Author: দীপজ্যোতি শৰ্মা
বি টি চি পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নৱ শৰণীয়াই, উমৈহতীয়া প্ৰাৰ্থী ঘোষণা
কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই বি টি চি পৰিষদীয় নিৰ্বাচনত অংশ ল’ব৷ সাংসদগৰাকীয়ে গৈবাৰি পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সূত্ৰ…
হোলীৰ আনন্দতে অঘটন বৰপেটা চহৰত, ৩ কিশোৰীৰ সলিল সমাধি
হোলীৰ আনন্দৰ মাজতে বৰপেটা চহৰত আজি সংঘটিত হ’ল এক কৰুণ ঘটনা৷ সুৱেৰী (ফাকুৱা) খেলি গা ধুবলৈ যাওঁতে পুখুৰীত পৰি যতিগাঁৱৰ তিনিগৰাকী কিশোৰীৰ…
সস্তা ৪জি ডেটাৰ দিন শেষ, ১০০ টকাৰ ৰিচাৰ্জ হ’বগৈ পাৰে ১০০০
ভাৰতৰ ম’বাইল ফোন ব্যৱহাৰকাৰীসকলে বিশ্বৰ ভিতৰতে আটাইতকৈ কম মূল্যত ডেটা ব্যৱহাৰ কৰি আহিছে। কিন্তু, অতি সোনকালে সেই দিন উকলিব পাৰে। কাৰণ, টেলিকম…
বৃহৎ ঘোষণা SBIৰ, লাভৱান হ’ব আপোনাৰ লগতে প্ৰায় ৪৫ কোটি গ্ৰাহক
ষ্টেট বেংক অৱ ইণ্ডিয়াই বুধবাৰে কৰিছে এক বৃহৎ ঘোষণা। বেংকটোৰ গ্ৰাহকসকলে ছেভিংছ একাউণ্টত ৰাখিব লাগিছিল মাহিলী ন্যূনতম এক জমা ৰাশি। এই গড়…
ৰাজ্যসভা নিৰ্বাচন: বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন দাখিল
বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ নেতা বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বুধবাৰে মনোনয়ন দাখিল কৰিছে। অসম বিধান সভাত মনোনয়ন দাখিলৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ…
ব্ৰিটিছ স্বাস্থ্য মন্ত্ৰীৰ গাত কৰ’নাভাইৰাছ
ব্ৰিটিছ স্বাস্থ্য মন্ত্ৰী, সাংসদ নাদিন ডৰিজৰ গাত কৰ’নাভাইৰাছৰ বীজাণু পোৱা গৈছে। মঙলবাৰে এক বিবৃতিৰ জৰিয়তে ডৰিজে নিজেই এই কথা সদৰী কৰিছে। “মই…
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া ঘোঁৰাত কিয় ‘নজৰ’ দিছে একাংশ প্ৰাক্তন সৈনিকে?
আচৰিত কথা— উজনি অসমত দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ বাহিনীয়ে এৰি যোৱা ৰণুৱা ঘোঁৰাক একাংশ প্ৰাক্তন ভাৰতীয় সৈনিকে কিয় নজৰ দিছে। উজনি অসমৰ ডিব্ৰু…
বহু প্ৰত্যাশিত শান্তি লৈ ভংগ হ’ল NDFBৰ কেউটা গোট, UPPLত ফেৰেংগা
বহু প্ৰত্যাশিত শান্তিৰ বতৰা কঢ়িয়াই মঙলবাৰে ভংগ হ’ল এন ডি এফ বিৰ অন্তিমটো গোটৰ। এন ডি এফ বি (ডি), এন ডি এফ…
ইমান দীঘল এইটো মানুহৰ দাঁতেইনে? বিশ্ব ৰেকৰ্ড ভাৰতীয় ডাক্তৰৰ
ছবিত দেখা দাঁতটো মানুহৰেই, মধ্য প্ৰদেশৰ পৱন ভাৱচাৰ নামৰ যুৱক এজনৰ। দাঁতটোৰ দৈৰ্ঘ্য শুনি আপুনি আচৰিত নহ’ব— ৩.৯ ছেণ্টিমিটাৰ। যোৱা ৯ ফেব্ৰুৱাৰিত…
মুকেশ আম্বানিক চেৰ পেলাই ধনীৰ শীৰ্ষত এইজন ব্যক্তি
মুকেশ আম্বানিক চেৰ পেলাই পুনৰ এছিয়াৰ সৰ্বাধিক ধনী ব্যক্তিত পৰিণত হৈছে চীনা ব্যৱসায়ী জেক মা। সোমবাৰে শ্বেয়াৰ বজাৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ পতনৰ ফলত…