Author: এন ই নাও নিউজ
অসমত ১৪২৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ১.০২ শতাংশ
১৪২৭গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। ১,৩৯,৮৬৮টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ১.০২…
অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতক ৮৩৪লৈ বৃদ্ধি
আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত বুধবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৩৪লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ বিক্ৰম নেৱাৰ…
টীয়কত অসম গণ পৰিষদৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
সমগ্ৰ অসমৰ লগতে আজি যোৰহাট জিলাৰ টীয়ক সমষ্টিটো অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচী অনুস্থিত কৰা হয়। টীয়ক বিধান…
অসমত ১০২০ নতুন ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৮৪.৮৯ শতাংশ
১০২০গৰাকী ব্যক্তিয়ে মঙলবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ অসমত চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লোকৰ সংখ্যা ১,৬৭,০৫৬লৈ বৃদ্ধি পাইছে। অসমত…
অসমত ১৪৮২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ১.১৭ শতাংশ
১৪৮২গৰাকী ব্যক্তি মঙলবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। ১,২৬,২৭৯টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ১.১৭…
অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতক ৮৩০লৈ বৃদ্ধি
আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত মঙলবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৩০লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ ৰাতুল বৰা…
মাৰ্ঘেৰিটা নতুন দলঙৰ তলত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ আজি পুৱাই মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈৰ নতুন দলঙৰ তলত উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত…
মৰিয়নীৰ জাঁজী নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ মৰিয়নীৰ জাঁজী নৈত উটি অহা অৱস্থাত উদ্ধাৰ কৰা হৈছে। চেলেংহাটৰ টেঙাবাৰীৰ সমীপত জাঁজী নদীত উটি অহা অৱস্থাত উদ্ধাৰ…
কলিয়াবৰত দুই দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰ আটক
কলিয়াবৰ আৰক্ষীয়ে আমনিৰ এখন ধাবাৰ পৰা দুজন দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন ডকাইত দুজন ক্ৰমে জিয়াবুৰ ৰহমান (শিয়ালখাতি) আৰু…
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ: টীয়কত প্ৰতিবাদ বিজেপি কৰ্মীৰ
যোৰহাট জিলাৰ টীয়ক সমষ্টিত শাসকীয় বিজেপি দলৰ একাংশ কৰ্মীয়ে চৰকাৰৰ বিভিন্ন আঁচনিৰ একো সুবিধা পোৱা নাই বুলি আজি এক প্ৰতিবাদ সাব্যস্ত কৰে।…