Author: এন ই নাও নিউজ
অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৮৬লৈ বৃদ্ধি
আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৮৬লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শিৱসাগৰৰ চাবিনা য়াছমিন…
মাৰ্ঘেৰিটাৰ নেচনেল প্লাইউদ ফেক্টৰীত শ্ৰমিকৰ প্ৰতিবাদ
মাৰ্ঘেৰিটা নেচনেল প্লাইউদ ফেক্টৰিত আজি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। শ্ৰমিকে ফেক্টৰিৰ ভিতৰতে পুৱাৰ পৰা আবদ্ধ কৰি ৰাখিলে ফেক্টৰিটোৰ উচ্চপদস্থ বিষয়াসকলক। ঘটনাস্থলীত…
ম্যানমাৰৰ পৰা অহা তিনি আলফা (স্বাধীন) কেডাৰক অৰুণাচলৰ খুনচাত আটক
অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰদেশৰ খুনচাত ৩জনকৈ দুৰ্ধৰ্ষ আলফা কেডাৰ আটক হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ম্যানমাৰৰ পৰা প্ৰশিক্ষণ লৈ…
অসমত ২০৩৬ নতুন ক’ভিড আক্ৰান্ত, আৰোগ্য ২৩৪৫
২০৩৬গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২৩৪৫গৰাকীয়ে আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে। অসমত ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ ৮০ শতাংশলৈ…
অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৭৮লৈ বৃদ্ধি
আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৭৮লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— বাক্সাৰ সৰস্বতী নাথ…
বি টি আৰ চুক্তি জিৰ’, কাৰ্য্যকৰী নহয়: হাগ্ৰামা মহিলাৰী
বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে বি টি আৰ চুক্তিক জিৰ’ বুলি অভিহিত কৰিছে। “বিটিআৰ চুক্তি জিৰো৷ এই চুক্তিত বড়োসকলৰ নিৰাপত্তাৰ…
টীয়কৰ জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাৰ আদ্যশ্ৰাদ্ধত আছুৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
টীয়কৰ জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা তেখেতৰ বনাইৰ নিজ বাসগৃহত শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসম…
শাৰীৰিক অক্ষমতা জয় কৰা টীয়কৰ বিশেষভাৱে সক্ষম এজন যুৱকৰ জীৱন সংগ্ৰাম
অদম্য মনোবলৰ গৰাকী এগৰাকী ৩০ বছৰীয়া যুৱক। নাম টোফান মালা। ঘৰ যোৰহাট জিলাৰ বানেধোৱা টীয়কৰ জাঁজীমুখৰ মালা গাঁৱত। বিশেষভাৱে সক্ষম যুৱকজন। জীৱনৰ…
অসমত ২১৭৯ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.০১ শতাংশলৈ বৃদ্ধি
২১৭৯গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.০১ শতাংশলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৩৬,২২৫টা টেষ্টত এইসকল…
অসমত আৰু ১৪ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৭৪লৈ বৃদ্ধি
আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৭৪লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কৰিমগঞ্জৰ বীৰেন্দ্ৰ কুমাৰ…