Author: এন ই নাও নিউজ
ত্ৰিপুৰাত বি এছ এফ বেটেলিয়নত পুনৰ ২৪ জন ক’ভিড-১৯ আক্ৰান্ত, মুঠ ৮৮লৈ বৃদ্ধি
২৪ গৰাকী লোক বি এছ এফৰ ত্ৰিপুৰাস্থিত ৮৬নং বেটেলিয়নত ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৮৮গৰাকীলৈ বৃদ্ধি…
মৰিয়নীত নাগালেণ্ডলৈ নিয়া অবৈধ সুৰা, গাড়ী জব্দ
তৃতীয় পৰ্যায়ৰ লকডাউন চলি থকা অৱস্থাতে যোৰহাট জিলাৰ মৰিয়নীৰ অসম নাগালেণ্ড সীমান্তৱৰ্ত্তী এলেকাত নাগালেণ্ডলৈ কঢ়িয়াই নিয়া অবৈধ সুৰা জব্দ হৈছে। নিউ সোণোৱাল…
ত্ৰিপুৰাত বি এছ এফ বেটেলিয়নত পুনৰ ২২ গৰাকী ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ৬৪লৈ বৃদ্ধি
বি এছ এফৰ ত্ৰিপুৰাস্থিত ১৩৮নং বেটেলিয়নত ব্যাপক হাৰত ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে। বুধবাৰেও আম্বাছাস্থিত বেটেলিয়নটোত ২২ গৰাকী লোকক ক’ভিড-১৯ পজিটিভ পোৱা…
বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকৰ বাবে ৰেলৰ ব্যৱস্থা
অসম চৰকাৰে লকডাউনৰ বাবে দেশৰ বিভিন্ন ঠাইত আবদ্ধ ৰাজ্যৰ লোকসকলক ঘূৰাই অনাৰ বাবে সাতখন ৰেলৰ প্ৰস্তাৱ কৰিছে। অসমৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন…
ITBPত ৪৫ গৰাকী ক’ভিড-১৯ পজিটিভ, CAPFত এতিয়ালৈকে মুঠ ২৯৮
ইণ্ড’ তিবেতান ব’ৰ্ডাৰ পুলিচত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা মঙলবাৰে ৪৫ গৰাকীলৈ বৃদ্ধি পাইছে। হিন্দুস্তান টাইমছৰ বাতৰি মতে বাহিনীটোৱে ইয়াৰ দিল্লীৰ তিগ্ৰি কেম্প ছীল…
ত্ৰিপুৰাত BSF বেটেলিয়নত পুনৰ ১৩ জন ক’ভিড-১৯ আক্ৰান্ত, মুঠ ৪২লৈ বৃদ্ধি
ত্ৰিপুৰাত বি এছ এফৰ ১৩৮নং বেটেলিয়নৰ পুনৰ ১৩ জনক ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে এজন মেছ ৱৰ্কাৰ। ইয়াৰ ফলত ৰাজ্যখনত ক’ভিড-১৯ পজিটিভৰ…
বিশ্বনাথত ৰেচন কাৰ্ড নথকা লোকলৈ পাঁচ কেজিকৈ বিনামূলীয়া চাউল
খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত বিনামূলীয়া চাউল লাভ কৰিবৰ বাবে ৰেচন কাৰ্ড নথকা বিশ্বনাথৰ মুঠ ৩৬,৬৮৩টা পৰিয়ালে লাভ কৰিব পাঁচ কেজিকৈ বিনামূলীয়া…
এইচ আই ভিৰ দৰে কৰ’নাভাইৰাছৰো কেতিয়াও নোলাব পাৰে প্ৰতিষেধক: বাতৰি
কৰ’নাভাইৰাছৰ কেতিয়াও প্ৰতিষেধক নোলাবই পাৰে। যিদৰে বহু বছৰজোৰা গৱেষণাৰ পিছতো এইচ আই ভি বা আনকি ডেংগুৰ ক্ষেত্ৰতো প্ৰতিষেধক ওলোৱা নাই। বৰ্তমান কৰ’নাভাইৰাছৰ…
১২ গৰাকী বি এছ এফ জোৱান ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত
বাৰ গৰাকীকৈ বি এছ এফ জোৱান ত্ৰিপুৰাত দেওবাৰে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে এই কথা সদৰী কৰিছে।…
গুৱাহাটীত সোমবাৰে চলিব ১০০ চিটি বাছ, বিভিন্ন জিলালৈ ৫০খন
অসম ৰাজ্যিক পৰিবহণ নিগমে সোমবাৰে গুৱাহাটীত ১০০খন চিটি বাছ চলাব। তাৰোপৰি, গুৱাহাটী আৰু বিভিন্ন জিলাৰ মাজত চলিব ৫০খন বাছ। চিটিবাছকে ধৰি সকলো…