Author: এন ই নাও নিউজ
৯১৪লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা
আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে মঙলবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯১৪লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপৰ মিলন চন্দ্ৰ…
চিপিআই নেতা মুহি বৰুৱাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিচাৰণ সভা
আজি শিৱসাগৰত বিশিষ্ট সমাজকৰ্মী, শ্ৰমিক নেতা তথা কমিউনিষ্ট নেতা কমৰেড মুহি বৰুৱাৰ পবিত্ৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷…
পুৰণিগুদাম প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন, নতুন সমিতি গঠন
নগাঁও জিলাৰ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিবেশনখনি শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়। পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱন আৰু পুথিভঁৰালত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত…
অসমত ২০৪ নতুন ক’ভিড আক্ৰান্ত, ২৯৬১ আৰোগ্য
২০৪গৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২৯৬১গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ৮৭৫৩টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে। পজিটিভৰ হাৰ…
মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেক ক’ভিড পজিটিভ
মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেক দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। হেকে সদৰী কৰা মতে শনিবাৰে টেষ্টৰ বাবে তেওঁৰ নমুনা সংগ্ৰহ কৰা…
অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতক ৯০৬লৈ বৃদ্ধি
আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে দেওবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০৬লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— লখিমপুৰৰ অতুল শৰ্মা…
অসমত ২৫৮ নতুন ক’ভিড আক্ৰান্ত, ২৯৪৮ আৰোগ্য
২৫৮গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২৯৪৮গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ১২,২৬৩টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে। পজিটিভৰ হাৰ…
৯০২লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা
আৰু দুগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ বিনন…
দেশজুৰি নাগৰিকে ক’ভিড প্ৰতিষেধক বিনামূলীয়াকৈ পোৱা উচিত: কেজৰিৱাল
দেশজুৰি নাগৰিকসকলে ক’ভিড১৯ প্ৰতিষেধক বিনামূলীয়াকৈ পোৱা উচিত, দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে শনিবাৰে এই মন্তব্য কৰিছে। বিহাৰ নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে ৰাজ্যখনত বিনামূলীয়া…
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দেবেন্দ্ৰ ফাডনবিচ ক’ভিড পজিটিভ
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দেবেন্দ্ৰ ফাডনবিচ ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। শনিবাৰে টুইটযোগে এই কথা সদৰী কৰি জ্যেষ্ঠ বিজেপি নেতাজনে কয় যে তেওঁ…