Author: এন ই নাও নিউজ
ক’ভিড-১৯ মুক্ত লোকৰ পুনৰ সংক্ৰমণ হ’ব নোৱাৰে বুলি প্ৰমাণ নাই: WHO
এবাৰ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠা ব্যক্তি এজনৰ ক্ষেত্ৰত পুনৰ কৰ’নাভাইৰাছ সংক্ৰমণ হ’ব নোৱাৰে বুলি নিশ্চয়তা নাই। বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে এই…
গুৱাহাটীত চুটি ছবি প্ৰতিযোগিতা, ইউটিউবৰ পৰা সংগৃহীত ধন ক’ভিড-১৯ আক্ৰান্তক দিয়া হ’ব
ক’ভিড-১৯ৰ বিৰুদ্ধে লকডাউনৰ মাজতে গুৱাহাটীত এক চুটি ছবি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। তাৰোপৰি নিৰ্বাচিত চুটি…
বেংকক পাব্লিক ইউটিলিটি চাৰ্ভিচৰূপে ঘোষণা চৰকাৰৰ
ভাৰত চৰকাৰে বেংকসমূহক অহা ২১ অক্তোবৰলৈকে ছমাহৰ বাবে পাব্লিক ইউটিলিটি চাৰ্ভিচৰূপে ঘোষণা কৰিছে। কৰ’নাভাইৰাছ মহামাৰীৰ ফলত ইণ্ডাষ্ট্ৰিয়েল ডিছপিউটছ এক্তৰ অধীনত এই ঘোষণা…
কটন বিশ্ববিদ্যালয়ৰ উন্নত ভাৰত অভিযান গোটৰ অত্যাৱশকীয় সামগ্ৰী বিতৰণ
কটন বিশ্ববিদ্যালয়ৰ উন্নত ভাৰত অভিযান (ইউ বি এ) গোটে উন্নয়নৰ বাবে পৰিগ্ৰহণ কৰা কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ নিজ পাণবাৰী অঞ্চলৰ কিছু পৰিয়ালৰ মাজত…
কাৰ্বি আংলঙত দুই ডি এন এল এ উগ্ৰপন্থী নিহত, অস্ত্ৰ-শস্ত্ৰ জব্দ
কাৰ্বি আংলং জিলাত শুকুৰবাৰে পুৱা সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত ডি এন এল এ (Dimasa National Liberation Army)ৰ দুজন উগ্ৰপন্থী নিহত হৈছে। অসম আৰক্ষী…
মঙলদৈত ৩৫ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা, দুখন ট্ৰাক জব্দ
আবকাৰী চোৰাংচোৱা বিভাগৰ এটা দলে মঙলদৈ আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে জব্দ কৰে ৩৫লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা আৰু দুখন ট্ৰাক। গোপন খবৰৰ ভিত্তিত…
শনিবাৰে জি এম চি এইচত সাংবাদিকৰ ক’ভিড-১৯ পৰীক্ষা
শনিবাৰে সাংবাদিকসকলে ক’ভিড-১৯ৰ পৰীক্ষা কৰোৱাব পাৰিব। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক সংবাদমেলত এই কথা অৱগত কৰে। শৰ্মাই কয় যে ক’ভিড-১৯ৰ…
পাটনাৰ এজন ভিক্ষাৰীৰ মুখত সুমধুৰ ইংৰাজী গান, ভাইৰেল Video
পাটনাৰ এজন ভিক্ষাৰীয়ে গোৱা এটি সুমধুৰ ইংৰাজী গানৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিক্ষাৰীজনে এমেৰিকান গায়ক জিম ৰীভছৰ “He’ll Have to…
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বৰঙনি
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ১৭গৰাকীকৈ ন্যায়াধীশে মঙলবাৰে বৰঙনি আগবঢ়াইছে। পি এম কেয়াৰ্ছ পুঁজি, মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজি আৰু অসম আৰোগ্য…
শিৱসাগৰত জাপানী এনকেফেলাইটিছ, মেলেৰিয়া প্ৰতিৰোধমূলক টাস্ক ফ’ৰ্চৰ বৈঠক
শিৱসাগৰত ক’ভিড-১৯ৰ সমান্তৰালকৈ জাপানী এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ বাবেও জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ জৰিয়তে আগতীয়া প্ৰস্তুতি আৰম্ভ কৰিছে। বাৰিষাৰ সময়ছোৱাত এই…