Author: প্ৰফুল্ল কামান
ক’ভিডৰ মাজতে ধেমাজিত গুৰুতৰ বান পৰিস্থিতি, নৈত উটিল কিশোৰী
ক’ভিড মহামাৰীৰ আতংকৰ মাজতে ধেমাজিত বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ন ন অঞ্চল শুকুৰবাৰে বানত বুৰ গৈছে। জিলাখনত ২১৫খন গাঁৱৰ ৯০…
৪২৪৭লৈ বৃদ্ধি অসমত ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৬৩.৪%
২১৪গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯-মুক্ত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। এইসকলক ধৰি অসমত ক’ভিড আৰোগ্যৰ সংখ্যা ৪২৪৭গৰাকীলৈ বৃদ্ধি…
লকডাউন: কাকতৰ হকাৰক অস্থায়ী পৰিচয় পত্ৰ দিয়াৰ অনুমতি বিচাৰিছে গুৱাহাটী প্ৰেছ ক্লাবে
গুৱাহাটী প্ৰেছ ক্লাবে মহানগৰখনত আসন্ন ১৪ দিনীয়া লকডাউনৰ সময়চোৱাত বাতৰি কাকতৰ হকাৰসকলক অস্থায়ী পৰিচয় পত্ৰ দিয়াৰ বাবে শুকুৰবাৰে প্ৰশাসনৰ অনুমতি বিচাৰিছে। “যিহেতু…
ভুটানে অসমলৈ পানী যোগান বন্ধ কৰা নাই
অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ভাৰত বিশেষকৈ অসমলৈ ভুটানে পানী যোগান বন্ধ কৰিছে প্ৰকাশিত বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে। এক টুইটযোগে তেওঁ…
১৯ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ গুৱাহাটী আৰক্ষীৰ, হেৰইন জব্দ
গুৱাহাটী মহানগৰ আৰক্ষীয়ে জুন মাহত শুকুৰবাৰলৈকে ১৯গৰাকী ড্ৰাগচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। সৰবৰাহকাৰীসকলৰ পৰা ২১৫.১১ গ্ৰাম সন্দেহজনক হেৰইন জব্দ কৰা হৈছে। জব্দ কৰা…
তেজপুৰৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মী ক’ভিড পজিটিভ
এজন চিকিৎসক আৰু ২৩গৰাকী স্বাস্থ্য কৰ্মী তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বৃহস্পতিবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে। শেহতীয়াকৈ তেজপুৰ চহৰকে ধৰি শোণিতপুৰ জিলাত…
৪০০০ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, সক্ৰিয় ৰোগী ২৩২৫
ক’ভিড-১৯ আৰোগ্য ব্যক্তিৰ সংখ্যাই অসমত বৃহস্পতিবাৰে ৪০০০ৰ সীমা অতিক্ৰম কৰিছে। দিনটোত ৭৫গৰাকী ক’ভিড মুক্ত ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ পিছত অসমত মুঠ…
বাঘজান কাণ্ড: অইলক ২৫ কোটি টকাৰ জৰিমনা এন জি টিৰ
ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে বাঘজান কাণ্ডৰ বাবে অইল ইণ্ডিয়া লিমিটেডক ২৫ কোটি টকাৰ জৰিমনা বিহিছে। ন্যায়াধিকৰণে ঘটনাটোৰ কাৰণ অনুসন্ধান কৰি ৩০ দিনৰ ভিতৰত…
শিক্ষয়িত্ৰী হোৱাৰ মন কলাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ
নগাওঁ জিলাৰ পুৰণিগুদাম বৰাচুকৰ বাসিন্দা কৃষক ধৰ্মেশ্বৰ বৰা আৰু গৃহিনী শেৱালী বৰাৰ কনিষ্ঠ কন্যা পলী বৰাই আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত…
গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি
কামৰূপ মহানগৰ জিলাৰ মহকুমা ন্যায়িক দণ্ডাধীশে স্বৰ্গদেউ চাউলুং চ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিয়া গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰিছে। চেটাৰ্জীক গ্ৰেপ্তাৰ…