NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অৰুণাচল

ভুটানত ভাৰতীয় সেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনা, দুজন থিতাতে নিহত

ভাৰতীয় সেনাৰ হেলিকপ্তাৰ এখন শুকুৰবাৰে ভুটানত দুৰ্ঘটনাত পতিত হৈছে আৰু দুগৰাকী আৰোহীয়ে থিতাতে প্ৰাণ হেৰুৱাইছে। মৃত এজনক ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্নেল ৰাজনীশ…

এন ই নাও নিউজ · September 27, 2019 6:00 pm
অসম

ভাৰতৰ সলনি জাৰ্মেনিয়ে সংস্কৃত শিকাইছে পৃথিৱীক

সঁচা কথাত, আজিৰ পৃথিৱীক জাৰ্মেনিয়ে শিকাইছে “ভাৰতীয়” সংস্কৃত। পণ্ডিত মেক্স মূলাৰৰ দেশখনৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহত সংস্কৃতৰ গুৰুতৰ আৰু সংহত অধ্যয়ন দীৰ্ঘদিনধৰি চলি আছে।…

এন ই নাও নিউজ · September 27, 2019 4:21 pm
অসম

অমিতাভ বচ্চনলৈ ভাৰত চৰকাৰৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান “দাদাচাহেব ফাল্কে”

বলিউদৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনলৈ ভাৰত চৰকাৰৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান দাদাচাহেব ফাল্কে আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে মঙলবাৰে…

এন ই নাও নিউজ · September 24, 2019 7:43 pm
অসম

চিৰাঙৰ পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টৰ বুকুত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

চিৰাং আৰক্ষীৰ অভিযানত মঙলবাৰে জিলাখনৰ গব্ৰুখুন্দা এলেকাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে। ৰাতিপুৱা ৫.৩০ বজাত বনাঞ্চলখনত খনন চলাই পুতি…

এন ই নাও নিউজ · September 24, 2019 5:09 pm
অসম

এজনো গোৰ্খা বিদেশী ন্যায়াধিকৰণলৈ নাযায়: গুৱাহাটীত ঘোষণা বিজিপিৰ

ভাৰতীয় গোৰ্খা পৰিসংঘই দেওবাৰে ঘোষণা কৰিছে যে অসমৰ এন আৰ চি বহিৰ্ভূত ১ লাখ গোৰ্খা লোক বিদেশী ন্যায়াধিকৰণলৈ নাযায়। বিদেশী ন্যায়াধিকৰণলৈ যোৱাটো…

শান্তনু শইকীয়া · September 22, 2019 8:54 pm
অসম

“প্ৰব্ৰজিত মুছলমান”প্ৰধান অসমৰ ২৫টা সমষ্টি স্থানীয় জনগোষ্ঠীলৈ সংৰক্ষণৰ পৰামৰ্শ

জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমে ৰাজ্যৰ “২৫টা” “প্ৰব্ৰজিত মুছলমান”প্ৰধান বিধান সভা সমষ্টি “স্থানীয় জনগোষ্ঠী”লৈ সংৰক্ষণৰ পোষকতা কৰিছে। পৰিষদৰ মুখ্য আহ্বায়ক তথা বিজেপি নেতা…

শান্তনু শইকীয়া · September 21, 2019 8:11 pm
অসম

বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৫০ কেজি ওজনৰ অজগৰ উদ্ধাৰ

বোকাখাত মহকুমাৰ নুমলীগড় চাহ বাগিচাত আজি বাগিচাৰ বিষ্ণু মন্দিৰত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকে অজগৰটো দেখা পাই…

উত্তম শইকীয়া · September 21, 2019 4:36 pm
অসম

কোন খিলঞ্জীয়া? জমিয়তৰ প্ৰশ্ন

অসমত খিলঞ্জীয়া কোন? অসম ৰাজ্যিক জমিয়ত উলামাই বৃহস্পতিবাৰে উত্থাপন কৰিছে এই প্ৰশ্ন। সদৌ অসম বেংগলি হিন্দু এচ’চিয়েচন, বৰাকৰ বহু সংগঠনৰ বৃহৎ মঞ্চ…

শান্তনু শইকীয়া · September 19, 2019 10:31 pm
অসম

অসমত “গৃহযুদ্ধ”ৰ আশংকা বৰাকৰ বৃহত্তম নাগৰিক মঞ্চৰ, “খিলঞ্জীয়া”লৈ অধিকাৰত আপত্তি

অসমৰ “খিলঞ্জীয়া”লৈ অধিকাৰ প্ৰস্তাৱত আপত্তি দৰ্শাই সদৌ অসম বেংগলি হিন্দু এচ’চিয়েচনৰ পিছত বৰাকৰ বহু সংগঠনৰ বৃহৎ মঞ্চ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতিয়ে…

অনিৰুদ্ধ লস্কৰ · September 18, 2019 8:37 pm
অসম

নতুন শপতনামা লৈ বুধবাৰে উচ্চতম ন্যায়ালয়ত এ পি ডব্লিউ ||এন আৰ চি

অসমৰ এন আৰ চি সম্পৰ্কীয় গোচৰটোৰ গুচৰীয়া আছাম পাব্লিক ৱৰ্কছে বিষয়টো সন্দৰ্ভত বুধবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ত নতুন শপতনামা দাখিল কৰিব। প্ৰকাশিত এন…

এন ই নাও নিউজ · September 17, 2019 9:05 pm