Author: এন ই নাও নিউজ
৪০ হাজাৰ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, নতুনকৈ মুকলি ১৭৮২
১৭৮২গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰ সৈতে অসমত মুঠ আৰোগ্য লোকৰ সংখ্যাই শনিবাৰে ৪০হাজাৰ অতিক্ৰম কৰিছে। অসমত এতিয়ালৈকে ৪০,৫৯১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য…
অসমত ২২১৮ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৪.০৪%
২২১৮গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৯৯, কাছাৰৰ ১৬৫, নগাঁৱৰ ১৫০ আৰু ডিব্ৰুগড়ৰ ১৪২গৰাকী ব্যক্তি।…
অসমত আৰু আঠগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৪০লৈ বৃদ্ধি
আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৪০লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—নলবাৰীৰ মহন তালুকদাৰ…
পুৰণিগুদামত ক’ভিড১৯ৰ হটস্পট বন্ধন বেংকৰ শাখা, সাত কৰ্মচাৰী পজিটিভ
শেহতীয়াকৈ বৃহত্তৰ পুৰণিগুদাম অঞ্চলত এসপ্তাহত প্ৰায় ১৫জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ৰ অৱস্থিতি। হটস্পত ৰূপে পৰিচিত হৈছে পুৰণিগুদামস্থিত বন্ধন বেংকৰ শাখা কাৰ্যালয়।…
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে কভিড১৯ আক্ৰান্তই জন্ম দিলে সন্তান
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে কভিড১৯ আক্ৰান্ত মহিলাই জন্ম দিলে সন্তান। আজি এক স্মৰণীয় মুহূৰ্ত্তৰ সাক্ষী হ’ল শিৱসাগৰ অসামৰিক চিকিৎসালয়। শিৱসাগৰ অসামৰিক…
ক’ভিড: অসমত ১৫৮৫ নতুন আৰোগ্য, সক্ৰিয় ৰোগী ১৬,৫৫২
১৫৮৫গৰাকী ব্যক্তিয়ে অসমত শুকুৰবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে। এইসকল ব্যক্তিক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা…
ক’ভিড১৯: অসমত ২৬৭৯ নতুন আক্ৰান্ত, মুঠ মৃতকৰ সংখ্যা ১৩২লৈ বৃদ্ধি
২৬৭৯গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। আৰু ছগৰাকী ৰোগীৰ মৃত্যুৰ সৈতে মুঠ মৃতকৰ সংখ্যা ১৩২লৈ বৃদ্ধি পাইছে। মৃত্যু হোৱা ব্যক্তিকেইগৰাকী…
অসমত ১৩৩২ নতুনকৈ ক’ভিড মুক্ত, সক্ৰিয় ৰোগী ১৫,৪৬৪
১৩৩২গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে। এইসকল ব্যক্তিক ধৰি অসমত মুঠ ক’ভিড আৰোগ্যৰ সংখ্যা ৩৭,২২৪লৈ বৃদ্ধি…
অসমত ২৩৭২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৪.২৫%
২৩৭২গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। এইসকলৰ ভিতৰত আছে— কামৰূপ মহানগৰৰ ৪৭০, নগাঁৱৰ ১৯৭, কাছাৰৰ ১৬৩, ডিব্ৰুগড়ৰ ১২৮, তিনিচুকীয়াৰ ১২২…
ঠেলামৰাৰ ঘটনা: ডিজিপিক তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধানক দায়িত্ব দিছে। অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি…