিসাধন কৰাৰ…
অগপক বিজেপিৰ বি টিম আখ্যা গৌৰৱ গগৈৰ
গোলাঘাট:নাগৰিকত্ব সশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসম গণ পৰিষদ দলে বিজেপিৰে মিত্ৰতা ভংগ কৰিলে যদিও এতিয়াও অঞ্চলিকতাবাদী দলটো বিজেপি মুক্ত হোৱা নাই। বৰঞ্চ…
গোলাঘাটত পথ দুৰ্ঘটনাত পতিত আৰক্ষী, আহত এজনক যোৰহাটলৈ
গোলাঘাট চহৰৰ সমীপৱৰ্তী ৰঙাজানত দেওবাৰে সন্ধিয়া সংঘটিত এক মটৰ চাইকেল দুৰ্ঘটনাত গোলাঘাট আৰক্ষী অধীক্ষক কাৰ্যালয়ত কৰ্মৰত দুজন আৰক্ষী আহত হয়। ঘটনাৰ বিৱৰণী…
নতুন বছৰত আদালতত প্ৰথমবাৰ ভৰি থৈয়ে আকস্মিক মৃত্যু বৰ্ষীয়ান অধিবক্তাৰ
নৱবৰ্ষৰ দ্বিতীয় দিনটোত প্ৰথমবাৰলৈ বুলি আদালতৰ পদূলিত ভৰি থৈয়ে ঢলি পৰি বুধবাৰে আকস্মিক মৃত্যু সাবটি লৈছে গোলাঘাটৰ বিশিষ্ট অধিবক্তা ঘনকান্ত বৰুৱাই। দিনৰ…
জ্ঞানেন্দ্ৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত পৰিয়াল, দল সংগঠনৰ অৱস্থান ধৰ্মঘট
জ্ঞানেন্দ্ৰ হত্যাৰ ২০ দিনৰ পিছতো দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত আজি ন্যায় বিচাৰি গোলাঘাট নগৰৰ ৰাজপথলৈ ওলাই আহে জ্ঞানেন্দ্ৰৰ পিতৃ…
শ্ৰাদ্ধৰ ভোজ গ’ল, জ্ঞানেন্দ্ৰ হত্যাৰ তদন্ত প্ৰতিবেদন নোলাল; প্ৰতিবাদৰ সংকল্প দল-সংগঠনৰ
পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণৰ মাজতে ঢেকিয়ালৰ হাবিয়াল গাঁৱত গোলাঘাট আৰক্ষীয়ে গুলীয়াই হত্যা কৰা মানসিকভাৱে অসুস্থ যুৱক জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ মৃত্যুৰ ঘটনাই…
আৰক্ষী বনাম অধিবক্তা: জ্ঞানেন্দ্ৰ হত্যাক লৈ ঐক্যবদ্ধ যুঁজত গোলাঘাটৰ উকীল সমাজ
গোলাঘাটৰ হাবিয়াল গাঁৱত অসমৰ পঞ্চায়্ত নিৰ্বাচনৰ প্ৰথম ভোট গ্ৰহণৰ দিনটোত আৰক্ষীৰ গুলীত বিদ্ধ হৈ প্ৰাণ হেৰুওৱা জ্ঞানেন্দ্ৰ ৰাজখোৱা হত্যাক পোনপটীয়াকৈ “পুলিচী নৃশংসতা”ৰূপে…
জ্ঞানেন্দ্ৰ হত্যাকাণ্ড : উপৰ্যুপৰি গোচৰৰ পিছতো ডি এছ পি পার্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা নলয় চৰকাৰে
পঞ্চায়ত নিৰ্বাচনৰ মাজতে যোৱা ৫ ডিচেম্বৰত গোলাঘাটৰ হাবিয়াল গাঁৱত আৰক্ষীয়ে এজন যুৱকক গুলীয়াই নিহত কৰাৰ ঘটনাই এতিয়া দেশৰ ৰাজধানী চহৰতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।…
শাস্তি হ’ব পাৰে আৰক্ষীৰ? গোলাঘাটত মৃত্যু গুলীবিদ্ধ ‘মানসিক বিকাৰগ্ৰস্ত’ প্ৰাঃ বি এছ এফ জোৱানৰ
পঞ্চায়ত নিৰ্বাচনৰ মাজতে গোলাঘাটত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ বুধবাৰে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰাণ হেৰুওৱা ‘‘মানসিক বিকাৰগ্ৰস্ত’’, বি এছ এফৰ প্ৰাক্তন জোৱান…