NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

কৰ’নাভাইৰাছৰ বাবে গুৱাহাটীৰ সমূহ ৰঙালী বিহু সন্মিলনীৰ কাৰ্য্যসূচী বাতিল

কৰ’নাভাইৰাছৰ আতংকৰ বাবে গুৱাহাটীত এইবাৰ সমূহ ৰঙালী বিহু উদযাপনৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে। সদৌ গুৱাহাটী ৰঙালী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে শুকুৰবাৰে এই…

এন ই নাও নিউজ · March 21, 2020 11:10 am
অসম

কৰ’নাভাইৰাছৰ বাবে বি টি চি নিৰ্বাচন পিছুওৱাৰ সম্ভাৱনা

কৰ’নাভাইৰাছৰ সংক্ৰমণৰ বাবে আসন্ন বি টি চি নিৰ্বাচন পিছুৱাব পাৰে নিৰ্বাচন আয়োগে। বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ভাইৰাছবিধৰ প্ৰতি সাৱধানতাৰ অংশ হিচাপে নিৰ্বাচনটো…

এন ই নাও নিউজ · March 20, 2020 4:14 pm
স্বাস্থ্য

এই চাৰিটা ভুলে আপোনাৰ ব্লাড চুগাৰ বৃদ্ধি কৰে

ডায়েবেটিছ ৰোগীসকলৰ বাবে তেজৰ চুগাৰ নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত প্ৰয়োজন। কিন্তু কিছুমান ভুলে এনে ৰোগীসকলক অধিক বিপদত পেলায়। আমি ইয়াত এনে চাৰিটা ভুল…

এন ই নাও নিউজ · March 20, 2020 3:41 pm
অসম

ভূত আছে বুলি বিশ্বাস কৰা ভাৰতৰ ছটা ৰেল ষ্টেচন!

ভাৰতত ছটা এনেকুৱা ৰেল ষ্টেচন আছে য’ত ভূত থকা বুলি জনবিশ্বাস আছে। ভূতৰ ভয়ক অবৈজ্ঞানিক বুলি ক’লেও মানুহে সেই ষ্টেচনকেইটাত ভূত থকা…

এন ই নাও নিউজ · March 20, 2020 2:08 pm
অসম

মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ পতন, পদত্যাগ মুখ্য মন্ত্ৰী কমল নাথৰ

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী কমল নাথে শুকুৰবাৰে ফ্লৰ টেষ্টৰ মুখামুখি হোৱাৰ পূৰ্বেই পদত্যাগ ঘোষণা কৰিছে। কংগ্ৰেছ চৰকাৰ ফ্লৰ টেষ্টত বিফল হোৱাতো নিশ্চিত…

এন ই নাও নিউজ · March 20, 2020 12:38 pm
অসম

কৰ’নাভাইৰাছৰ শেহতীয়া পৰিসংখ্যা: ইটালিত মৃত্যুৰ সংখ্যাই চেৰাই গৈছে চীনক

কৰ’নাভাইৰাছৰ ফলত বিশ্বৰ সকলো দেশৰ ভিতৰত এতিয়ালৈকে ইটালিত মৃত্যুৰ সংখ্যা সৰ্বাধিক। ইউৰোপৰ দেশখনত মৃত্যুৰ সংখ্যাই ভাইৰাছটোৰ উৎপত্তিস্থল চীনকো চেৰাই গৈছে। চীনত এতিয়ালৈকে…

এন ই নাও নিউজ · March 20, 2020 10:53 am
অসম

কৰ’না ভাইৰাছ: চৰকাৰৰ পদক্ষেপ প্ৰাসংগিক, ধৰ্মানুষ্ঠান বন্ধ নৰখাৰ পোষকতা আউনিআটীৰ সত্ৰাধিকাৰৰ

আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে কৰ’নাভাইৰাছক লৈ চৰকাৰে লোৱা পদক্ষেপক প্ৰাসংগিক বুলি অভিহিত কৰিছে, কিন্তু ধৰ্মীয় অনুষ্ঠানসমূহ বন্ধ নৰখাৰ পোষকতা কৰিছে। মহামাৰীবিধক…

দীপজ্যোতি শৰ্মা · March 19, 2020 8:58 pm
অসম

চাওক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ’নাভাইৰাছ সন্দৰ্ভত দেশবাসীলৈ আহ্বান ||Live

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰিছে। প্ৰধান মন্ত্ৰীয়ে দেশবাসীক সংযম ৰক্ষা কৰিব চলিবলৈ আৰু সজাগ হ’বলৈ আহ্বান…

এন ই নাও নিউজ · March 19, 2020 8:26 pm
অসম

এই ব্লাড গ্ৰুপৰ লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি: প্ৰাৰম্ভিক গৱেষণা

এ ব্লাড গ্ৰুপৰ লোকৰ কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। অ’ গ্ৰুপৰ লোকে এই ৰোগক অধিক প্ৰতিৰোধ কৰিব পাৰে। কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীৰ ওপৰত…

এন ই নাও নিউজ · March 19, 2020 7:53 pm
অসম

কৰ’নাভাইৰাছৰ পূৰ্বে বিশ্বত দেখা দিয়া ১১টা মহামাৰীৰ বিষয়ে জানো আহক

কৰ’নাভাইৰাছক বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীৰ আখ্যা দিছে। ইতিমধ্যে এই ৰোগত বিশ্বজুৰি দুই লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে। আমি আপোনালোকলৈ আগবঢ়াইছো কৰ’নাভাইৰাছৰ পূৰ্বে…

এন ই নাও নিউজ · March 19, 2020 7:12 pm