NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

১৫৬ টকাত কৰ’না কেয়াৰ বীমা ঘোষণা

ডিজিটেল পেমেণ্ট কোম্পানি ফোনপেই (PhonePe) বাজাজ আলিয়াঞ্জ জেনেৰেল ইনচুৰেন্সৰ সৈতে লগ লাগি কৰ’না কেয়াৰ নামৰ এক বীমা আঁচনি মুকলি কৰিছে। ১৫৬ টকা…

এন ই নাও নিউজ · April 1, 2020 6:49 pm
অসম

ৰেলযাত্ৰা, হোটেল, বৃহৎ পৰিয়াল: বহুলোকৰ সংস্পৰ্শলৈ আহিছিল অসমৰ প্ৰথম COVID-19 আক্ৰান্ত

COVID-19 পজিটিভ চিনাক্ত অসমৰ কৰিমগঞ্জৰ ব্যক্তিজন বহুসংখ্যক লোকৰ সংস্পৰ্শলৈ আহিছিল বুলি জানিব পৰা গৈছে। বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত চিকিৎসাধীন ব্যক্তিজনে…

এন ই নাও নিউজ · March 31, 2020 11:30 pm
অসম

নিজামুদ্দিনৰ জামাতলৈ যোৱা লখিমপুৰৰ ছয় ব্যক্তিক চিনাক্ত

দেশজুৰি কৰ’নাভাইৰাছ বিয়পাৰ অন্যতম কেন্দ্ৰৰূপে চিনাক্ত হোৱা নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতলৈ যোৱা লখিমপুৰৰ ছজন ব্যক্তিক চিনাক্ত কৰা হৈছে। এই ব্যক্তিকেইজন লকডাউনৰ পূৰ্বেই…

ফাৰহানা আহমেদ · March 31, 2020 10:14 pm
অসম

এয়াৰটেলে বৃদ্ধি কৰিলে প্ৰীপেইড পেকৰ ভেলিডিটি, দিব অতিৰিক্ত টকটাইম

ভাৰতী এয়াৰটেলে ইয়াৰ ৮ কোটিতকৈ অধিক গ্ৰাহকৰ প্ৰীপেইড পেকৰ ভেলিডিটি অহা ১৭ এপ্ৰিললৈকে বৃদ্ধি কৰিছে। কোম্পানিটোৱে এই সময়চোৱাত গ্ৰাহকসকললৈ ১০ টকাৰ টকটাইমো…

এন ই নাও নিউজ · March 31, 2020 8:47 pm
অসম

আন ৰাজ্যত আবদ্ধ অসমৰ লোকক তাতে থকাৰ আহ্বান, কৰা হৈছে থকা-খোৱাৰ ব্যৱস্থা

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই লকডাউনৰ বাবে আন ৰাজ্যত আবদ্ধ হৈ অসমৰ লোকসকলক তাতে থকাৰ আহ্বান জনাইছে। তেওঁ সদৰী কৰা মতে…

এন ই নাও নিউজ · March 31, 2020 5:13 pm
অসম

সোণোৱাল মন্ত্ৰী মণ্ডলৰ বৈঠক, ১ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হ’ব বহুকেইটা সিদ্ধান্ত

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত সোমবাৰে মন্ত্ৰী মণ্ডলৰ এক বৈঠকত COVID-19 সৃষ্ট পৰিস্থিতিৰ পৰ্য্যালোচনা কৰা হয় আৰু কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা…

এন ই নাও নিউজ · March 30, 2020 11:42 pm
অসম

বৰপেটাত FAAMCH পৰিদৰ্শন মুখ্য মন্ত্ৰীৰ, ল’লে কৰ’নাভাইৰাছৰ বিৰুদ্ধে প্ৰস্তুতিৰ বুজ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল পৰিদৰ্শন কৰি COVID-19ৰ বিৰুদ্ধে প্ৰস্তুতিৰ বুজ লয়। মুখ্য…

এন ই নাও নিউজ · March 30, 2020 10:53 pm
অসম

কৰ’নাভাইৰাছ: PM CARESলৈ ৫০০ কোটি টকাৰ বৰঙনি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰীৰ PM CARES পুঁজিলৈ ৫০০ কোটি টকাৰ বৰঙনি ঘোষণা কৰিছে। তাৰোপৰি, মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰলৈকো…

এন ই নাও নিউজ · March 30, 2020 9:26 pm
অসম

কৰ’নাভাইৰাছ: নলবাৰী জিলা কাৰাগাৰৰ ৪৫ গৰাকী কাৰাবন্দীক মুকলি

কৰ’নাভাইৰাছ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা কাৰাগাৰ কৰ্তৃপক্ষই বিচাৰাধীন ৪৫ গৰাকী কাৰাবন্দীক দেওবাৰে মুকলি কৰি দিছে। কৰ’নাভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ উচ্চতম ন্যায়ালয়ে…

এন ই নাও নিউজ · March 30, 2020 8:23 pm
অসম

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ১০৭১লৈ বৃদ্ধি, সুস্থ হৈছে ১০০ জন

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ১০৭১লৈ বৃদ্ধি পাইছে। আক্ৰান্ত ২৯ গৰাকী লোক মৃত্যুমুখত পৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে কৰ’নাভাইৰাছত আক্ৰান্ত…

এন ই নাও নিউজ · March 30, 2020 7:26 pm